ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Union Budget 2026 । প্ৰথমবাৰৰ বাবে দেওবাৰে দাখিল কৰিব কেন্দ্ৰীয় বাজেট

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 8, 2026
Reading Time: 1 min read
A A
0
New Income Tax Regulations and Securities Transaction Tax Hikes: Key Changes Effective from October 1st

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত সংসদীয় পৰিক্ৰমা বিভাগৰ কেবিনেট কমিটীয়ে সংসদৰ আগন্তুক বাজেট অধিৱেশনৰ গুৰুত্বপূৰ্ণ তাৰিখসমূহত অনুমোদন জনায়।

Union Budget 2026 ।
প্ৰথমবাৰৰ বাবে দেওবাৰে দাখিল কৰিব কেন্দ্ৰীয় বাজেট:

সূত্ৰ অনুসৰি, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদীয় কেলেণ্ডাৰ অনুসৰি অহা ১ ফেব্ৰুৱাৰী অৰ্থাৎ দেওবাৰে ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিব। শেহতীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে দেওবাৰে কেন্দ্ৰীয় বাজেট দাখিল কৰা হ’ব।

সূত্ৰই জনোৱা মতে, সংসদৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতিৰ ভাষণেৰে ২৮ জানুৱাৰীৰ পৰা বাজেট অধিৱেশন আৰম্ভ হ’ব। ২৯ জানুৱাৰীত সংসদত দাখিল কৰা হ’ব অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদন।

স্বাধীনতাৰ পিছত ২০২৬ চনৰ বাজেটখন ৮০ সংখ্যক বাজেট হ’বলৈ গৈ আছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে একেৰাহে নৱমবাৰৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব। কেন্দ্ৰীয় বাজেট প্ৰতিবছৰে ১ ফেব্ৰুৱাৰীত দাখিল কৰা হয়, যাতে বিত্তীয় বৰ্ষৰ আৰম্ভণিৰে পৰা সংশোধনী আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে পৰ্যাপ্ত সময় থাকে।

অৱশ্যে ছুটীৰ দিনত বাজেট দাখিল কৰাটো কোনো অভূতপূৰ্ব কথা নহয়। শনিবাৰে বিত্তমন্ত্ৰীগৰাকীয়ে ২০১৯ বৰ্ষৰ বাজেট দাখিল কৰিছিল। আনহাতে, প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ২০১৫ আৰু ২০১৬ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত দাখিল কৰা দুয়োখন কেন্দ্ৰীয় বাজেট শনিবাৰে দাখিল কৰিছিল।

সীতাৰমণে একেৰাহে ৯ বাৰ কেন্দ্ৰীয় বাজেট দাখিল কৰা প্ৰথমগৰাকী বিত্তমন্ত্ৰী হৈ ইতিহাস ৰচনা কৰিব। প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায়ে গঢ়া অভিলেখৰ ওচৰ চাপিব তেওঁ।

মোৰাৰজীয়ে দুটা ভিন্ন সময়ছোৱাত মুঠ ১০ খন বাজেট দাখিল কৰিছিল। ১৯৫৯ চনৰ পৰা ১৯৬৪ চনৰ ভিতৰত ছখন আৰু ১৯৬৭ চনৰ পৰা ১৯৬৯ চনৰ ভিতৰত চাৰিখন বাজেট দাখিল কৰিছিল । শেহতীয়া বিত্তমন্ত্ৰীসকলৰ ভিতৰত পি চিদাম্বৰমে ৯ খন বাজেট আৰু প্ৰণৱ মুখাৰ্জীয়ে বিভিন্ন প্ৰধানমন্ত্ৰীৰ অধীনত ৮ খন বাজেট দাখিল কৰে।

সাধাৰণতে দেওবাৰে সংসদৰ অধিৱেশন নহয়। ২০১৭ চনলৈকে ফেব্ৰুৱাৰী মাহৰ শেষৰ দিনটোত বাজেট দাখিল কৰা হৈছিল। পিছত মোদী চৰকাৰে এই প্ৰথা সলনি কৰে। ২০১৭ চনৰ পৰা ১ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰা হয়। সেই প্ৰথা বজাই ৰখা হৈছে। ফলত ১ ফেব্ৰুৱাৰী দেওবাৰ হ’লেও সেইদিনা সংসদৰ অধিৱেশন হ’ব।

ইয়াৰ পূৰ্বে ২০১২ আৰু ২০২০ চনত দেওবাৰে সংসদৰ অধিৱেশন চলিছিল। ২০২০ চনত কৰ’না পৰিস্থিতিৰ বাবে জৰুৰীকালীন ভিত্তিত সংসদৰ অধিৱেশন হৈছিল। ইয়াৰ পূৰ্বে সংসদৰ প্ৰথম অধিৱেশনৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে ১৩ মে’, দেওবাৰে সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হয়। ৬ বছৰৰ পাছত পুনৰ দেওবাৰে সংসদৰ অধিৱেশন অনুষ্ঠিত হ’বলৈ গৈ আছে।

২০১৭ চনৰ পৰা ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট দাখিল কৰা হৈছে, যাতে বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ পৰা অৰ্থাৎ ১ এপ্ৰিলৰ পৰা বিত্ত বিধেয়কখন ক্ষিপ্ৰতাৰে গৃহীত কৰি কাৰ্যকৰী কৰাটো নিশ্চিত কৰিব পৰা যায়। ২০২০ আৰু ২০২৫ দুয়োটা বছৰতে সীতাৰমণে ১ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰে, যিটো কাকতলীয়াভাৱে শনিবাৰ আছিল।

Tags: কেন্দ্ৰীয় বাজেটপ্ৰথমবাৰৰ বাবে দেওবাৰে দাখিল কৰিব
Share4Tweet3Send

Related Posts

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু
National-International

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

by News Desk
June 22, 2026
50
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী
National-International

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

by News Desk
June 22, 2026
50
India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ
National-International

India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

by News Desk
June 22, 2026
50
Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য
National-International

Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

by News Desk
June 22, 2026
50
Lover Gang Rape : চাৰি বন্ধুৰে মিলি আইনৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ প্ৰেমিকৰ, ভিডিঅ’ দেখুৱাই ব্লেকমেইল
National-International

Raped at 14 I Shweta’s Fight for Justice and Survivor Voices

by Staff Reporter
June 22, 2026
50
Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী
National-International

Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী

by Staff Reporter
June 22, 2026
50
ADVERTISEMENT
Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু
National-International

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

June 22, 2026
50
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী
National-International

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

June 22, 2026
50
India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ
National-International

India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

June 22, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

June 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

June 22, 2026
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

June 22, 2026
India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

June 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx