ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi : ভাবি-চিন্তি ভোট দিয়ক, দেশৰ মহিলাসকলে আমাৰ ফালে চাই আছে; মহিলা সংৰক্ষণ বিধেয়কক লৈ মোদীৰ বাৰ্তা

নিউজ ডেস্কঃ

News Desk by News Desk
April 17, 2026
Reading Time: 1 min read
A A
0
PM Modi : ভাবি-চিন্তি ভোট দিয়ক, দেশৰ মহিলাসকলে আমাৰ ফালে চাই আছে; মহিলা সংৰক্ষণ বিধেয়কক লৈ মোদীৰ বাৰ্তা

RELATED POSTS

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

New Logo Smal 1 | ASSAM TIMES POST

মহিলা সংৰক্ষণ (Women’s Reservation) আৰু লোকসভাৰ আসন বৃদ্ধিৰ সাংবিধানিক সংশোধনী বিধেয়ক (Constitutional Amendment Bill)ক লৈ সংসদত আলোচনা চলি আছে। শুকুৰবাৰে বিয়লি বিধেয়কখনৰ ওপৰত ভোটদানৰ সম্ভাৱনা আছে। এই বিধেয়কখনৰ ওপৰত বিৰোধীয়ে আৰম্ভণিৰে পৰাই আপত্তি দৰ্শাইছে। বহুতে আশংকা কৰিছে যে ইয়াৰ ফলত ভোটদানত প্ৰভাৱ পৰিব পাৰে। তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাৰ সকলো সদস্যকে ভোটদান আৰম্ভ হোৱাৰ পূৰ্বে চিন্তাশীল পদক্ষেপ ল’বলৈ আহ্বান জনায়। তেওঁৰ আবেদন, “এইটো দেশৰ নাৰী শক্তিক সেৱা আগবঢ়োৱাৰ এক ডাঙৰ সুযোগ। তেওঁলোকক অধিকাৰৰ পৰা বঞ্চিত নকৰিব।”

ভোটদানৰ পূৰ্বে মোদীয়ে নিজৰ এক্স হেণ্ডেলত এটা দীঘলীয়া পোষ্ট দিয়ে। তেওঁ বিধেয়কখনৰ সপক্ষে ভোটদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লিখিছে, “চাৰি দশক ধৰি মহিলা সংৰক্ষণৰ বিষয়টোক লৈ বহু ৰাজনীতি চলি আহিছে। এতিয়া সময় আহি পৰিছে, দেশৰ অৰ্ধ জনসংখ্যাক তেওঁলোকৰ অধিকাৰ দিব লাগিব।” সেই বিষয়টোৰ কথা উল্লেখ কৰি মোদীয়ে লিখিছে, “এই বিধেয়কখনৰ সন্দৰ্ভত যি তথ্যৰ অভাৱ আছিল, সেই তথ্য প্ৰতিজন সদস্যক প্ৰদান কৰা হৈছে। যিকোনো উদ্বেগ সমাধান কৰা হৈছে।”

women | ASSAM TIMES POST
ভাবি-চিন্তি ভোট দিয়ক, দেশৰ মহিলাসকলে আমাৰ ফালে চাই আছে; মহিলা সংৰক্ষণ বিধেয়কক লৈ মোদীৰ বাৰ্তা

উল্লেখ্য যে তিনিখন বিধেয়কৰ কথা ক’বলৈ গৈ মোদীয়ে নিজৰ পোষ্টটোত মহিলা সংৰক্ষণ বিধেয়কৰ বিষয়টো উল্লেখ কৰে। মোদীৰ আবেদন, “স্বাধীনতাৰ ইমান দশক পিছতো দেশৰ কিছুমান সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত ভাৰতীয় মহিলাৰ ইমান নগণ্য প্ৰতিনিধিত্ব থকাটো সঠিক নহয়। অনুগ্ৰহ কৰি যথাযথ বিবেচনা আৰু সম্পূৰ্ণ সংবেদনশীলতাৰে সিদ্ধান্ত লওক। মহিলাৰ সুৰক্ষাৰ বাবে ভোট দিয়ক।” প্ৰধানমন্ত্ৰীয়ে লগতে লিখিছে, “দেশৰ লাখ লাখ মহিলাৰ চকু আপোনালোক (লোকসভাৰ সাংসদ) আৰু আমাৰ সিদ্ধান্তৰ ওপৰত আছে।”

উল্লেখ্য যে কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বৃহস্পতিবাৰে লোকসভাত ‘নাৰী শক্তি বন্দন অধিনিয়ম’ বিধেয়ক উত্থাপন কৰাৰ পিছত বিজেপিৰ ৰাজনৈতিক লক্ষ্যত উপনীত হ’বলৈ মহিলা সংৰক্ষণ বিধেয়কৰ অধীনত লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধিৰ দৰে এটা বেলেগ বিষয় অনা হৈছে বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰে। শুকুৰবাৰে বিয়লি বিধেয়কসমূহৰ ওপৰত আলোচনাৰ অন্তত ভোটদান হোৱাৰ কথা।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: PMModi
Share4Tweet3Send

Related Posts

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

by News Desk
September 8, 2026
50
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

by News Desk
September 8, 2026
50
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

by News Desk
September 8, 2026
50
Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ
National-International

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

by News Desk
September 8, 2026
50
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম
National-International

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

by News Desk
September 8, 2026
50
Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম
National-International

Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

by News Desk
September 8, 2026
50
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
50
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
50
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
50
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d