ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

News Desk by News Desk
April 24, 2026
Reading Time: 1 min read
A A
0
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

RELATED POSTS

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

New Logo Smal 2 | ASSAM TIMES POST

‎মেইতেই আৰু কুকি সাম্প্ৰদায়িক হিংসাৰ পিছত মণিপুৰ (Manipur)ত হিংসাৰ আন এক সমীকৰণ লাহে লাহে সন্মুখলৈ আহিছে। পাহাৰীয়া সেনাপতি, উখৰুল আৰু কাংপোকপী জিলাত দুটা খ্ৰীষ্টান জনজাতীয় গোট নাগা আৰু কুকিসকলৰ মাজত উত্তেজনা (Tension between Naga and Kuki) বৃদ্ধি পাইছে। ১৮ এপ্ৰিলত উখৰুল জিলাৰ (Ukhraul District) ২০২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত টিএম কাচুম অঞ্চলত সন্ত্ৰাসবাদীয়ে অসামৰিক লোকৰ এখন বাহনৰ ওপৰত নিৰ্বিচাৰভাৱে গুলীচালনা কৰাত দুজন নগা গাওঁবাসী নিহত (Two Naga villagers killed) হৈছিল।

manipur 1 | ASSAM TIMES POST
মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

নগা ষ্টুডেণ্টছ ফেডাৰেচনে (এনএছএফ) বৃহস্পতিবাৰে তেওঁলোকৰ স্মৃতিত আৰু ন্যায়ৰ বাবে মমবাতি জ্বলোৱাৰ সমাগম অনুষ্ঠিত কৰিছিল। সমাৱেশে কুকি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল। ৰেলীত বক্তব্য ৰাখি এনএছএফৰ সভাপতি মেটেই চুডিঙে কয়, “এই কাৰ্যসূচী কেৱল শোকৰ অভিব্যক্তি নহয়, কিন্তু অন্যায়ৰ বিৰুদ্ধে এক সামূহিক স্থিতি।

তেওঁ কয় যে এনএছএফে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। এই বছৰৰ জানুৱাৰীত মণিপুৰ পাৰ্বত্য অঞ্চলত দুয়োটা গোটৰ মাজত উত্তেজনা বৃদ্ধি পাইছিল। ২৬ জানুৱাৰী গণৰাজ্য দিৱসত কুকিসকলৰ কেইবাটাও ঘৰত জুই লগাই দিয়া হৈছিল। পিছত নগাৰ এটা বিদ্ৰোহী গোট জেলিয়াংৰং ইউনাইটেড ফ্ৰণ্টে ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰিছিল। অৱশ্যে বিদ্ৰোহীসকলে দাবী কৰিছিল যে ঘৰবোৰ আফিং খেতিৰ বাবে ব্যৱহাৰ কৰা হৈছিল। তেতিয়াৰ পৰা কুকি সন্ত্ৰাসবাদীয়ে অহৰহ নগাসকলক লক্ষ্য কৰি আহিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ManipurTension
Share4Tweet3Send

Related Posts

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

by News Desk
September 18, 2026
55
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
52
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
56
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

by News Desk
September 11, 2026
52
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
52
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
NORTHEAST

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

by News Desk
August 31, 2026
60
ADVERTISEMENT
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
57
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
52
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026
51
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d