ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Rakibul Hussain I ডিফুত সাংসদ ৰকিবুল হুছেইন :গৌৰৱ গগৈ সভাপতি হোৱাৰে পৰা শংকিত হৈছে মুখ্যমন্ত্ৰী

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
July 14, 2025
Reading Time: 1 min read
A A
0
Rakibul Hussain I ডিফুত সাংসদ ৰকিবুল হুছেইন :গৌৰৱ গগৈ সভাপতি হোৱাৰে পৰা শংকিত হৈছে মুখ্যমন্ত্ৰী

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

অহা ১৬ জুলাইত জাতীয় কংগ্ৰেছ দলৰ সভাপতি মল্লিকাজুন খৰ্গে আৰু লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ প্ৰস্তাৱিত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত সাংগঠনিক কাম-কাজৰ বাবে আজি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত আহি উপস্থিত হয় জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন।

ডিফুত সাংসদ ৰকিবুল হুছেইন :গৌৰৱ গগৈ সভাপতি হোৱাৰে পৰা শংকিত হৈছে মুখ্যমন্ত্ৰী
ডিফুত সাংসদ ৰকিবুল হুছেইন :গৌৰৱ গগৈ সভাপতি হোৱাৰে পৰা শংকিত হৈছে মুখ্যমন্ত্ৰী

আজি কাৰ্বি আংলং জিলা কংগ্ৰেছৰ কাৰ্যালয়ত দলৰ এখনি যুটিয়া কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি পৰৱৰ্তী নিৰ্বাচনত কংগ্ৰেছ দলেই জয়লাভ কৰিব বুলি দাবী কৰে সাংসদ গৰাকীয়ে। ৰাজ্যত বিদ্যুৎ সেৱাৰ দুৰৱস্থা তথা হাজাৰ হাজাৰ বিঘা মাটি পুঁজিপতিৰ‌ হাতত গটাই দিয়া কাৰ্যই ৰাইজক বিক্ষুব্ধ কৰি তোলা বুলি মন্তব্য কৰি সমাগত নিৰ্বাচনৰ পিছতে অত্যাচাৰী শাসনৰ অন্ত পৰিব বুলি মত ব্যক্ত কৰে।

বিগত নিৰ্বাচনত মাত্ৰ কেইটামান আসনৰ ব্যৱধানত কংগ্ৰেছ মিত্ৰজোঁট পৰাস্ত হোৱাৰ বিপৰীতে নিৰ্বাচনৰ পিছতে বিভিন্ন চল চাতুৰীৰে এজন জনজাতীয় লোকক বঞ্চিত কৰি ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱা বুলি অভিযোগ কৰে। আনহাতে, মুখ্যমন্ত্ৰী শেহতীয়াকৈ খীনাবলৈ লোৱা বুলি মন্তব্য কৰি প্ৰথমে এয়া ʼ ইন্টাৰমিটেন্ট ফাষ্টিংʼৰ বাবে হোৱা বুলি ধাৰণা কৰা হৈছিল যদিও গৌৰৱ গগৈৰ আতংকতহে মুখ্যমন্ত্ৰী গৰাকী খীনাবলৈ লোৱা বুলি সাংসদ গৰাকীয়ে কটাক্ষ কৰে। আনহাতে, কংগ্ৰেছৰ চৰকাৰ গঠন হʼলে দল বাগৰিব খোজা বিজেপি নেতাৰ বাবে দুৱাৰ বন্ধ থাকিব বুলিও সাংসদ হুছেইনে কয়।

Tags: অত্যাচাৰী শাসনঅভিযোগঅসম ভ্ৰমণঅসম রাজনীতিঅসমত নিৰ্বাচনঅহা ১৬ জুলাইইন্টাৰমিটেন্ট ফাষ্টিংকংগ্ৰেছ চৰকাৰকংগ্ৰেছ দলকংগ্ৰেছ নেতাকংগ্ৰেছ বনাম বিজেপিকংগ্ৰেছৰ যোজনা.কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতিকাৰ্বি আংলং জিলাৰ সদৰ চহৰখীনাবলৈ লোৱাগৌৰৱ গগৈজনজাতীয় লোকজাতীয় কংগ্ৰেছধুবুৰী সাংসদনিৰ্বাচনবিজয়বিজেপি নেতাবিদ্যুৎ সেৱাৰ দুৰৱস্থামল্লিকাজুন খৰ্গেমাটি পুঁজিপতিমুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাযুটিয়া কাৰ্যনিৰ্বাহক সভাসমালোচনাসাংবাদিক বাৰ্তালাপসাংসদৰ মন্তব্যৰকিবুল হুছেইনৰাজনীতিৰাজনৈতিক বিক্ষোভৰাহুল গান্ধী
Share4Tweet3Send

Related Posts

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’
National-International

Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

June 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx