ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

অসমৰ ৰাজনীতিত তুলিৰাম ৰংহাঙৰ উন্নয়ন আৰু বিতর্ক: বিজেপিৰ ক্লিনশ্বীট আৰু কংগ্ৰেছৰ অভিযোগ

দুৰ্নীতিৰ অভিযোগত বিজেপিৰ সংবাদমেল: জনজাতীয় নেতাৰ জনপ্রিয়তাত ঈৰ্ষাৰ ৰহস্য

ASSAM TIMES POST by ASSAM TIMES POST
May 2, 2025
Reading Time: 1 min read
A A
0
অসমৰ ৰাজনীতিত তুলিৰাম ৰংহাঙৰ উন্নয়ন আৰু বিতর্ক: বিজেপিৰ ক্লিনশ্বীট আৰু কংগ্ৰেছৰ অভিযোগ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

ষ্টাফ ৰিপ‘ৰ্টাৰ,ডিফু : সম্প্রতি অসমৰ ৰাজনীতিত চর্চিত হৈ থকা কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নির্মীয়মান অট্টালিকা আৰু দুর্নীতিক লৈ বিৰোধী সৰৱ হৈ পৰাৰ বিপৰীতে আজি তুলিৰাম ৰংহাঙক ক্লিনশ্বীট দিয়ে কার্বি আংলং জিলা বিজেপিয়ে। এখন সংবাদমেলৰ জৰিয়তে জিলা বিজেপি উপ-সভাপতি লংছিং টকবি, দলৰ জ্যেষ্ঠ মুখপাত্র চমাং ক্র’, লাইছান ইংলেং, ছেলাৱৰ বে’কে ধৰি কেইবাগৰাকী নেতাই বাজ্যিক সংবাদমাধ্যম আৰু কংগ্রেছে কার্বি আংলং জিলাৰ উন্নয়ন আৰু জনজাতীয় নেতাৰ উত্থান দেখি সহ্য কৰিব নোৱাৰা বুলি উল্লেখ কৰি তুলিৰাম ৰংহাঙৰ নেতৃত্বত দুয়োখন পার্বত্য জিলাত সর্বদিশত উন্নয়নৰ ধল বোৱা বুলি উল্লেখ কৰে।
অসমৰ ৰাজনীতিত তুলিৰাম ৰংহাঙৰ উন্নয়ন আৰু বিতর্ক: বিজেপিৰ ক্লিনশ্বীট আৰু কংগ্ৰেছৰ অভিযোগ
অসমৰ ৰাজনীতিত তুলিৰাম ৰংহাঙৰ উন্নয়ন আৰু বিতর্ক: বিজেপিৰ ক্লিনশ্বীট আৰু কংগ্ৰেছৰ অভিযোগ

এএছডিচিৰ শাসনকালত ডাঃ জয়ন্ত ৰংপিৰ বাসগৃহটোলে ৰাজনীতি কৰি ৰংপিক দুর্নীতি সম্রাট সজাইছিল অসমৰ সংবাদমাধ্যমে। এই অভিযোগ এসময়ৰ চিপিআই (এমএল) নেতা তথা বর্তমানৰ বিজেপি দলৰ মুখপাত্র ছেলাৱৰ বে’ৰ। বিজেপি দলৰ জনপ্রিয় নেতা তুলিৰাম ৰংহাঙৰ ঘৰক লৈ পাহাৰত এতিয়া পিছ দুবাৰেদি কংগ্ৰেছে ৰাজনৈতিক মুনাফা লুটাৰ চেষ্টা কৰা বুলি বিজেপি নেতাকেইগৰাকীয়ে দাবী কৰে। বিজেপি দলৰ উপ-সভাপতি লংছিং টকবিয়ে কার্বি আংলঙত উন্নয়ন দেখিব নোৱাৰা, জিলাখনৰ বাহিৰৰ একাংশ তীব্র জাতীয়তাবাদী লোকে ৰংহাঙৰ বিৰুদ্ধে কুচক্রান্ত ৰচনা কৰা বুলি অভিযোগ কৰে।

তুলিৰাম ৰংহাঙৰ নেতৃত্বত দুয়োখন পার্বত্য জিলাৰ বিভিন্ন স্থানত চলি থকা ৰাস্তা-ঘাটকে ধৰি বিভিন্ন উন্নয়নমূলক আঁচনি, ডিফুৰ উৰণ সেতু, এটা বিধানসভা সমষ্টিৰ বৃদ্ধি হোৱা আদি সহ্য নোহোৱাৰ বাবে ৰংহাঙৰ বিৰুদ্ধে ষড়যন্ত্রত লিপ্ত হোৱাৰ অভিযোগ তোলে। লাইছান ইংলেঙে কংগ্ৰেছ দলৰ নেতা ৰতন ইংতি আৰু জগতছিং ইংতিৰো ডিফুত কেইবা কোটি টকীয়া বাসগৃহ আছে বুলি উল্লেখ কৰি নিজৰ বাসগৃহসমূহ অন্ধকাৰত বাখি আনৰ বাসগৃহলৈ নেতাকেইজনে ৰাজনীতি কৰা বুলি অভিযোগ কৰে। ইংলেঙে কয় যে,  ৰকিবুল হুছেইনৰ সম্পত্তিৰ কথা কংগ্রেছ দলে উল্লেখ কৰিবলৈ সাহস আছে নে বুলিও প্রশ্ন কৰে।

তুলিৰাম ৰমহাঙৰ পুত্র প্রথম শ্রেণীণ ঠিকাদাৰ  সেয়ে এটা বাসগৃহ নির্মাণ কৰিছে। ইয়াত তুলিৰাম ৰংহাঙৰ কি অপৰাধ হৈছে বুলিও প্রশ্ন কৰে। কংগ্রেছ সভাপতি ভূপেন বৰাই ৰংহাঙক মুখ্যমন্ত্রীয়ে বিদেশলৈ লৈ যোৱা সন্দর্ভত ইংলেঙে কয় যে, জনজাতীয় নেতা এগৰাকীক মুখ্যমন্ত্রীয়ে বিদেশলৈ নিয়াত ঈৰ্শাবোধ কৰিছে কংগ্রেছ নেতাগৰাকীয়ে। পূর্বে কংগ্রেছৰ সময়ত বহ কেইগৰাকী মুখ্য কার্যবাহী সদস্য আছিল। তেওঁলোকক তদানীন্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে বিদেশ দূৰৈৰে  কথা নতুন দিল্লীলৈকো লগত লৈ যোৱা নাছিল। জনজাতীয় নেতা এগৰাকী এনে জনপ্রিয় হোৱাটো কংগ্রেছে বিচৰা নাই। পূর্বে কথা দিও বহুবাৰ প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈ জিলাখনলৈ অহা নাছিল।

বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা দুই তিনিদিন ডিফুত বাহৰ পাতি বিভিন্ন জাতি জনগোষ্ঠীৰ প্রতিনিধিৰ সৈতে মত বিনিময় কৰি জিলাখনৰ উন্নয়নৰ বাবে সকলো প্রদান কৰা বুলি ইংলেঙে  দাবী কৰে । ইংলেঙে  লগতে কয় যে বর্তমান জিলাখনৰ শান্তি প্রতিষ্ঠাক মুখ্যমন্ত্রী আৰু তুলিৰাম ৰংহাঙৰ যথেষ্ট বৰঙণি আছে। কংগ্রেছৰ শাসনত ভাতৃঘাতী সংঘর্ষত ছাৰছিম-প্ৰিছেকত ৪১গৰাকী কাৰ্বি লোকক হত্যা কৰাৰ ঘটনা কাৰ্বি আংলঙৰ জনসাধাৰণে পাহৰা নাই বুলিও কটাক্ষ কৰে

Share4Tweet3Send

Related Posts

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx