ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Noida protest I নয়ডাত মাজনিশা বৈঠকত শ্ৰমিকৰ প্ৰতিবাদৰ কাৰণ শুনিলে চৰকাৰী প্ৰতিনিধিয়ে, দাবী পূৰণ সন্দৰ্ভত আলোচনা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 14, 2026
Reading Time: 1 min read
A A
0
নয়ডাত অধিক মজুৰি আৰু অন্যান্য সা-সুবিধাৰ দাবীত শ্ৰমিকৰ হিংসাত্মক প্ৰতিবাদ

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

সোমবাৰে শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হয় নয়ডা (Noida Protes)। ফলত উত্তৰ প্ৰদেশ চৰকাৰৰ প্ৰতিনিধিয়ে শ্ৰমিকসকলৰ দাবী আৰু ক্ষোভৰ কথা জানিবলৈ সোমবাৰে মাজনিশা নয়ডাত এখন বৈঠক অনুষ্ঠিত কৰে।

Noida protest I
নয়ডাত মাজনিশা বৈঠকত শ্ৰমিকৰ প্ৰতিবাদৰ কাৰণ শুনিলে চৰকাৰী প্ৰতিনিধিয়ে:

বৈঠকত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গঠন কৰি দিয়া সমিতিৰ সদস্য আৰু শ্ৰমিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বৈঠকত সংশ্লিষ্ট সকলো পক্ষই অংশগ্ৰহণ কৰে। বৈঠকত শ্ৰমিক প্ৰতিনিধিয়ে একাধিক দাবী উত্থাপন কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল মাহিলি দৰমহা ১০-১৫,০০০ টকাৰ পৰা ১৮,০০০-২০,০০০ টকালৈ বৃদ্ধি, সপ্তাহত এদিন ছুটী আৰু অতিৰিক্ত সময় কাম কৰাৰ বাবে মজুৰি বৃদ্ধি।

ইয়াৰ সমান্তৰালকৈ শ্রমিকসকলে সু-শ্রম পৰিৱেশ আৰু কামৰ প্রতি সন্মানৰ দাবী জনায়৷ উত্তৰ প্ৰদেশ চৰকাৰে অৱগত কৰিছে যে শ্ৰমিকৰ ক্ষোভ আৰু প্ৰতিবাদৰ কথা শুনি এই বৈঠক আয়োজন কৰা হৈছে। ইয়াত বিভিন্ন কাৰখানাৰ শ্ৰমিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। কোনো নিৰ্দিষ্ট শ্ৰমিক সংগঠনে আলোচনাৰ নেতৃত্ব দিয়া নাই বুলিও চৰকাৰে অৱগত কৰিছে।

বৈঠক সন্দৰ্ভত জিলা দণ্ডাধীশ মেধা ৰূপমে কয়, “আমি আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান বিচাৰো। আলোচনাৰ অন্তত আমি অগ্ৰাধিকাৰ ভিত্তিত চৰকাৰলৈ আমাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিম। উদ্যোগ খণ্ডত শান্তি আৰু স্থিতিশীলতাৰ সমান্তৰালভাৱে শ্ৰমিকসকলৰ স্বাৰ্থও সুৰক্ষিত কৰা হ’ব।”

উল্লেখ্য যে সোমবাৰে বিয়লি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথৰ কাৰ্যালয়ে এক বিবৃতি জাৰি কৰি উচ্চ পৰ্যায়ৰ সমিতি গঠনৰ কথা ঘোষণা কৰে। তাত কোৱা হয় যে আদিত্যনাথৰ নিৰ্দেশত শ্ৰম বিভাগে এই সমিতি গঠন কৰিছে। এই সমিতিৰ নেতৃত্বত আছে উত্তৰ প্ৰদেশৰ ঔদ্যোগিক উন্নয়ন আয়ুক্ত।

ৰাজ্যৰ ক্ষুদ্ৰ, মজলীয়া আৰু কুটীৰ উদ্যোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিব আৰু শ্ৰম আৰু নিয়োগ বিভাগৰ প্ৰধান সচিবকো এই সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে। আদিত্যনাথৰ কাৰ্যালয়ে জনোৱা মতে, কমিটীত শ্ৰমিক সংগঠনৰ পাঁচজন প্ৰতিনিধি আৰু মালিক সংগঠনৰ তিনিজন প্ৰতিনিধি থাকিব।

Share4Tweet3Send

Related Posts

Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০
National-International

by News Desk
July 3, 2026
50
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

by Staff Reporter
July 3, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

by Staff Reporter
July 3, 2026
50
Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

ADVERTISEMENT
Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০
National-International

Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০

July 3, 2026
50
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 3, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

July 3, 2026
50
Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ
National-International

Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০

Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০

July 3, 2026
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 3, 2026
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT