ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত লখিমন ধৰ্মৰ চাৰি আশ্ৰম ক্ষেত্ৰৰ বিশাল ৰাজহুৱা একতা মহা সন্মিলন ২০২৫, উপস্থিত চিইএম তুলিৰাম ৰংহাঙ

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
March 23, 2025
Reading Time: 1 min read
A A
0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

দেওবাৰে দিনৰ ১২ বজাত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে লখিমন ধৰ্মৰ চাৰি আশ্ৰম ক্ষেত্ৰৰ বিশাল ৰাজহুৱা একতা মহা সন্মিলন অনুষ্ঠিত হৈ যায় ৷ কাৰবি আংলঙৰ চাৰি আশ্ৰমৰ প্ৰায় ৫ সহস্ৰাধিক লখিমন ধৰ্মালম্বীৰ ভক্তপ্ৰাণ সকলে মহা সন্মিলন খনত সুন্দৰ আৰু আকৰ্ষণীয় নিয়মানুৱৰ্তিতা পালন কৰা পৰিলক্ষিত হয় ৷

ডিফুত লখিমন ধৰ্মৰ চাৰি আশ্ৰম ক্ষেত্ৰৰ বিশাল ৰাজহুৱা একতা মহা সন্মিলন ২০২৫
ডিফুত লখিমন ধৰ্মৰ চাৰি আশ্ৰম ক্ষেত্ৰৰ বিশাল ৰাজহুৱা একতা মহা সন্মিলন ২০২৫

সন্মিলনখনত মুখ্য অতিথি হিছাপে উপস্থিত থাকে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙ৷ ইয়াৰোপৰি স্থানীয় এমএচি জনি তিমুঙকে প্ৰমুখ্য কৰি পৰিষদৰ অনান্য ইএম আৰু এমএচি সকলো উপস্থিত থাকে ৷ সন্মিলনখন লখিমন ধৰ্মৰ কণ কণ শিশু সকলে আকৰ্ষণীয় যোগ প্ৰদৰ্শন কৰাৰ ওপৰিও গুৰু লক্ষণ ইংতি হেনচেকৰ অনুসৰণকাৰী সকলে ভক্তিমুলক গীত নৃত্য প্ৰদৰ্শন সন্মিলনখনিক জীপাল কৰি তোলে ৷

পৱিত্ৰ সন্মিলনখনত এক শান্তিময় আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে ৷ সন্মিলখনত ভাষণ প্ৰদান কৰি চিইএম তুলিৰাম ৰংহাঙে লখিমন ধৰ্মৰ বাবে বছৰি ২০ লাখ টকা পৰিষদৰ বাজেটত ধাৰ্য কৰা হব বুলি ঘোষণা কৰে ৷

Tags: কণ কণ শিশুকাৰবি আংলং স্বায়ত্তশাসিত পৰিষদকাৰবি আংলঙখেল পথাৰগুৰু লক্ষণ ইংতি হেনচেকচাৰি আশ্ৰমচিইএম তুলিৰাম ৰংহাঙডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়দিনযোৰাদিনৰ ১২ বজাতদেওবাৰেনিয়মানুৱৰ্তিতানৃত্য প্ৰদৰ্শনপৰিষদৰ অনান্য ইএমবাজেটবিশাল ৰাজহুৱা একতাবৰ্ণাঢ্য কাৰ্যসূচীভক্তপ্ৰাণভক্তিমুলক গীতভাষণ প্ৰদানমহা সন্মিলনমুখ্য অতিথিযোগ প্ৰদৰ্শনলখিমন ধৰ্মলখিমন ধৰ্মালম্বীশান্তিময় আধ্যাত্মিক পৰিৱেশসন্মিলনস্থানীয় এমএচি জনি তিমুঙ২০ লাখ টকা.৫ সহস্ৰাধিক
Share4Tweet3Send

Related Posts

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx