ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Chandranath murder case I শুভেন্দুৰ সহায়ক চন্দ্ৰনাথৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্বত চিবিআই

Staff Reporter by Staff Reporter
May 12, 2026
Reading Time: 1 min read
A A
0
Chandranath murder case I শুভেন্দুৰ সহায়ক চন্দ্ৰনাথৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্বত চিবিআই

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথৰ হত্যাকাণ্ডৰ (Chandranath Murder Case) তদন্তৰ দায়িত্ব চিবিআয়ে গ্ৰহণ কৰিছে। এই তদন্তৰ বাবে ৰাজ্য আৰক্ষীয়ে চিবিআইৰ নাম পৰামৰ্শ কৰিছিল। মঙলবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে।

IMG 20260512 130316 | ASSAM TIMES POST
Oplus_131072

এই তদন্তৰ বাবে এটা বিশেষ তদন্তকাৰী দল (Special Investigation Team) গঠন কৰা হ’ব বুলি চিবিআয়ে এক বিবৃতিত প্ৰকাশ কৰিছে। এই দলটোৱে কলকাতা মণ্ডলৰ যুটীয়া সঞ্চালকৰ অধীনত কাম কৰিব। চিবিআইৰ সূত্ৰ অনুসৰি, যুটীয়া সঞ্চালকে কলকাতা মণ্ডলৰ পৰা বিষয়া নিযুক্তি দিব।

তদন্তৰ বাবে প্ৰয়োজন অনুসৰি নিযুক্তি দিয়া হ’ব বিষয়া। চন্দ্ৰনাথৰ হত্যাকাণ্ডৰ গোচৰত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা তিনিজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ নাম হ’ল মায়ংকৰাজ মিশ্ৰ, বিকি মৌৰ্য আৰু ৰাজ সিং। জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ ভিতৰত এজন পেছাদাৰী শ্বুটাৰো আছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, বিহাৰৰ বক্সাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মায়ংক আৰু বিকিক। উত্তৰ প্ৰদেশৰ বালিয়াৰ পৰা ৰাজক গ্ৰেপ্তাৰ কৰা হয়। পিটিআইৰ সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰ হোৱা লোককেইজনক ১৩ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে। চন্দ্ৰনাথৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন কৰা এছআইটিত এছটিএফ আৰু ৰাজ্যিক আৰক্ষীৰ চিআইডিৰ বিষয়াও আছে।

তদন্তকাৰীৰ প্ৰাৰম্ভিক অনুমান অনুসৰি, হত্যাকাণ্ডত ব্যৱহৃত গাড়ীখন ঝাৰখণ্ডৰ পৰা অনা হৈছিল। গাড়ীখনৰ পৰাই বালি টোল প্লাজালৈ অনলাইনত পইচা পঠিওৱা হৈছিল। সূত্ৰসমূহে জনোৱা মতে, সেই সূত্ৰৰ ভিত্তিত অভিযুক্তৰ সন্ধান আৰম্ভ হৈছিল।

ৰাজ্যিক আৰক্ষীৰ এছআইটিৰ এজন সদস্যই পিটিআইক জনোৱা মতে, প্ৰযুক্তি, ডিজিটেল ট্ৰেকিং আৰু অন্যান্য সূত্ৰৰ সহায়ত বিহাৰ আৰু উত্তৰ প্ৰদেশত অভিযান চলোৱা হৈছিল। এইবাৰ চিবিআয়ে এই ঘটনাৰ তদন্ত কৰিব। ইয়াৰ পূৰ্বে তৃণমূল কংগ্ৰেছে আদালতৰ তত্ত্বাৱধানত ঘটনা সন্দৰ্ভত চিবিআইৰ তদন্তৰ দাবী জনাই এক বিবৃতি প্ৰকাশ কৰিছিল।

উল্লেখ্য যে যোৱা ৬ মে’ৰ নিশা মধ্যমগ্ৰামত গুলীয়াই হত্যা কৰিছিল চন্দ্ৰনাথক। চন্দ্ৰনাথৰ গাড়ীৰ সন্মুখত আন এখন চাৰিচকীয়া বাহন আহিছিল। ফলত চন্দ্ৰনাথৰ গাড়ীখন ৰৈ যায়। সেই সময়তে দুয়োফালৰ পৰা দুখন বাইকত উঠি দুষ্কৃতিকাৰী আহি চন্দ্ৰনাথ আৰু তেওঁৰ ড্ৰাইভাৰক গুলীচালনা কৰে। থিতাতে মৃত্যু হয় চন্দ্ৰনাথৰ। তেওঁৰ ড্ৰাইভাৰ এতিয়াও চিকিৎসালয়ত আছে।

Tags: তদন্তৰ দায়িত্বত চিবিআইশুভেন্দুৰ সহায়ক চন্দ্ৰনাথৰ হত্যাকাণ্ডৰ
Share4Tweet3Send

Related Posts

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

by News Desk
June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

by News Desk
June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

by News Desk
June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

by News Desk
June 30, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

by News Desk
June 30, 2026
50
Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত
National-International

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

by News Desk
June 30, 2026
50
ADVERTISEMENT
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
50
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx