ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী

News Desk by News Desk
May 9, 2026
Reading Time: 1 min read
A A
0
ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ

PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

Tamil Nadu political crisis । তামিল ৰাজনৈতিক সংঘাত, সংসদত কংগ্ৰেছৰ সৈতে একেলগে নবহে ডিএমকে সাংসদ

শনিবাৰে পুৱা পঞ্জাবৰ মন্ত্ৰী (Minister of Punjab) সঞ্জীৱ অৰোৰা (Sanjiv Arora)ৰ বাসগৃহত ইডিয়ে অভিযান (Raid at home) চলায়। তদন্তকাৰী সংস্থাটোৰ সূত্ৰ অনুসৰি, এই তালাচী অভিযান মন্ত্ৰীগৰাকী আৰু তেওঁৰ একাংশ সহযোগীৰ বিৰুদ্ধে আৰ্থিক জালিয়াতিৰ গোচৰৰ সৈতে জড়িত। এবছৰৰ ভিতৰত তিনিবাৰকৈ মন্ত্ৰীগৰাকীৰ বাসগৃহ আৰু কেইবাটাও ঠিকনাত অভিযান চলাইছে ইডিয়ে।

pun 1 | ASSAM TIMES POST
২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী

উল্লেখ্য যে এমাহত দুবাৰকৈ ইডিয়ে অনুসন্ধান অভিযান চলাইছে। শনিবাৰেও তদন্তকাৰী সংস্থাটোৱে মন্ত্ৰীগৰাকীৰ বাসগৃহকে ধৰি চাৰিটা ঠিকনাত তালাচী অভিযান চলায়। যোৱা এপ্ৰিল মাহতো মন্ত্ৰী অৰোৰাৰ কেইবাটাও ঠিকনাত অনুসন্ধান অভিযান চলোৱা হয়। সূত্ৰ অনুসৰি, সেই সময়ত চণ্ডীগড় আৰু দিল্লী-এনচিআৰত মন্ত্ৰীগৰাকীৰ কেইবাটাও ঠিকনাত তালাচী চলোৱা হৈছিল। শনিবাৰে ইডিৰ তালাচী অভিযান সন্দৰ্ভত পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয়, “বিজেপিয়ে কেন্দ্ৰীয় সংস্থাটোক অপব্যৱহাৰ কৰিছে।

আজিও বিজেপিৰ ইডিয়ে সঞ্জীৱ অৰোৰাৰ ঘৰত অভিযান চলাইছে। এবছৰৰ ভিতৰত তৃতীয়বাৰৰ বাবে ইডি অৰোৰাৰ ঘৰলৈ গৈছে। কিন্তু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে অনুসন্ধান অভিযানত একো নাপালে।” কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী মানে। তেওঁ কয় যে ইডি আৰু বিজেপিয়ে মিলি ইয়াৰ ষড়যন্ত্ৰ কৰিছে। ২০২৪ চনত লুধিয়ানা (পশ্চিম)ৰ বিধায়কগৰাকীৰ বিৰুদ্ধে আৰ্থিক অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছিল। জানিব পৰা মতে, শনিবাৰে ইডিৰ দলটোৱে দিল্লী, গুৰুগ্ৰাম আৰু চণ্ডীগড়ত তালাচী অভিযান চলায়।

Tags: EDraidPunjab
Share4Tweet3Send

Related Posts

Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ
National-International

by News Desk
May 9, 2026
50
PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
National-International

PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

by News Desk
May 9, 2026
50
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

Tamil Nadu political crisis । তামিল ৰাজনৈতিক সংঘাত, সংসদত কংগ্ৰেছৰ সৈতে একেলগে নবহে ডিএমকে সাংসদ

by Staff Reporter
May 9, 2026
50
Cornel Sofia row I কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ ওপৰত মন্তব্য আগবঢ়োৱা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত বিলম্ব, মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

New CDS I এন এছ ৰাজা সুব্ৰমণিয়াম দেশৰ নতুন সেনাপ্ৰধান, পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ নামো ঘোষণা

Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ

ADVERTISEMENT
Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ
National-International

Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ

May 9, 2026
50
ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী
National-International

ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী

May 9, 2026
50
PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
National-International

PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

May 9, 2026
50
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

Tamil Nadu political crisis । তামিল ৰাজনৈতিক সংঘাত, সংসদত কংগ্ৰেছৰ সৈতে একেলগে নবহে ডিএমকে সাংসদ

May 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ

Shiva Temple : ‎তেলেংগানাত ৮০০ বছৰীয়া শিৱ মন্দিৰ ভাঙি বিদ্যালয় নিৰ্মাণ

May 9, 2026
ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী

ED raid Punjab : ২০ খন গাড়ী লৈ দলে-বলে গৈ পঞ্জাবৰ মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী

May 9, 2026
PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

PM Modi : মঞ্চৰ পৰা পশ্চিমবংগৰ জনশক্তিক আঁঠুকাঠি সেৱা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

May 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT