ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চল :

অজন্তা তালুকদাৰ, বোকাখাত

Staff Reporter by Staff Reporter
October 8, 2025
Reading Time: 1 min read
A A
0
আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চল :

RELATED POSTS

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ

Nagaon bye election : আজি ভোটগ্ৰহণৰ বাবে নগাঁও-মৰিগাঁওৰ পৰা ২৩০৭ কেন্দ্ৰলৈ ৰাওনা হ’ব ১১,৫৩৫ বিষয়াৰ দল

New Logo Smal 1 | ASSAM TIMES POST

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা (Kaziranga) ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বুঢ়াপাহাৰ বনাঞ্চল। উল্লেখ্য যে পূৰ্বৰ তুলনাত শেহতীয়াকৈ ৰাষ্ট্ৰীয় অভয়াৰণ্যখনত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা।

Kaziranga
মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চল :

বিশেষকৈ পূৰ্বৰ দৰেই শেহতীয়া দূৰ্গা পূজাৰ সময়তো কাজিৰঙাত ভালে সংখ্যক পৰ্যটকৰ উপস্থিতি দেখা গ’ল। সেয়েহে পৰ্যটকৰ সুবিধাৰ বাবে কাজিৰঙাৰ একেবাৰে পশ্চিমত থকা বুঢ়া পাহাৰ বনাঞ্চল ২০২৫-২৬ পর্যটন বর্ষৰ বাবে মুকলি কৰা হয়। ইতিমধ্যে যোৱা ২৬ ছেপ্টেম্বৰত ২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হয় বাগৰি বনাঞ্চল।

আজি মুকলি হোৱা বুঢ়া পাহাৰ বনাঞ্চলৰ আন্ত:গাঁঠনি সম্পূৰ্ণ হৈ উঠা নাই যদিও এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে বুঢ়া পাহাৰ বনাঞ্চলৰ দ্বাৰ মুকলি কৰি পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশে সাংবাদিকৰ আগত কয় যে গুৱাহাটীৰ দিশৰ পৰা আহিলে সৰ্বপ্ৰথমে পোৱা এই বুঢ়া পাহাৰ বনাঞ্চল পৰ্যটকৰ সুবিধাৰ বাবে আজি আংশিকভাৱে মুকলি কৰা হৈছে। বুঢ়া পাহাৰ বনাঞ্চলৰ চাহিদা যথেষ্ট।

IMG 20251008 WA01051 | ASSAM TIMES POST

কিয়নো কাজিৰঙাত যিমান ধৰণৰ বন্যপ্ৰাণী আছে, বুঢ়া পাহাৰ বনাঞ্চলতে পোৱা যায়। কাজিৰঙাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উচ্চ তৃণভূমি আৰু হ্ৰস্ব তৃণভূমি ইয়াতে আছে। কাঠনি, জলাশয়ো আছে ইয়াতে। পাৰ্বত্য অঞ্চল আৰু ব্ৰহ্মপুত্ৰৰ চাপৰি এই আটাইকেইটা অঞ্চল বুঢ়া পাহাৰ বনাঞ্চলত পোৱা যায়। এই বনাঞ্চলেই কাজিৰঙাৰ সকলো জৈৱ বৈচিত্ৰ্যৰ সমাহাৰ। সেয়েহে এই বনাঞ্চললৈ পৰ্যটকৰ আকৰ্ষণ অধিক।

এইবাৰো বুঢ়া পাহাৰ বনাঞ্চলৰ বৰ্দ্ধিত চাহিদালৈ লক্ষ্য কৰি বাগৰিৰ পাছতে বুঢ়া পাহাৰ বনাঞ্চল মুকলি কৰি দিয়া হৈছে। আজিৰে পৰা জীপ চাফাৰি আৰম্ভ হ’ব বুলিও জানিবলৈ দি ডি এফ অ’ গৰাকীয়ে পৰৱৰ্তী সময়ত পৰ্যটকে বিচৰা মতে আন আন সুবিধা সমূহো আগবঢ়োৱা হ’ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।

IMG 20251008 WA0104 | ASSAM TIMES POST

লগতে অহা ১ নৱেম্বৰৰ পৰা এই বনাঞ্চলত হাতী চাফাৰিও উপলব্ধ হ’ব বুলি তেওঁ কয়। তেওঁ আৰু কয় যে চৰকাৰে কাজিৰঙাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু কাজিৰঙাৰ বাণিজ্যিক প্ৰসাৰ আৰু প্ৰচাৰলৈ চাই এই বৰ্ষতো পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি তেওঁ আশাবাদী।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আজিৰে পৰা পৰ্যটকৰ বাবেমুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চল :
Share5Tweet3Send

Related Posts

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট
Assam

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

by News Desk
October 5, 2026
50
Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ
Assam

Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ

by News Desk
October 5, 2026
51
Nagaon bye election : আজি ভোটগ্ৰহণৰ বাবে নগাঁও-মৰিগাঁওৰ পৰা ২৩০৭ কেন্দ্ৰলৈ ৰাওনা হ’ব ১১,৫৩৫ বিষয়াৰ দল
Assam

Nagaon bye election : আজি ভোটগ্ৰহণৰ বাবে নগাঁও-মৰিগাঁওৰ পৰা ২৩০৭ কেন্দ্ৰলৈ ৰাওনা হ’ব ১১,৫৩৫ বিষয়াৰ দল

by News Desk
October 5, 2026
51
Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ
Assam

Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ

by News Desk
October 5, 2026
51
Assam Man Dies by Suicide; Family Alleges Moneylender Harassment
Assam

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

by News Desk
October 4, 2026
51
Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ
Assam

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

by News Desk
October 3, 2026
51
ADVERTISEMENT
Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান
DIPHU

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
50
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট
Assam

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
50
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026
50
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

October 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d