ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Nirav Modi : নীৰৱ মোদীৰ আবেদন পুনৰ নাকচ লণ্ডন উচ্চ ন্যায়ালয়ৰ, ভাৰতক প্ৰত্যৰ্পণত সন্মতি

নিউজ ডেস্কঃ

News Desk by News Desk
March 26, 2026
Reading Time: 1 min read
A A
0
Nirav Modi : নীৰৱ মোদীৰ আবেদন পুনৰ নাকচ লণ্ডন উচ্চ ন্যায়ালয়ৰ, ভাৰতক প্ৰত্যৰ্পণত সন্মতি

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

বেংক জালিয়াতিৰ গোচৰ (Bank fraud case)ত অভিযুক্ত নীৰৱ মোদী (Nirab Modi)ৰ আবেদন পুনৰ নাকচ (Application rejected again) কৰিলে লণ্ডন উচ্চ ন্যায়ালয়ে (London High Court)। বৃহস্পতিবাৰে লৰ্ড জাষ্টিছ ষ্টুয়াৰ্ট স্মিথ আৰু জাষ্টিছ জেৰৰ বিচাৰপীঠে কয় যে নীৰৱৰ প্ৰত্যৰ্পণবিৰোধী আবেদন “ভাৰতে দিয়া আশ্বাসৰ ভিত্তিত” নাকচ কৰা হৈছে। ১৩ হাজাৰ কোটি টকাৰ পঞ্জাব নেচনেল বেংক জালিয়াতিৰ গোচৰত অভিযুক্ত গুজৰাটৰ হীৰা ব্যৱসায়ীজনৰ আবেদন লণ্ডন উচ্চ ন্যায়ালয়ে নাকচ এইবাৰকে ধৰি তৃতীয়বাৰ কৰিলে।

যোৱা ডিচেম্বৰ মাহত চিবিআই আৰু বলবৎকাৰী সঞ্চালকালয় (ইডি)ৰ এটা দল লণ্ডনলৈ গৈ এই গোচৰৰ শুনানিত অংশগ্ৰহণ কৰিছিল। নীৰৱৰ আবেদন কিয় নাকচ কৰিব লাগে সেই সন্দৰ্ভতো নথি দাখিল কৰে। লণ্ডনৰ উচ্চ ন্যায়ালয়ে হীৰা ব্যৱসায়ীগৰাকীৰ অধিবক্তাক উত্তৰ দিবলৈ জানুৱাৰী মাহলৈকে সময় দিছে। তদন্তকাৰীৰ দলটোৱে এই গোচৰত ভাৰতক প্ৰতিনিধিত্ব কৰা অধিবক্তাসকলৰ সৈতেও কথা পাতে। ইয়াৰ পূৰ্বে নীৰৱে “গুৰুতৰ দৃষ্টিশক্তিৰ সমস্যা” আৰু “মানসিক অৱসাদ”ৰ দোহাই দি লণ্ডন উচ্চ ন্যায়ালয়ত ভাৰতলৈ প্ৰত্যৰ্পণ নকৰিবলৈ আবেদন দাখিল কৰিছিল। এইবাৰ পলাতক অৰ্থনৈতিক অপৰাধী সঞ্জয় ভাণ্ডাৰীৰ গোচৰৰ ৰায়দানৰ ভিত্তিত তেওঁৰ গোচৰৰ শুনানি বিচাৰিছিল। ভাণ্ডাৰীৰ গোচৰত ভাৰতীয় কোম্পানীয়ে নিৰ্যাতন চলোৱাৰ সম্ভাৱনাৰ বাবে প্ৰত্যৰ্পণ বাতিল কৰা হৈছিল।

rivar | ASSAM TIMES POST
নীৰৱ মোদীৰ আবেদন পুনৰ নাকচ লণ্ডন উচ্চ ন্যায়ালয়ৰ, ভাৰতক প্ৰত্যৰ্পণত সন্মতি

লণ্ডন উচ্চ ন্যায়ালয়ে মানৱ অধিকাৰৰ দোহাই দি ভাণ্ডাৰীক প্ৰত্যৰ্পণৰ নিৰ্দেশৰ পৰা ৰেহাই দিছিল। কিন্তু নীৰৱৰ এই আবেদন নাকচ কৰি উচ্চ ন্যায়ালয়, কিংছ বেঞ্চ বিভাগৰ বিচাৰপীঠে কয় যে তেওঁলোকে ভাৰত চৰকাৰে ‘নোট ভাৰ্বেল’ত দিয়া আশ্বাসৰ ওপৰত নিৰ্ভৰ কৰিছে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে ইতিমধ্যে ব্ৰিটেইনক জনাইছে যে ভাৰতলৈ আহিলেহে নীৰৱ বিচাৰৰ সন্মুখীন হ’ব লাগিব। তেওঁক কোনো তদন্তকাৰী সংস্থাৰ সোধা-পোছা বা জিম্মাত লোৱা নহ’ব।

যদিও নীৰৱৰ অধিবক্তাই দাবী কৰিছে যে তেওঁৰ ক্লায়েণ্ট ভাৰতলৈ প্ৰত্যৰ্পণ কৰিলে নিৰ্যাতনৰ বলি হ’ব পাৰে, তথাপিও ২০১৮ চনত হীৰা ব্যৱসায়ী নীৰৱৰ বিৰুদ্ধে পঞ্জাব নেচনেল বেংকৰ পৰা বহু কোটি টকাৰ ঋণ ডিফল্ট গোচৰত অভিযুক্ত হৈছিল। তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ হোৱাৰ পিছত তেওঁ দেশ এৰি পলায়ন কৰে। পিছত ‘বেংক অব ইণ্ডিয়া’ৰ ঋণ জালিয়াতিৰ গোচৰতো তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হয়। ইডিয়ে তেওঁক ‘পলাতক’ বুলি ঘোষণা কৰে। ২০১৯ চনত ব্ৰিটেইনত গ্ৰেপ্তাৰ হোৱা নীৰৱক তাৰ পিছৰে পৰা লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ অঞ্চলৰ এখন কাৰাগাৰত ৰখা হৈছে।

Tags: NirabModi
Share4Tweet3Send

Related Posts

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩
National-International

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

by News Desk
July 4, 2026
50
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

by Staff Reporter
July 4, 2026
50
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ
National-International

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

by Staff Reporter
July 4, 2026
50
Indus Water Treaty : পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব : নতুন দিল্লী
National-International

Indus Water Treaty I সিন্ধু জলচুক্তি স্থগিত হৈয়েই থাকিব, পাকিস্তানৰ ভাবুকিৰ পিছতে ভাৰতৰ স্পষ্ট স্থিতি

by Staff Reporter
July 4, 2026
50
মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!
National-International

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

by Staff Reporter
July 4, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

by Staff Reporter
July 4, 2026
50
ADVERTISEMENT
Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩
National-International

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

July 4, 2026
50
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

July 4, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

July 4, 2026
50
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ
National-International

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

July 4, 2026
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

July 4, 2026
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx