ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Anglong violence : নতুনকৈ কোনো অঘটন নঘটিলেও এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে

নিউজ ডেস্কঃ

News Desk by News Desk
December 25, 2025
Reading Time: 1 min read
A A
0
Karbi Anglong violence : নতুনকৈ কোনো অঘটন নঘটিলেও এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

নতুনকৈ কোনোধৰণৰ অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি নহ’লেও পশ্চিম কাৰ্বি আংলঙ (West Karbi Anglong)ত এতিয়াও এক চেপা উত্তেজনাই বিৰাজ কৰি আছে। আনহাতে, অৰ্ধসামৰিক বাহিনী, আৰক্ষীৰ সমান্তৰালকৈ সেনাবাহিনীয়ে পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। অৱশ্যে তাৰ মাজতে বৃহস্পতিবাৰেও ঠায়ে ঠায়ে কিছু উত্তেজনাৰ সৃষ্টি হয় যদিও কোনো ধৰণৰ নতুন অশান্তিকৰ (New unrest) পৰিস্থিতিৰ সৃষ্টি হোৱা নাই (Not created)। কিন্তু এতিয়াও অশান্তজৰ্জৰ অঞ্চলসমূহত বৃহৎ সংখ্যক আৰক্ষী জোৱান মোতায়েন হৈ আছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধসামৰিক আৰু সেনা জোৱানকো মোতায়েন কৰা হৈছে।

উল্লেখ্য যে বহিৰাগতক উচ্ছেদক লৈ বহু দিন ধৰি উত্তেজনা অব্যাহত আছে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত। বিশেষকৈ জনজাতীয় অঞ্চলত হিন্দীভাষীয়ে ভূমি বেদখল কৰাৰ অভিযোগক লৈ স্থানীয় কাৰ্বি দল-সংগঠন আৰু বহিৰাগতৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। কাৰ্বি দল-সংগঠনে ভূমি বেদখলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। তাৰ মাজতে মঙলবাৰে খবৰ বিয়পি পৰে যে আৰক্ষীয়ে কাৰ্বি নেতাক আটক কৰি লৈ গৈছে। তেতিয়াৰ পৰাই পৰিস্থিতি উত্তপ্ত হৈ পৰে।

karbi 2 | ASSAM TIMES POST

এই উত্তেজনা দুদিন ধৰি অব্যাহত থাকে। মঙলবাৰে চি ই এম তুলিৰাম ৰংহাঙৰ পিতৃগৃহ জ্বলাই দিয়াৰ লগতে বুধবাৰেও কেইবাঠাইতো অগ্নিসংযোগ কৰা হয়। জ্বলাই দিয়া হয় বজাৰ, দোকান তথা বাহন। আনহাতে, এই ঘটনাত এজন লোক জীৱন্তে অগ্নিদগ্ধ হোৱাৰ লগতে আৰক্ষীৰ গুলীত আন এজনৰ মৃত্যু হয়। ইয়াৰ পিছত অৱশ্যে বৃহস্পতিবাৰে দিনটো পৰিস্থিতি কিছু স্বাভাৱিক হয় আৰু নতুনকৈ কোনো অশান্তিৰ খবৰ পোৱা হোৱা নাই। এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে, “পৰিস্থিতি শান্ত এতিয়া। কোনো ধৰণৰ অশান্তিৰ খবৰ পোৱা নাই। আমাৰ বাহিনী সকলো স্থানতে মোতায়েন কৰা হৈছে। সকলো স্পৰ্শকাতৰ অঞ্চলত টহল দি আছে।” তেওঁ লগতে কয় যে অসম আৰক্ষী, ৰেপিড একচন ফ’ৰ্চ (আৰ এ এফ) আৰু চি আৰ পি এফৰ লগতে সেনা জোৱানকো অঞ্চলটোত মোতায়েন কৰা হৈছে।

উল্লেখ্য যে এই ঘটনাত নিহত দুয়োজনৰে মৃতদেহৰ শেষকৃত্য বুধবাৰে নিশা শান্তিপূৰ্ণভাৱে সম্পন্ন কৰা হয়। লগতে বিভিন্ন কাৰ্বি দল-সংগঠনে মৃতকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইফালে এই ঘটনাত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি অঞ্চল। কাৰ্বি জনগোষ্ঠীৰ লগতে এই অঞ্চলত বিহাৰী, বঙালী আৰু নেপালীয়েও বসবাস কৰে। আনহাতে, অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতে আইন-শৃংখলা বজাই ৰাখিবলৈ অঞ্চলটোত সান্ধ্য আইন জাৰি কৰা হয়। মোবাইল ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিয়া হয়। অৱশ্যে নতুনকৈ কোনো অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই যদিও বৰ্তমানো সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হোৱা নাই আৰু মোবাইল ইণ্টাৰনেট সেৱাও বন্ধ আছে।

Tags: KarbiAnglongviolence
Share4Tweet3Send

Related Posts

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

by News Desk
May 27, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2026
50
Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক
KARBI ANGLONG

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

by News Desk
May 22, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

by News Desk
May 20, 2026
50
ADVERTISEMENT
US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ
National-International

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

May 30, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

May 30, 2026
50
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:
National-International

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

May 30, 2026
50
Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া
National-International

Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

May 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

May 30, 2026
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

May 30, 2026
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

May 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx