ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Maharaj Prithu flyover : মুকলি হ’ল দীঘলীপুখুৰী-নুনমাটি সংযোগী উত্তৰ-পূবৰ সৰ্বাধিক দৈৰ্ঘ্যৰ উৰণ সেতু ‘মহাৰাজ পৃথু উৰণ সেতু’

নিউজ ডেস্কঃ

News Desk by News Desk
March 10, 2026
Reading Time: 1 min read
A A
0
Maharaj Prithu flyover : মুকলি হ’ল দীঘলীপুখুৰী-নুনমাটি সংযোগী উত্তৰ-পূবৰ সৰ্বাধিক দৈৰ্ঘ্যৰ উৰণ সেতু ‘মহাৰাজ পৃথু উৰণ সেতু’

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

Guwahati flash flood I ব’হাগতে মহানগৰীৰ কৃত্ৰিম বানে প্ৰাণ কাঢ়িলে মহিলাৰ

Guwahati Science city : মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে দেশৰ চতুৰ্থখন ‘ছায়েন্স চিটি’

মঙলবাৰে যাতায়াতৰ বাবে মুকলি হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাধিক দৈৰ্ঘ্যৰ আৰু সৰ্বাধিক বাজেটেৰে নিৰ্মাণ কৰা অত্যাধুনিক মহাৰাজ পৃথু উৰণ সেতু (Maharaj Prithu flyover )। মঙলবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Assam CM)ই নুনমাটি-দীঘলীপুখুৰী সংযোগী (Connected to Nunmati-Dighalipukhuri) এই অত্যাধুনিক উৰণ সেতুখন (Fly over) মুকলি কৰে। এই উৰণ সেতুখন নিৰ্মাণত ব্যয় হৈছে ৮৫০ কোটি টকা (Expenditure Rs 50 crore)। উল্লেখযোগ্য যে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে প্ৰায় ২৮ মাহত এই উৰণ সেতুখন নিৰ্মাণ কৰি উলিয়াইছে।

ghy3 | ASSAM TIMES POST
মুকলি হ’ল দীঘলীপুখুৰী-নুনমাটি সংযোগী উত্তৰ-পূবৰ সৰ্বাধিক দৈৰ্ঘ্যৰ উৰণ সেতু ‘মহাৰাজ পৃথু উৰণ সেতু’

উল্লেখযোগ্য যে আজি উদ্বোধনৰ পিছত এই উৰণ সেতুৰ দুটা অংশ চানমাৰিৰ পৰা গুৱাহাটী ক্লাবলৈ তিনিদিনৰ বাবে ৱাকিং জ’ন হৈ থাকিব। আনহাতে, পৰৱৰ্তী সময়ত উলুবাৰী-গুৱাহাটী ক্লাবৰ সৈতে আৰু চানমাৰি-ৰাজগড়ৰ সৈতে উৰণ সেতুখন সংযোগ কৰা হ’ব।

ghy4 | ASSAM TIMES POST

উল্লেখযোগ্য যে ৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখনত ১১৯ স্পান ষ্টীল গাডাৰ ব্যৱহাৰ কৰা হৈছে। লোক নিৰ্মাণ বিভাগৰ অধীনত গৌতম কনষ্ট্ৰাকচন কোম্পানী লিমিটেড আৰু অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেড কোম্পানী দুটাই যুটীয়াভাৱে ৪.৫ এই উৰণ সেতুখন নিৰ্মাণ কৰিছে। এই উৰণ সেতুখন নিৰ্মাণৰ বাবে ৩ বছৰ সময় ধাৰ্য কৰা হৈছিল যদিও তাৰ পূৰ্বেই অভিলেখ সময় মাত্ৰ ২৮ মাহৰ ভিতৰতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে। উল্লেখযোগ্য যে উৰণ সেতুখনৰ চানমাৰিত এটা ৰ’টাৰী পইণ্ট নিৰ্মাণ কৰা হৈছে আৰু তাত অসমীয়া সংস্কৃতিৰ বিভিন্ন বিষয় উপস্থাপন কৰা হ’ব।

ghy | ASSAM TIMES POST

আন এক উল্লেখযোগ্য কথা হৈছে যে উৰণ সেতুখনৰ সৌন্দৰ্যবৰ্ধনৰ ঠিকা লাভ কৰিছে এগৰাকী মহিলাৰ এটা কোম্পানীয়ে। ‘জীয়ৰী লেণ্ডস্কেপিং কোম্পানী’ নামৰ এই কোম্পানীটোৰ স্বত্বাধিকাৰী হৈছে নম্ৰতা আগমাচাৰ্য। উৰণ সেতুখনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে প্ৰায় ২০ প্ৰজাতিৰ ৪০০০ গছপুলি ৰোপণৰ পৰিকল্পনা কৰিছে কোম্পানীটোৱে। উৰণ সেতুখন মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয়, “ঐতিহ্য আৰু উন্নয়নৰ যুগলবন্দী— মহাৰাজ পৃথু উৰণ সেতু। আজিৰ এই সময় গুৱাহাটী তথা অসমবাসীৰ বাবে সঁচাকৈয়ে এক গৌৰৱৰ ক্ষণ হিচাপে পৰিগণিত হ’ব৷ বহু আগ্ৰহেৰে বাট চাই ৰোৱা ৰাজ্যখনৰ সৰ্বাধিক দীঘল উৰণ সেতু মহাৰাজ পৃথু উৰণ সেতুখন আজি আপোনালোকৰ বাবে উছৰ্গা কৰিবলৈ পাই অতি আনন্দিত৷ অতি কম সময়ত সম্পূৰ্ণ হোৱা এই উৰণ সেতুখন কেৱল এখন সেতুৱেই নহয়, ই অসমৰ দ্ৰুত গতিত বিকাশ-উন্নয়নৰ আমাৰ নিৰৱধি যাত্ৰাৰ সংকল্পৰ প্ৰতীক।”

তেওঁ লগতে কয়, “মহান কামৰূপ নৃপতি মহাৰাজ পৃথুৰ স্বাভিমান, বীৰত্ব, সাহস আজি বুৰঞ্জীৰ পৃষ্ঠাত যিধৰণে লিপিবদ্ধ হৈছে, আমি সেই অধ্যায়ক আৰু কিছু আগুৱাই লৈ যাব বিচাৰি কামৰূপৰ অন্যতম শ্ৰেষ্ঠ ৰজাগৰাকীৰ নামত নামাংকিত কৰিলোঁ৷ সেইবাবে গুৱাহাটীত নিৰ্মিত এই উৰণ সেতুখনে আমাক সদায় সোঁৱৰাই থাকিব— অসমে ডাঙৰ সপোন দেখে, সাহসেৰে লক্ষ্য সাধন কৰে আৰু কোনো বাধাৰ সন্মুখত কেতিয়াও নত নহয়।”

Tags: MaharajPrithuflyover
Share4Tweet3Send

Related Posts

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ
Guwahati

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

by News Desk
April 21, 2026
50
Guwahati flash flood I ব’হাগতে মহানগৰীৰ কৃত্ৰিম বানে প্ৰাণ কাঢ়িলে মহিলাৰ
Guwahati

Guwahati flash flood I ব’হাগতে মহানগৰীৰ কৃত্ৰিম বানে প্ৰাণ কাঢ়িলে মহিলাৰ

by Staff Reporter
April 20, 2026
50
Guwahati Science city : মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে দেশৰ চতুৰ্থখন ‘ছায়েন্স চিটি’
Guwahati

Guwahati Science city : মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে দেশৰ চতুৰ্থখন ‘ছায়েন্স চিটি’

by News Desk
March 10, 2026
50
Zubeen Garg Murder Case : শ্যামকানু মহন্তৰ ফ্ৰীজ একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ
Guwahati

Zubeen Garg Murder Case : শ্যামকানু মহন্তৰ ফ্ৰীজ একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ

by News Desk
March 2, 2026
50
Guwahati Airport : ২২ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যক্ষম হ’ব গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল, জনালে মুখ্যমন্ত্ৰীয়ে
Guwahati

Guwahati Airport : ২২ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যক্ষম হ’ব গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল, জনালে মুখ্যমন্ত্ৰীয়ে

by News Desk
February 20, 2026
50
Guwahati Extradosed Bridge : দেশৰ প্ৰথমখন ৬ লেনযুক্ত এক্সট্ৰাড’জড সেতু লাভ কৰিলে অসমে, গৌৰৱান্বিত মুখ্যমন্ত্ৰী
Guwahati

Guwahati Extradosed Bridge : দেশৰ প্ৰথমখন ৬ লেনযুক্ত এক্সট্ৰাড’জড সেতু লাভ কৰিলে অসমে, গৌৰৱান্বিত মুখ্যমন্ত্ৰী

by News Desk
February 14, 2026
50
ADVERTISEMENT
‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?
National-International

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
50
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
50
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব
National-International

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

April 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx