ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰ্বি পাহাৰত অবৈধ শিল, বালি কয়লা খননৰ তদন্তৰ দাবী ছাত্ৰ সংঠন উছুকাৰ

ASSAM TIMES POST by ASSAM TIMES POST
July 28, 2019
Reading Time: 1 min read
A A
0
কাৰ্বি পাহাৰত অবৈধ শিল, বালি কয়লা খননৰ তদন্তৰ দাবী ছাত্ৰ সংঠন উছুকাৰ

assam times post 2 | ASSAM TIMES POSTডিফুঃ ‘কাৰবি আংলঙত বনবিভাগৰ সহযোগিতাৰ বাবে অব্যাহত আছে বনজ সম্পদৰ অবৈধ খনন’ এই গুৰুতৰ অভিযোগ সন্মিলিত কাৰবি আংলং জিলা ছাত্ৰ পৰিষদৰ ৷অসমৰ খনি বিভাগৰ তৰফৰ পৰা কাৰবি আংলং জিলাৰ ভিতৰত শিল, বালি আৰু কয়লাৰ খনন বন্ধ কৰা হৈছে বুলি ঘোষণা কৰা হৈছে যদিও জিলাখনত এতিয়াও কেতবোৰ দুষ্ট চক্ৰই বনজ সম্পদৰ খনন অব্যাহত ৰখাৰ লগতে সৰবৰাহো কৰি আছে ৷ আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে এই অভিযোগ কৰে ছাত্ৰ সংগঠন সন্মিলিত কাৰবি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উছুকাই ৷

RELATED POSTS

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

সংগঠনটোৰ সাধাৰণ সম্পাদক জিণ্টু হাজৰিকাৰ স্বাক্ষৰিত প্ৰেছ বিবৃতিটোত জিলাখনত বনবিভাগৰ ছত্ৰছায়াতেই জিলাখনত বনজ সম্পদ সমুহৰ লুণ্ঠন চলি আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ বনবিভাগৰ সহযোগিতাৰ বাবে এখন টিপি চালানেৰেই জিলাখনত কেইবাবাৰো শিল বাল্ কঢ়িয়াই থকা হৈছে ৷ এই ক্ষেত্ৰত জিলাখনত বৃহৎ কমিছনৰাজ গঢ়ি উঠিছে বুলি অভিযোগ কৰিছে উছুকাৰ সাধাৰণ সম্পাদক গৰাকীয়ে৷ সেয়ে উছুকাৰ সাধাৰণ সম্পাদক গৰাকীয়ে বিবৃতি যোগে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদ কৰ্তৃপক্ষক এক তদন্তৰ দাবী কৰে ৷ ইয়াৰ অন্যথাই সংগঠনটোৱে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে ৷ জিলাখনত বনজ সম্পদ সমূহৰ লুণ্ঠনকলৈ চলি থকা সৰব চৰ্চাৰ মাজতে ছাত্ৰ সংগঠন উছুকাৰ বিষয়টোকলৈ শেহতীয়াকৈ সৰব হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷

Share4Tweet3Send

Related Posts

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2026
50
Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক
KARBI ANGLONG

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

by News Desk
May 22, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

by News Desk
May 20, 2026
50
হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।
KARBI ANGLONG

হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।

by Staff Reporter
May 20, 2026
50
কাৰ্বি পাহাৰত “বাধাহীন শিক্ষাৰ”লক্ষ্যৰে ডিফুৰ, ডিএভিএছএসএস(DAVHSS) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া বাই- চাইকেল বিতৰণ
KARBI ANGLONG

কাৰ্বি পাহাৰত “বাধাহীন শিক্ষাৰ”লক্ষ্যৰে ডিফুৰ, ডিএভিএছএসএস(DAVHSS) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া বাই- চাইকেল বিতৰণ

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
50
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬
National-International

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
50
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী
National-International

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026
50
AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ
National-International

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx