ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Blast in Kokrajhar I মাজনিশা কোকৰাঝাৰৰ ৰে’লৱে ট্ৰেকত সন্দেহজনক বিস্ফোৰণ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 23, 2025
Reading Time: 1 min read
A A
0
Blast in Kokrajhar I মাজনিশা কোকৰাঝাৰৰ ৰে’লৱে ট্ৰেকত সন্দেহজনক বিস্ফোৰণ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

বুধবাৰে নিশা প্ৰায় ১ বজাত এক সন্দেহযুক্ত বিস্ফোৰণত কঁপি উঠে কোকৰাঝাৰ (Blast in Kokrajhar)। কোকৰাঝাৰ আৰু চালাকাটি ৰে’ল ষ্টেচনৰ মাজৰ শিঙিমাৰী গাঁৱত ৰে’লৱে ট্ৰেকত এই সন্দেহজনক বিস্ফোৰণৰ ঘটনা সংঘটিত হয়।

Blast in Kokrajhar I
মাজনিশা কোকৰাঝাৰৰ ৰে’লৱে ট্ৰেকত সন্দেহজনক বিস্ফোৰণ:

বিস্ফোৰণৰ ৰে’লৱে ট্ৰেক আৰু বৈদ্যুতিক সংযোগৰ তাঁৰ ক্ষতিগ্ৰস্ত হয় ৷ উজনিমুৱা আজাৰা ছুগাৰ মালবাহী ৰে’লখন পাৰ হৈ যোৱাৰ সময়তেই এই বিস্ফোৰণৰ ঘটা সংঘটিত হয়।

ঘটনাৰ পিছত বিস্ফোৰণস্থলীত উপস্থিত হয় আই জি পি বিবেক ৰাজ সিং, কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, ৰে’ল আৰক্ষী আৰু চোৰাংচোৱাৰ দল। তেওঁলোকে বিস্ফোৰণস্থলী পৰ্যবেক্ষণ কৰাৰ লগতে অঞ্চলটোত পেট্ৰোলিং নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে। আনহাতে, স্নিফাৰ ডগেৰে বিস্ফোৰণ ঘটোৱা স্থানৰ পৰ্যবেক্ষণ কৰাৰ লগতে ঘটনাটোৰ তদন্ত আৰম্ভ হৈছে।

উল্লেখ্য যে মালবাহী ৰে’লখন পাৰ হোৱাৰ সময়ত চালকে এক তীব্ৰ জোকাৰণি অনভৱ কৰাত ৰে’লখন ৰখাই দিয়া হয়। তাৰ পিছত ৰে’লৱে কৰ্মীসকলে পথছোৱা পৰীক্ষা কৰাত ট্ৰেক আৰু শ্লীপাৰৰ ক্ষতিসাধন হোৱা প্ৰত্যক্ষ কৰে।

এই বিস্ফোৰণৰ ফলত কোকৰঝাৰ আৰু চালাকাটি ৰে’ল ষ্টেচনৰ মাজৰ ৰে’লৱে ট্ৰেকৰ এটা অংশ ক্ষতিগ্ৰস্ত হোৱাত ৰে’ল সেৱা ব্যাহত হৈ পৰে। অৱশ্যে যুদ্ধগতিৰে মেৰামতিৰ কাম কৰাত পুৱা ৫.২৫ বজাত ৰে’ল পথছোৱাৰে পুনৰ ৰে’ল চলাচল আৰম্ভ হয়। এই সময়ছোৱাত পথছোৱাৰে ৮ খন ৰে’লৰ চলাচল ব্যাহত হোৱা বুলি এন এফ ৰে’লৱেৰ তৰফৰ পৰা জনোৱা হৈছে।

Tags: ট্ৰেকত সন্দেহজনক বিস্ফোৰণমাজনিশা কোকৰাঝাৰৰ ৰে'লৱে
Share4Tweet3Send

Related Posts

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

by News Desk
August 1, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood I ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক লোক

by Staff Reporter
July 31, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক
National-International

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

August 1, 2026
50
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026
50
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব
National-International

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

August 1, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

August 1, 2026
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx