ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Diphu treasury : ডিফুৰ চৰকাৰী কাৰ্যালয়ত ধনৰ মুকলি বেহা, ধন নিদিলে কাম নহয় কোষাগাৰ বিষয়াৰ কাৰ্যালয়ত

ষ্টাফ ৰিপৰ্টাৰঃ

News Desk by News Desk
January 9, 2026
Reading Time: 1 min read
A A
0
Diphu treasury : ডিফুৰ চৰকাৰী কাৰ্যালয়ত ধনৰ মুকলি বেহা, ধন নিদিলে কাম নহয় কোষাগাৰ বিষয়াৰ কাৰ্যালয়ত

RELATED POSTS

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

New Logo Smal | ASSAM TIMES POST

চৰকাৰে যিমানে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা নকওক কিয় সেয়া যে এক বুমেৰাং তাৰ এক উদাহৰণ ডিফুৰ এটা চৰকাৰী কাৰ্যালয়। এফালে চৰকাৰী কাৰ্যালয়সমূহত কাম-কাজত স্বচ্ছতা অনাৰ বাবে চৰকাৰী বিষয়া-কৰ্মচাৰীসকলক দুৰ্নীতিৰ পৰা দূৰৈত থাকিবলৈ চৰকাৰে আহ্বান জনাই আহিলেও এই দৃশ্যই প্ৰমাণ কৰিব যে দুৰ্নীতি এতিয়াও শেষ হোৱা নাই।

এয়া হৈছে ডিফুৰ কোষাগাৰ বিষয়াৰ কাৰ্যালয় (Diphu treasury Office bribe)। কাৰ্যালয়টোৰ দুগৰাকীকৈ কৰ্মচাৰীয়ে কাম কৰি দিয়াৰ নামত টকা লোৱাৰ দৃশ্য এয়া। এই দৃশ্য বন্দী হৈছে গোপন কেমেৰাত।

উল্লেখযোগ্য যে এই কাৰ্যালয়টোৰ কৰ্মচাৰীৰ বিৰুদ্ধে বহু দিনৰ পৰা উত্থাপন হৈ আহিছে দুৰ্নীতিৰ অভিযোগ।এই অভিযোগৰ ভিত্তিতে কাৰ্বি ছাত্ৰ সন্থাই চলায় এক অভিযান। এই অভিযানতে কাৰ্বি ছাত্ৰ সন্থাই গোপন কেমেৰাত বন্দী কৰে চৰকাৰী কৰ্মচাৰীয়ে কামৰ বিনিময়ত টকা লোৱাৰ দৃশ্য।

Diphu t1 | ASSAM TIMES POST
ডিফুৰ চৰকাৰী কাৰ্যালয়ত ধনৰ মুকলি বেহা, ধন নিদিলে কাম নহয় কোষাগাৰ কাৰ্যালয়ত

এই প্ৰমাণৰ ভিত্তিতে বৃহস্পতিবাৰে ছাত্ৰ সংগঠনটোৱে জিলা আয়ুক্তক সাক্ষাৎ কৰি অভিযোগ দাখিল কৰে। লগতে দাখিল কৰে টকা লোৱাৰ দৃশ্য বন্দী হোৱা ভিডিঅ’। এজন ঠিকাদাৰৰ পৰা কামৰ বিনিময়ত উৎকোচ লৈ থকা অৱস্থাত কেমেৰাত বন্দী হোৱা কৰ্মচাৰী দুজন হৈছে মিত্যলাল দাস আৰু প্ৰদীপ কুমাৰ দে’। এই ভিডিঅ’সহিতে অভিযোগ দাখিল কৰি কাৰ্বি ছাত্ৰ সন্থাই দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

লগতে এই সন্দৰ্ভত কাৰ্বি ছাত্ৰ সন্থাই গুৰুতৰ অভিযোগ কৰে যে ডিফুৰ কোষাগাৰ বিষয়া কাৰ্যালয়ত বছৰ বছৰ ধৰি চলি আহিছে এনে অনৈতিক কাৰ্য। সেয়ে জিলা আয়ুক্তই যদি যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ছাত্ৰ সংগঠনটোৱে আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে৷

এতিয়া ছাত্ৰ সংগঠনটোৰ প্ৰমাণ আৰু অভিযোগৰ ভিত্তিত জিলা আয়ুক্তই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Diphutreasury
Share6Tweet4Send

Related Posts

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন
DIPHU

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

by News Desk
October 4, 2026
60
Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন
DIPHU

Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন

by News Desk
October 2, 2026
52
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা
DIPHU

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

by News Desk
September 30, 2026
59
Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই
DIPHU

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

by News Desk
September 30, 2026
57
Governor : ডিফুত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালৰ
DIPHU

Governor : ডিফুত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালৰ

by News Desk
September 29, 2026
68
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং
DIPHU

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

by News Desk
September 23, 2026
59
ADVERTISEMENT
Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Guwahati

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

October 4, 2026
52
Assam Man Dies by Suicide; Family Alleges Moneylender Harassment
Assam

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

October 4, 2026
51
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন
DIPHU

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

October 4, 2026
60
Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০
National-International

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

October 3, 2026
55
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

October 4, 2026
Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

October 4, 2026
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

October 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d