ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EXCLUSIVE

পাহাৰীয়া ভুমি পুনৰ আগ্ৰাসনৰ প্ৰচেষ্টা মেঘালয়ৰ চৰকাৰৰঃ ৰাজ্য চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মিলিত প্ৰচেষ্ঠাৰ পাছতো পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত মেঘালয় চৰকাৰৰ উন্নয়নমুলক আঁচনি গ্ৰহণ

ASSAM TIMES POST by ASSAM TIMES POST
July 28, 2019
Reading Time: 1 min read
A A
0
পাহাৰীয়া ভুমি পুনৰ আগ্ৰাসনৰ প্ৰচেষ্টা মেঘালয়ৰ চৰকাৰৰঃ ৰাজ্য চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মিলিত প্ৰচেষ্ঠাৰ পাছতো পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত মেঘালয় চৰকাৰৰ উন্নয়নমুলক আঁচনি গ্ৰহণ

RELATED POSTS

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

পশ্চিম কাৰ্বি আংলং : পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত তাপাত আৰু খান্দুলি অঞ্চলত পুনৰ আগ্ৰাসন অব্যাহত ৰাখিছে মেঘালয় চৰকাৰে ৷ কাৰ্বি পৰিষদখনৰ অন্তৰ্গত ছচেং আৰু আমেৰং পৰিষদীয় সমষ্টিৰ সীমাৰ পৰা প্ৰায় তিনি কিলোমিটাৰ ভিতৰলৈ সোমাই আহি মেঘালয় চৰকাৰে উন্নয়নমূলক আঁচনি গ্ৰহণ কৰি নিৰ্মাণ কৰা পুখুৰী আৰু গছপুলি ৰোপন কৰা কাৰ্যক তথা আগ্ৰাসী মনোভাৱক সহজভাৱে লব পৰা নাই জিলাখনৰ একাংশ সচেতন ৰাইজে ৷

https://youtu.be/FglaCXRK5Bo

মৃণাল তালুকদাৰ, আৰক্ষী অধীক্ষক, পশ্চিম কাৰ্বি আংলং

শেহতীয়াকৈ তাপাত অঞ্চলত মেঘালয় চৰকাৰে উন্নয়নমূলক আঁচনিৰ নামত পুখুৰী খন্দা আৰু গছপুলি ৰোপন কাৰ্যসূচী হাতত লয় ৷ উক্ত ঘটনাৰ সম্পৰ্কে পলমকৈ হলেও খবৰ পাই পশ্চিম কাৰ্বি আংলং জিলা সীমান্তৰ দায়িত্বত থকা দণ্ডাধীশ ৰবাৰ্ট টলু আৰু হামৰেণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰাজ ইংতি আৰু আমৰেং পৰিষদীয় সমষ্টিৰ উন্নয়ন সমিতিৰ সভাপতি আগষ্টিন হাঞ্চেৰ সৈতে এটি সজাতি দল উক্ত স্থানলৈ ৰাওনা হয় ৷ দলটোৱে সমগ্ৰ অঞ্চল পৰ্য্যবেক্ষন কৰাৰ সময়ত মেঘালয়ৰ কোনোলোকক উক্তস্থানত প্ৰত্যক্ষ কৰা দেখা নগ’ল ৷

ইতিমধ্যে, জিলা আৰক্ষী আৰু প্ৰশাসনৰ তৰফৰ পৰা মেঘালয় চৰকাৰৰ সমগ্ৰ উন্নয়নমূলক কাম-কাজ বন্ধ কৰাৰ লগতে পুখুৰীটোও পুতি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ ভৱিষ্যতে ৰাজ্য চৰকাৰ তথা মেঘালয় চৰকাৰে মিলিত আলোচনাৰে সীমা বিবাদৰ সমস্যা সমূহ সমাধান নকৰিলে ভবিষ্যতে সীমামূৰীয়া অঞ্চলসমূহত পৰিস্থিতি ভয়ানক হোৱাৰ সম্ভাৱনা আছে৷ কিছুদিন পূৰ্বে স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু সাংসদ হৰেণ সিঙ বে’ৰ নেতৃত্বত পৰিষদৰ এক সঁজাতি দল সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰি কিছু উন্নয়নমূলক আঁচনিৰ ঘোষণা কৰাৰ পাছত মেঘালয় চৰকাৰৰ বৰ্তমানৰ এনে কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
57
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
60
ADVERTISEMENT
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
50
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
50
Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ
Guwahati

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

September 14, 2026
50
PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
National-International

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d