ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

নামবৰ নদী চাহবাগিচাত চাঞ্চল্যকৰ হত্যাকাণ্ড: পিতৃ-মাতৃক নৃশংস হত্যা, তিনি সন্তান গুৰুতৰভাৱে আহত 

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
April 20, 2025
Reading Time: 1 min read
A A
0

RELATED POSTS

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

বোকাজান মহকুমাৰ অন্তর্গত বৰপথাৰ আৰক্ষী থানাৰ অধীনৰ নামবৰ নদী চাহবাগিচা অঞ্চলত যোৱা নিশা এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অচিনাক্ত দুর্বৃত্তৰ আক্রমণত তিনিটিকে শিশু গুৰুতৰভাৱে আহত হৈছে। জানিব পৰা মতে যোৱা নিশা নামবৰ নদী চাহ বাগিচাৰ মুণ্ডা বস্তিৰ জুলো মুণ্ডাৰ ঘৰত দুর্বৃত্তই আক্রমণ কৰি জুলো মুণ্ডাৰ দুই কন্যা ক্রমে সীতা মুণ্ডা (১৩), মীৰা মুণ্ডা (১১) আৰু পুত্র সন্তান শংকৰ মুণ্ডা (৯)ক গুকতবভাবে আহত কৰাৰ লগতে দুর্বৃত্তৰ দলটোৱে জুল্লো মুণ্ডা আৰু তেওঁৰ পত্নী পঞ্চমী মুণ্ডাক বেয়াকৈ মাৰপিট কৰাৰ উপৰি নিশাই অপহৰণ কৰি লৈ যায় বুলি তেওঁলোকৰ পুত্র শংকৰ মুণ্ডাই জানিবলৈ দিয়ে।

নামবৰ নদী চাহবাগিচাত চাঞ্চল্যকৰ হত্যাকাণ্ড: পিতৃ-মাতৃক নৃশংস হত্যা, তিনি সন্তান গুৰুতৰভাৱে আহত 
নামবৰ নদী চাহবাগিচাত চাঞ্চল্যকৰ হত্যাকাণ্ড: পিতৃ-মাতৃক নৃশংস হত্যা, তিনি সন্তান গুৰুতৰভাৱে আহত

যোৱা নিশা দুর্বৃত্তৰ আক্রমণত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হোৱা শিশুকেইটাক গোলাঘাট জিলাৰ সৰুপথাৰ চিকিৎসালয়ত প্রাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰিছে বুলি জানিব পৰা গৈছে। আনহাতে কালি নিশাৰে পৰা ৰহস্যজনকভাবে নিৰুদ্দেশ হৈ থকা জুলো মুণ্ডা আৰু পঞ্চমী মুণ্ডাৰ উদ্ধাৰ অভিযানৰ লগতে দুর্বৃত্তৰ দলটোৰ অনুসন্ধনাও ইতিমধ্যে বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰহ্মৰ লগতে বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াসহ এটা আৰক্ষী জোৱানৰ দলে নামবৰ নদী চাহ বাগিচাত অভিযান অব্যাহত ৰাখি আজি বিয়লিৰ ভাগত দুয়োগৰাকীকে মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ এই অভিযানৰ অন্তত জুল্লো মুণ্ডা আৰু পঞ্চমী মুণ্ডাক তেওঁলোকৰ ঘৰৰ পৰা কিছু নিলগত থকা কয়লা খনন কৰা এটা দ’ পুখুৰীৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰে। দুর্বৃত্তৰ দলটোৱে জুল্লো মুণ্ডা আৰু পঞ্চমী মুণ্ডাক হাত-ভৰি বান্ধি বস্তাত শিলভৰাই তেওঁলোকৰ ডিঙিত ওলোমাই কয়লা খনন কৰা এটা দ’ গাঁতত পেলাই দি হত্যা কৰা বুলি সন্দেহ প্রকাশ কৰিছে। আজি বিয়লিৰ ভাগত বোকাজান আৰক্ষীৰ দলটোৱে বোকাজান মহকুমাৰ মহকুমা দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ দুটা উদ্ধাৰ কৰি বৰপথাৰ আৰক্ষী থানালৈ লৈ আনে আৰু কাইলৈ মৰণোত্তৰ পৰক্ষীৰ বাবে ডিফু মেডিকেল কলেজ হস্পিতাললৈ প্রেৰণ কৰিব।

উল্লেখ্য যে অচিনাক্ত দুর্বৃত্তব দলটোৱে কি কাৰণত পৰিয়ালটোৰ ওপৰত আক্রমণ চলাই তিনিটি শিশুক গুৰুতৰ ভাবে আহত কৰাৰ লগতে পিতৃ-মাতৃক অতি নৃশংসভাবে হত্যা কৰিলে তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে দুর্বৃত্তৰ দলটোৰ বিৰুদ্ধে অনুসন্ধান অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ তদন্তৰ পাছতহে এই নৃশংস হত্যাকাণ্ডৰ প্রকৃত কাৰণ জানিব পৰা যাব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অচিনাক্ত দুর্বৃত্তঅপহৰণঅভিযান অব্যাহতআৰক্ষী তদন্তআৰক্ষী থানাৰ অধীনউদ্ধার অভিযানউন্নত চিকিৎসাকয়লা খননগুৰুতৰ আঘাতগোলাঘাট জিলাৰ চিকিৎসালয়চাঞ্চল্যকৰ ঘটনাচাহবাগিচাচিকিৎসাজুলো মুণ্ডাডিফু মেডিকেল কলেজনামবৰ নদীনৃশংস হত্যাপরিবার আক্রমণবস্তা হত্যাবিৰোধী অনুসন্ধানবোকাজানবৰপথাৰমহকুমা আৰক্ষীমীৰা মুণ্ডামৃত অৱস্থামৃতদেহ উদ্ধাৰশংকৰ মুণ্ডাশিশু আহতসীতা মুণ্ডাহত্যাকাণ্ডহত্যাকাণ্ড সন্দেহৰুস্তমৰাজ ব্ৰহ্ম
Share6Tweet4Send

Related Posts

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
57
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
60
ADVERTISEMENT
Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা
National-International

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
50
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত
National-International

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
50
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026
50
Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে
National-International

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

September 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d