ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত অধিবেশনৰ আকৰ্ষণীয় বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই দৃষ্টি কাঢ়িলে লক্ষ লক্ষ ভকত-অতিথিৰ

ASSAM TIMES POST by ASSAM TIMES POST
February 7, 2020
Reading Time: 1 min read
A A
0
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত অধিবেশনৰ আকৰ্ষণীয় বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই দৃষ্টি কাঢ়িলে লক্ষ লক্ষ ভকত-অতিথিৰ

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰৰ পৰা অজন্তা তালুকদাৰঃ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ আজি তৃতীয় দিনাৰ আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে লক্ষ লক্ষ ভক্তপ্ৰাণ ৰাইজৰ লগতে স্থানীয় ৰাইজক।

IMG 20200207 WA0043 | ASSAM TIMES POST IMG 20200207 WA0038 | ASSAM TIMES POST

প্ৰথম গৰাকী অসমীয়া চলচিত্ৰ অভিনেত্ৰী আইদেউ সন্দিকৈৰ জন্ম ঐতিহ্যৰ সংস্পৰ্শ সমৃদ্ধ এই মহুৰা দিহিঙ্গীয়া পথাৰৰ অধিবেশনথলীৰ পৰা আৰম্ভ হোৱা প্ৰায় ১৫ কিলোমিটাৰ জোৰা আজিৰ অধিবেশনৰ তৃতীয় দিনাৰ এই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে হোৱা বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সামৰি ল’লে ৰাভা, মিচিং, চাহ জনগোষ্ঠীকে আদি কৰি অসমৰ ভিন্ন জনগোষ্ঠীয় সংস্কৃতিক।

IMG 20200207 WA0044 | ASSAM TIMES POSTIMG 20200207 WA0045 | ASSAM TIMES POST

লগতে আছে বিশ্ব বিখ্যাত এশিঙীয়া গঁড়। ভিন্ন থলুৱা সংস্কৃতি আৰু জনগোষ্ঠীয় স্বকীয়তাৰ সম্ভাৰেৰে দিহিঙ্গীয়া মহুৰা পথাৰৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰৰ পৰা আৰম্ভ হোৱা এই সাংস্কৃতিক শোভাযাত্ৰাই মহুৰাত প্ৰৱেশ কৰি কমাৰগাঁও হৈ পুনৰ দিহিঙ্গীয়া মহুৰা পথাৰৰ অধিবেশনথলীত প্ৰৱেশ কৰেহি।

IMG 20200207 WA0046 | ASSAM TIMES POSTIMG 20200207 WA0041 | ASSAM TIMES POST

পুৱাৰ ভাগত আৰম্ভণি হোৱা এই বৃহৎ সাংস্কৃতিক শোভাযাত্ৰাৰ আবেলি প্ৰায় চাৰিবজাত সমাপ্তি হয়। আজিৰ এই নয়নাভিৰাম সাংস্কৃতিক শোভাযাত্ৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনক জাতি জনগোষ্ঠীৰ সম্প্ৰীতিৰ মিলন ভূমিলৈ পৰ্যবসিত কৰিলে।

IMG 20200207 WA0040 | ASSAM TIMES POSTIMG 20200207 WA0039 | ASSAM TIMES POST

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
ADVERTISEMENT
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

July 11, 2026
50
Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি
National-International

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

July 11, 2026
50
‎Boat accident in Vietnam : ভিয়েটনামত নাও ডুবি ভাৰতীয় পৰ্যটকৰ মৃত্যু
National-International

‎Boat accident in Vietnam : ভিয়েটনামত নাও ডুবি ভাৰতীয় পৰ্যটকৰ মৃত্যু

July 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

July 11, 2026
Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

July 11, 2026
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

July 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx