ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

News Desk by News Desk
May 12, 2026
Reading Time: 1 min read
A A
0
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

আবুধাবি (Abu Dhabi) অভিমুখী ইতিহাদৰ বিমানত অগ্নিকাণ্ড (Fire on plane)। মঙলবাৰে পুৱা চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ সময়তে বিমানখনৰ ডেউকাত জুই লাগে। ঘটনাৰ পিছতে আতংকিত হৈ পৰে যাত্ৰীসকল। এই ঘটনা লক্ষ্য কৰাৰ লগে লগে পাইলটে বিমান পৰিবহণ নিয়ন্ত্ৰণৰ সৈতে যোগাযোগ কৰে। লগে লগে বিমানখনৰ যাত্ৰা বাতিল কৰা হয়। বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, বিমানখনত ২৮০ জন যাত্ৰী আছিল।

f | ASSAM TIMES POST
আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

পাইলটে প্ৰথমে এই বিষয়টো লক্ষ্য কৰিছিল। সতৰ্কতামূলক ব্যৱস্থা হিচাপে বাতিল কৰা হয় বিমানখন। ক্ষন্তেকতে যাত্ৰীসকলক বিমানৰ পৰা নমাই আন স্থানলৈ স্থানান্তৰিত কৰা হয়। বিমানখনত অগ্নিকাণ্ডৰ খবৰ পাই কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়। কেইবা মিনিটৰ চেষ্টাৰ অন্তত নিয়ন্ত্ৰণলৈ অনা হয় জুই। কিন্তু এই ঘটনাত কোনো বৃহৎ ক্ষতি বা প্ৰাণহানি হোৱা নাই।

তৎকালীন ব্যৱস্থা লোৱাৰ বাবে এটা ডাঙৰ বিপদ ৰোধ কৰা সম্ভৱ হয়। অৱশ্যে বিমানখনৰ ক্ষতিসাধন হয়। বিমানখনৰ উইঙত কেনেদৰে জুই লাগিল তাৰ তদন্ত অব্যাহত আছে। আতংকিত যাত্ৰীসকলে কয় যে যাত্ৰাত এক বৃহৎ দুৰ্যোগৰ পৰা ৰক্ষা পৰে, কাৰণ তেওঁলোকে টেক-অফৰ ঠিক সময়তে জুই লক্ষ্য কৰিছিল। লগতে কয় যে যদি এই ঘটনাটো আকাশৰ মাজত সংঘটিত হ’লহেঁতেন তেন্তে ই এক বৃহৎ দুৰ্যোগ হ’ব পাৰিলেহেঁতেন। কিন্তু পাইলটৰ ক্ষীপ্ৰ পদক্ষেপে দুৰ্যোগ ৰোধ কৰিলে। অৱশ্যে বিমান সংস্থাটোৰ কোনো প্ৰতিক্ৰিয়া পোৱা হোৱা নাই।

Tags: AbuDhabiFlightfire
Share4Tweet3Send

Related Posts

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

by News Desk
June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

by News Desk
June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

by News Desk
June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

ADVERTISEMENT
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT