ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Jamiat Ulema-e-Hind I উচ্ছেদক লৈ জমিয়ত উলেমা ই হিন্দৰ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰা মন্তব্যক লৈ গৰজি উঠিল কাৰ্বি আংলঙৰ  উমৈহতীয়া মঞ্চ এইছপিচিএফ

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
August 24, 2025
Reading Time: 1 min read
A A
0
Jamiat Ulema-e-Hind I উচ্ছেদক লৈ জমিয়ত উলেমা ই হিন্দৰ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰা মন্তব্যক লৈ গৰজি উঠিল কাৰ্বি আংলঙৰ  উমৈহতীয়া মঞ্চ এইছপিচিএফ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

অসমৰ অবৈধ বেদখলকাৰীক উচ্ছেদক লৈ জমিয়ত উলেমা ই হিন্দৰ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰা মন্তব্যক লৈ গৰজি উঠিল কাৰ্বি আংলঙৰ ২৯ টা জাতি -জনগোষ্ঠীৰ উমৈহতীয়া মঞ্চ হিলছ পিপুল কালচাৰেল ফ’ৰাম চমুকৈ এইছপিচিএফ ৷ দেওবাৰে ডিফু-লামডিং পথৰ এইছপিচিএফৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে এইছপিচিএফৰ নেতা সকলে ৷

উচ্ছেদক লৈ জমিয়ত উলেমা ই হিন্দৰ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰা মন্তব্যক লৈ গৰজি উঠিল কাৰ্বি আংলঙৰ  উমৈহতীয়া মঞ্চ এইছপিচিএফ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বিভিন্ন প্ৰান্তত চলি থকা অবৈধ বেদখলকাৰীক কৰা উচ্ছেদ অভিযানক পূৰ্ণ সমৰ্থন জনাই এনে উচ্ছেদ অভিযান অব্যাহত ৰাখিবলৈ আহ্বান জনায় এইছপিচিএফৰ নেতা সকলে ৷ এইছপিচিএফৰ অধ্যক্ষ লাইচান ইংলেঙে সংবাদমেল সম্বোধন কৰি কয়যে, অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ অসমৰ বনাঞ্চলৰ পৰা অবৈধ বেদখল কাৰ্যক যি উচ্ছেদ কৰিছে সেই উচ্ছেদ কাৰ্যক খিলঞ্জীয়া লোকে পূৰ্ণ সমৰ্থন জনাইছে ৷

অসমৰ একাংশ দল-সংগঠনে উচ্ছেদৰ বিৰোধিতা কৰি খিলঞ্জীয়া স্বাৰ্থ অপৰিপন্থী কাম কৰিছে ৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইছলামিক সংগঠন জমিয়ত উলেমা ই হিন্দৰ নেতামাহমুদ মাদানীয়ে অসমৰ উচ্ছেদৰ বিৰোধিতা কৰি খিলঞ্জীয়াবিৰোধি কাৰ্যত লিপ্ত হৈছে বুলি কয় ৷ উচ্ছেদ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক অপসাৰণ কৰিবলৈ কৈছে ৷ মাদানীৰ এনে মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি শীঘ্ৰে এনে মন্তব্য প্ৰত্যাহাৰ কৰিবলৈ সকিয়াই দিছে লাইছান ইংলেঙে ৷

লাইছান ইংলেঙে ইয়াকো কয়যে কাৰ্বি আংলঙতো দুদু কলনি আৰু লাংকাইজানত অবৈধ বেদখল কৰা হৈছে তদুপৰি বনাঞ্চলত যদি তেনে অবৈধ বেদখল কাৰী সকলক শীঘ্ৰে চিনাক্ত কৰি উচ্ছেদ কৰিবলৈ দাবী জনাইছে ৷ আনহাতে সংবাদমেলত উপস্থিত থকালকুকি, ভোজপুৰী, বাঙ্গালী আদি সংগঠনৰ নেতা উচ্ছেদ কাৰ্যক সমৰ্থন কৰাৰ লগতে জমিয়ত উলেমা ই হিন্দৰ নেতা মাহমুদ মাদানীৰ মন্তব্যৰ বিৰোধ প্ৰকাশ কৰে ৷

Tags: উচ্ছেদক লৈ জমিয়ত উলেমা ই হিন্দৰ নেতাইকাৰ্বি আংলঙৰ  উমৈহতীয়া মঞ্চ এইছপিচিএফমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ
Share4Tweet3Send

Related Posts

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

by News Desk
July 30, 2026
50
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
ADVERTISEMENT
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
50
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি
Dima Hasao

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
50
Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

July 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT