ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi I দেশত জৰুৰী অৱস্থা? ইন্ধন আৰু খোৱা তেলৰ ব্যৱহাৰ কমাবলৈ, সোণৰ গহনা কিনা বন্ধ কৰিবলৈ মোদীৰ আহ্বান

Staff Reporter by Staff Reporter
May 11, 2026
Reading Time: 1 min read
A A
0
Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi) কৰোনা যুগৰ কথা মনত পেলাই দেশবাসীক পুনৰ ঘৰৰ পৰাই কাম কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে উল্লেখ কৰে যে পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিয়ে ভাৰতত ‘গভীৰ প্ৰভাৱ’ পেলাইছে।
PM Modi I
ইন্ধন আৰু খোৱা তেলৰ ব্যৱহাৰ কমাবলৈ, সোণৰ গহনা কিনা বন্ধ কৰিবলৈ মোদীৰ আহ্বান:

এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক অনুৰোধ জনায় যে দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ৰাহি কৰিবলৈ পেট্ৰ’ল-ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগে। লগতে তেওঁ ৰন্ধন প্ৰণালীত ব্যৱহাৰ কৰা তেল কম ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়।

এই সামগ্ৰীসমূহৰ এটা বৃহৎ অংশ পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ, খোৱা তেল, সোণ, তাম, ৰাসায়নিক সাৰ আদি ভাৰতে বহিঃৰাষ্ট্ৰৰ পৰা আমদানি কৰিবলগীয়া হয়। দেশৰ বৈদেশিক মুদ্ৰাৰ মজুতত হেঁচা পৰিছে। বৰ্তমানৰ পৰিস্থিতিয়ে বিশ্বজুৰি এই সামগ্ৰীসমূহৰ যোগানৰ ওপৰত প্ৰভাৱ পেলাইছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি পাইছে দাম।

এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক এই সামগ্ৰীসমূহ পৰিমিতভাৱে ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়। মোদীয়ে দেশবাসীক আগন্তুক এবছৰৰ বাবে বিদেশ ভ্ৰমণ বন্ধ কৰিবলৈ আহ্বান জনায়। তেওঁৰ অনুৰোধ যে ঘৰতে যি অনুষ্ঠান অনুষ্ঠিত নহওক কিয়, এবছৰৰ বাবে কোনো সোণৰ গহনা কিনিব নালাগে।

লগতে কৃষকৰ কৃষিভূমিত ৰাসায়নিক সাৰৰ ব্যৱহাৰ আধালৈ হ্ৰাস কৰিবলৈ অনুৰোধ জনায়। দেওবাৰে তেলেংগানাৰ ছিকন্দৰাবাদত এক সমাৱেশত ভাষণ দি মোদীয়ে কয়, “ভাৰত কেতবোৰ ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কৰোনাকালত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ যোগান শৃংখলে এক বৃহৎ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছিল।

কৰোনাৰ পিছত ইউক্ৰেইনত যুদ্ধ আৰম্ভ হৈছিল। ইয়াৰ ফলত বিশ্বৰ সমস্যা আৰু অধিক বৃদ্ধি পাইছিল। খাদ্য, ইন্ধন আৰু সাৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে। যোৱা পাঁচ-ছয় বছৰ ধৰি আমাৰ চৰকাৰে অবিৰত প্ৰচেষ্টা চলাই আহিছে। ভাৰতত বৃহৎ তেলৰ কূপ নাই।

আমি নিজৰ প্ৰয়োজনৰ বাবে পেট্ৰ’ল, ডিজেল, গেছ আন দেশৰ পৰা বৃহৎ পৰিমাণে আমদানি কৰিব লাগিব। যুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে পেট্ৰ’ল, ডিজেল, গেছ, সাৰৰ দাম বৃদ্ধি পাইছে। চুবুৰীয়া দেশসমূহৰ পৰিস্থিতি কেনেকুৱা হৈছে আপোনালোকে বাতৰিকাকতত দেখিব পাৰে।”

প্ৰধানমন্ত্ৰীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ যোগান শৃংখলত অবিৰত সংকটজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পৰিস্থিতিত চৰকাৰে যিমানেই চেষ্টা নকৰক কিয় সমস্যা বাঢ়ি গৈ থাকে।

সেয়েহে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সমগ্ৰ দেশবাসীক একত্ৰিতভাৱে যুঁজিবলৈ মোদীয়ে আহ্বান জনায়। তেওঁ কয়, “দেশৰ বাবে মৃত্যু কেৱল দেশপ্ৰেম নহয়। দেশৰ বাবে জীয়াই থকা আৰু দেশৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰাটোও দেশপ্ৰেম।” বিশ্ব অশান্তিৰ এই মুহূৰ্তত দেশক মনত ৰাখি দৃঢ়তাৰে আহ্বান জনায় মোদীয়ে।

Tags: ইন্ধন আৰু খোৱা তেলৰ ব্যৱহাৰ কমাবলৈদেশত জৰুৰী অৱস্থা?মোদীৰ আহ্বানসোণৰ গহনা কিনা বন্ধ কৰিবলৈ
Share4Tweet3Send

Related Posts

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

by News Desk
June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

by News Desk
June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

by News Desk
June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

by News Desk
June 30, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

by News Desk
June 30, 2026
50
Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত
National-International

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

by News Desk
June 30, 2026
50
ADVERTISEMENT
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
50
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

July 1, 2026
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx