ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

News Desk by News Desk
May 9, 2026
Reading Time: 1 min read
A A
0
PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) পশ্চিমবংগৰ (West Bengal) জনসাধাৰণৰ সন্মুখত আঁঠুকাঢ়ি সেৱা (Dedicated service in front of the general public) লয়। তেওঁ ৰাজ্যৰ প্ৰথমখন বিজেপি চৰকাৰৰ শপত গ্ৰহণ উপলক্ষে ব্ৰিগেড খেলপথাৰত উপস্থিত থাকে। কোনো সুকীয়াকৈ ভাষণ নিদিয়াকৈয়ে মোদীয়ে পশ্চিমবংগৰ জনসাধাৰণক প্ৰণাম জনাই শ্ৰদ্ধা জ্ঞাপন কৰে। সেই ভিডিঅ’ তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰকাশ পাইছে। ব্ৰিগেডৰ মঞ্চত উপস্থিত হোৱাৰ লগে লগে মোদীয়ে প্ৰথমে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ছবিতক পুষ্পাঞ্জলি কৰি শ্ৰদ্ধাঞ্জলি জনায়। লগতে তেওঁ বিশ্বকবিক হাতযোৰ কৰি প্ৰণাম কৰে। আজি হৈছে ২৫ ব’হাগ শনিবাৰ, ৰবীন্দ্ৰ জয়ন্তী। একাংশৰ মতে, সেই কথা মনত ৰাখিয়েই বিজেপি চৰকাৰৰ শপত গ্ৰহণৰ বাবে এই দিনটো বাছি লোৱা হয়। মঞ্চত মোদীৰ শ্ৰদ্ধাঞ্জলিয়ে সেই কথা পৃথকে প্ৰতিফলিত কৰিছে। ইয়াৰ পিছত মোদীয়ে মঞ্চৰ মাজলৈ গৈ ৰাইজৰ সন্মুখত আঁঠু লৈ প্ৰণাম কৰে। এই ভিডিঅ’টো ফেচবুকত পোষ্ট কৰি তেওঁ লিখিছে, “পশ্চিমবংগৰ জনসাধাৰণৰ আগত মই মোৰ শিৰ নত কৰিছোঁ।”

২৯৪ খন (২৯৩ খন আসনত নিৰ্বাচন) আসনৰ পশ্চিমবংগ বিধানসভাত ২০৭ খন আসন লাভ কৰি বিজেপি ক্ষমতালৈ আহিছে। ৰাজ্যখনত বিজেপিয়ে আগতে কেতিয়াও চৰকাৰ গঠন কৰিব পৰা নাছিল। মোদীৰ প্ৰধানমন্ত্ৰিত্বৰ সময়ছোৱাত সৰ্বভাৰতীয় পৰ্যায়ত বিজেপিয়ে এক সুকীয়া উচ্চতা লাভ কৰিছে। অৱশ্যে পশ্চিমবংগৰ বিজয়ৰ তাৎপৰ্য বেলেগ। মোদীৰ কাৰ্যকালত বিজেপিৰ পূৰ্বৰ সংগঠন জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামা প্ৰসাদ মুখাৰ্জীৰ ভূমিত প্ৰথমখন বিজেপি চৰকাৰ গঠন হ’ল।

modi 1 | ASSAM TIMES POST
মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

পশ্চিমবংগৰ বিজয়ক উজ্জ্বল কৰি তুলিবলৈ মোদীয়ে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা বঙালী সাজ-পোছাক পৰিধান কৰে। ধূতি আৰু পাঞ্জাবী পৰিধান কৰি দিল্লীৰ পৰা ভাষণ দিয়ে। এইবাৰো কলকাতালৈ আহি ৰাইজৰ আগত প্ৰণাম কৰে। শনিবাৰে পুৱা প্ৰায় ১০ বজাত কলকাতা বিমানবন্দৰত অৱতৰণ কৰে মোদীৰ বিমান। তাৰ পৰা হেলিকপ্টাৰেৰে ৰেচ কোৰ্চ পায়গৈ। ৰেচ কোৰ্চৰ পৰা গাড়ীৰে ব্ৰিগেডলৈ যায়। ইয়াৰ পিছত তেওঁ এখন মুকলি টপ গাড়ীত উঠি ব্ৰিগেডৰ মঞ্চলৈ আহে। সেই সময়ত পশ্চিমবংগ বিজেপিৰ ৰাজ্যিক সভাপতি সৌমিক ভট্টাচাৰ্য আৰু মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী মোদীৰ লগত আছিল। বিজেপিৰ শপতগ্ৰহণৰ সাক্ষী হ’বলৈ ব্ৰিগেডত এক বিশাল জনসমাগম হয়।

ৰাইজৰ আগত হাত জোকাৰি মঞ্চত উঠে মোদী। মোদীৰ আগমনৰ সময়ত ব্ৰিগেডৰ মঞ্চত উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইয়াৰ উপৰি ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপিৰ বহু শীৰ্ষ নেতা উপস্থিত থাকে। বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল বিশেষ অতিথি হিচাপে কলকাতালৈ আহে। ইয়াৰ ভিতৰত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি নীতিন নবীন, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা এনচিপি নেতা প্ৰফুল্ল পেটেল, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধাৰী, চিৰাগ পাছোৱান, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডা, স্মৃতি ইৰাণী, শিৱৰাজ সিং চৌহান, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ, অগ্নিমিত্ৰ পাল, মিথুন চক্ৰৱৰ্তী আদি প্ৰধান।

Tags: PMModiWB
Share4Tweet3Send

Related Posts

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

by News Desk
June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

by News Desk
June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

by News Desk
June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

by News Desk
June 30, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

by News Desk
June 30, 2026
50
Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত
National-International

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

by News Desk
June 30, 2026
50
ADVERTISEMENT
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
50
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

July 1, 2026
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx