ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Election Commission of India : ভুৱা ভোটাৰ ৰুধিবলৈ আঙুলিৰ চাপ আৰু চকুৰ মণি স্কেন, গোচৰৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ত

নিউজ ডেস্কঃ

News Desk by News Desk
April 13, 2026
Reading Time: 1 min read
A A
0
Election Commission of India : ভুৱা ভোটাৰ ৰুধিবলৈ আঙুলিৰ চাপ আৰু চকুৰ মণি স্কেন, গোচৰৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ত

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

সঠিক ভোটাৰ চিনাক্ত কৰিবলৈ ফিংগাৰপ্ৰিণ্ট (Fingerprint) বা আইৰিছ স্কেনিং (Iris scanning) কৰিব লাগে বুলি এইবাৰ উচ্চতম ন্যায়ালয়ত গোচৰ (Case in the Supreme Court) ৰুজু কৰা হৈছে। আবেদনকাৰীৰ আবেদন অনুসৰি আয়োগে লোকসভা বা বিধানসভা নিৰ্বাচনত এই ব্যৱস্থা প্ৰৱৰ্তন কৰক। তেওঁৰ মতে প্ৰতিটো ভোটকেন্দ্ৰতে ভোটাৰৰ আঙুলিৰ চাপ বা আইৰিছ স্কেনিং ব্যৱস্থা প্ৰৱৰ্তন কৰিলে ভুৱা ভোটাৰক ৰোধ (Stop fake voters) কৰিব পৰা যাব। সোমবাৰে অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে এই জনস্বাৰ্থৰ গোচৰ ৰুজু কৰে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠত তেওঁ বিষয়টোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে।

মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে। কিন্তু একে সময়তে এই বিষয়টোও স্পষ্ট কৰি দিছে যে বৰ্তমান বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহৰ প্ৰেক্ষাপটত এই গোচৰটো মানি লোৱা হোৱা নাই। পৰৱৰ্তী লোকসভা আৰু বিধানসভা নিৰ্বাচনত এই ব্যৱস্থা প্ৰৱৰ্তন কৰিব পৰা যাবনে নাই সেই বিষয়ে বিবেচনা কৰা হ’ব। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে ইতিমধ্যে কেইবাখনো ৰাজ্যত নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই পৰ্যায়ত তাত এনে নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰাটো বাস্তৱিক নহয়।

voting1 1 | ASSAM TIMES POST
ভুৱা ভোটাৰ ৰুধিবলৈ আঙুলিৰ চাপ আৰু চকুৰ মণি স্কেন, গোচৰৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ত

ইফালে আবেদনকাৰীয়ে লগতে কয় যে তেওঁ বৰ্তমান এই ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী কৰা নাই। তেওঁ বিচাৰে যে আদালতে বিষয়টো সঠিকভাৱে চোৱাচিতা কৰক। লগতে গোচৰৰ প্ৰসংগত সকলো পক্ষলৈ জাননী প্ৰেৰণ কৰিবলৈ অনুৰোধ জনায়। গোচৰৰ অধিবক্তাই কয়, “ঘোচ, প্ৰভাৱ খটোৱা, ছদ্মবেশ, দুবাৰকৈ দিয়া ভোট বা ভুৱা ভোটদান– এই সকলোবোৰে নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু অখণ্ডতা ধ্বংস কৰি আছে।ফলত সাধাৰণ নাগৰিকে বহুত ক্ষতিগ্ৰস্ত হৈছে।”

এই আবেদনৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে ইতিমধ্যে নিৰ্বাচন আয়োগ, কেন্দ্ৰ আৰু কেইবাখনো ৰাজ্যকে ধৰি সংশ্লিষ্ট সকলো পক্ষলৈ জাননী প্ৰেৰণ কৰিছে। মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ মন্তব্য, “পৰৱৰ্তী লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে এনে পদক্ষেপ লোৱা উচিত হয়নে নহয় সেইটো পৰীক্ষা কৰাটো প্ৰয়োজনীয়। সেয়েহে জাননী জাৰি কৰা হৈছে।”

Tags: FingerprintinvotingStopfakevoters
Share4Tweet3Send

Related Posts

Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০
National-International

by News Desk
July 3, 2026
50
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

by Staff Reporter
July 3, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

by Staff Reporter
July 3, 2026
50
Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

ADVERTISEMENT
Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০
National-International

Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০

July 3, 2026
50
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 3, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

July 3, 2026
50
Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ
National-International

Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০

Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০

July 3, 2026
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 3, 2026
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT