ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Zubeen Garg death probe I জুবিনৰ মৃত্যু স্বাভাৱিক, ছিংগাপুৰ আৰক্ষীৰ বিবৃতি প্ৰকাশ; প্ৰাৰম্ভিক তদন্তত আৰু কি কি পোহৰলৈ আহিল?

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 17, 2025
Reading Time: 1 min read
A A
0
Tribute I ডিফু ক্লাৱত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, সৰ্বধৰ্ম প্ৰাৰ্থনা সভা

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ (Zubeen Garg) মৃত্যুত এক নতুন চাঞ্চল্যৰ সৃষ্টি হৈছে। জুবিনৰ মৃত্যু সন্দৰ্ভত শুকুৰবাৰে ছিংগাপুৰ আৰক্ষীয়ে এক বিবৃতি প্ৰকাশ কৰে।

Zubeen Garg death probe I
জুবিনৰ মৃত্যু স্বাভাৱিক, ছিংগাপুৰ আৰক্ষীৰ বিবৃতি প্ৰকাশ:

ছিংগাপুৰ আৰক্ষীয়ে জনোৱা মতে, জুবিন গাৰ্গৰ মৃত্যুক লৈ অনলাইনত বিয়পি পৰা জল্পনা-কল্পনা আৰু ভুৱা তথ্যৰ বিষয়ে তেওঁলোক যথেষ্ট সচেতন।
ছিংগাপুৰ আৰক্ষী বাহিনীয়ে প্ৰকাশ কৰা বিবৃতিটোত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ২০২১০ চনৰ কৰ’নাৰ্চ এক্ট অনুসৰি চলি আছে বুলি জানিব পৰা গৈছে।

কিন্তু প্ৰাৰম্ভিক তদন্তত অপৰাধমূলক কাৰ্যকলাপ বা ‘ফাউল প্লে’ৰ কোনো ইংগিত পোৱা নগ’ল। আৰক্ষীয়ে জনোৱা মতে, সমগ্ৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বলৈ আৰু প্ৰায় তিনিমাহ সময় লাগিব পাৰে।
তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত ষ্টেট ক’ৰনাৰ্ছৰ ওচৰত প্ৰতিবেদন দাখিল কৰা হ’ব ।

তাৰ পিছত তাত ক’ৰনাৰ্ছ ইনকুৱাৰি (coroner’s inquiry) অনুষ্ঠিত কৰিবনে নকৰে সেই সিদ্ধান্ত ল’ব। এই তদন্ত মূলতঃ তথ্যভিত্তিক ন্যায়িক তদন্ত প্ৰক্ৰিয়া, যাৰ জৰিয়তে মৃত্যুৰ কাৰণ আৰু পৰিস্থিতি নিৰ্ণয় কৰা হয়। আনহাতে, জুবিনৰ মৃত্যুৰ তদন্ত অব্যাহত ৰখাৰ কথাও ছিংগাপুৰ আৰক্ষীয়ে জনাইছে।

ভাৰতৰ অনুৰোধত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু প্ৰাথমিক তদন্তৰ ফলাফল ভাৰতীয় উচ্চায়ুক্তৰ হাতত অৰ্পণ কৰা হৈছে। অৱশ্যে তদন্ত এতিয়াও চলি থকাৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটোত আৰু কিছু সময় লাগিব। ইফালে অসত্য তথ্য প্ৰচাৰ নকৰিবলৈ সাধাৰণ ৰাইজক অনুৰোধ জনাইছে আৰক্ষীয়ে।

Tags: আৰু কি কি পোহৰলৈ আহিল?ছিংগাপুৰ আৰক্ষীৰ বিবৃতি প্ৰকাশ; প্ৰাৰম্ভিক তদন্ততজুবিনৰ মৃত্যু স্বাভাৱিক
Share4Tweet3Send

Related Posts

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx