ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home BREAKING NEWS

Assam-Meghalaya border : অসম-মেঘালয় সীমান্তৰ তাপাতত ধান কটাক লৈ খাছি-অসমীয়াৰ ভয়াৱহ সংঘর্ষ: আক্ৰমণত এজন নিহত

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
October 9, 2025
Reading Time: 1 min read
A A
0

RELATED POSTS

Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

New Logo Smal 2 | ASSAM TIMES POST

পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তৰ তাপাত নামৰ অঞ্চলত আজি ধান কটাক কেন্দ্ৰ কৰি খাছিয়া আৰু অসমৰ স্থানীয় জনতাৰ মাজত ভয়াৱহ সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষৰ ফলত অৰিৱেল তিমুং (৪৮) নামৰ অসমৰ এজন লোক নিহত হয়। ঘটনাৰ সূত্র অনুসৰি মেঘালয়ৰ খাছি লোকে বিগত বহু বছৰ ধৰি সীমান্তৰ অসমৰ এই ভূমি তেওঁলোকৰ বুলি দাবী কৰি অঞ্চলটোত সময়ে সময়ে উত্তেজনাৰ সৃষ্টি কৰি আহিছে।

অসম-মেঘালয় সীমান্তৰ তাপাতত ধান কটাক লৈ খাছি-অসমীয়াৰ ভয়াৱহ সংঘর্ষ
অসম-মেঘালয় সীমান্তৰ তাপাতত ধান কটাক লৈ খাছি-অসমীয়াৰ ভয়াৱহ সংঘর্ষ

মেঘালয়ৰ খাছি লোকে বহু বছৰৰ পৰা অসমৰ ভিতৰলৈ সোমাই আহি ধান খেতিৰ লগতে আন কৃষিজাত খেতি কৰি আহিছে। খাছিয়া লোকে অসমৰ ভিতৰত কৰা ধান খেতি কাটিবলৈ চলোৱা প্ৰস্তুতিক লৈ বহু দিনৰ পৰা অঞ্চলটোত উত্তেজনাময় পৰিস্থিতি সৃষ্টি হৈ আছিল। এই সম্পর্কে যোৱা ৬অক্টোবৰত এখন শান্তি সভাও অনুষ্ঠিত হৈছিল দুয়োপক্ষৰ মাজত। দুয়োপক্ষৰ মাজত সন্মতি অবিহনে ধান নকটাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও আজি খাছিলোকে ধান কাটিবলৈ লোৱাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত মুখামুখি সংঘৰ্ষৰ সূত্রপাত ঘটে।

7cc17795 f461 4200 add8 7453fbdfa10b | ASSAM TIMES POSTখাছি লোকে অসমৰ লোকসকলক চোকা অস্ত্ৰৰ লগতে গুলী চালনা কৰি আক্ৰমণ কৰে বুলি একাংশ লোকে অভিযোগ কৰে। খাছি লোকৰ এই আক্ৰমণত অসমৰ এগৰাকী লোকৰ মৃত্যু ঘটে। আনহাতে ঘটনাস্থলীত উপস্থিত থকা দুয়োপক্ষৰ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। সমগ্র এলেকাটোত এতিয়াও তীব্র উত্তেজনাই বিৰাজ কৰি আছে। অসম আৰক্ষীয়ে এটা বৃহৎ দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

ইয়াৰোপৰি অসম আৰক্ষীৰ শীর্ষ বিষয়া ঘটনা স্থলীলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে। উল্লেখনীয় যেকেইমাহমান পূর্বে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদে সীমান্তৰ এই অঞ্চলত ৰঙা চন্দনৰ বহু পুলি ৰোপন কৰিছিল। খাছিয়া দুর্বৃত্তই এই পুলি সমূহ কাটি দিয়াত সংঘাতৰ সৃষ্টি হৈছিল। তেতিয়াৰে পৰা অঞ্চলটোত উত্তেজনা বিৰাজ কৰি আছিল। অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে পশ্চিম কাৰ্বি আংলঙৰ এই সীমান্ত অঞ্চলৰ বিবাদ মীমাংসাৰ বাবে বহু আলোচনাত মিলিত হৈছে যদিও আজিলৈকে অঞ্চলটোৰ বিবাদৰ স্থায়ী সমাধান সূত্র উলিয়াবলৈ সক্ষম নহ’ল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অসম-মেঘালয় সীমান্তৰ তাপাতত ধান কটাক লৈ খাছি-অসমীয়াৰ ভয়াৱহ সংঘর্ষ: আক্ৰমণত এজন নিহত
Share6Tweet4Send

Related Posts

Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ
NORTHEAST

Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ

by News Desk
October 27, 2026
51
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
NORTHEAST

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

by News Desk
October 22, 2026
56
Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ
NORTHEAST

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

by News Desk
October 20, 2026
51
Manipur Violence : Village Chief Among 4 Civilians Injured in Firing
NORTHEAST

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

by News Desk
October 17, 2026
51
Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়
NORTHEAST

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

by News Desk
October 12, 2026
51
Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’
NORTHEAST

Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’

by News Desk
October 9, 2026
54
ADVERTISEMENT
TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ
National-International

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

October 29, 2026
51
Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ
DIPHU

Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

October 29, 2026
51
Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য
Guwahati

Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

October 29, 2026
51
Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান
National-International

Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান

October 29, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

October 29, 2026
Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

October 29, 2026
Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

October 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d