ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Gold custom duty hike : সোণ-ৰূপৰ বজাৰত লাগিব জুই, সোণ-ৰূপৰ আমদানি শুল্ক আঢ়ৈগুণ বৃদ্ধি কেন্দ্ৰৰ

News Desk by News Desk
May 13, 2026
Reading Time: 1 min read
A A
0
Gold custom duty hike : সোণ-ৰূপৰ বজাৰত লাগিব জুই, সোণ-ৰূপৰ আমদানি শুল্ক আঢ়ৈগুণ বৃদ্ধি কেন্দ্ৰৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক

‎ভুৱা নথি দেখুৱাই মিজোৰামৰ কাৰাগাৰৰ পৰা পলায়ন ১৭ কয়দীৰ ‎

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক আগন্তুক এবছৰলৈ সোণ-ৰূপ ক্ৰয় নকৰিবলৈ আহ্বান জনোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত অৰ্থাৎ বুধবাৰৰ পৰা কেন্দ্ৰই সোণ আৰু ৰূপৰ (Gold and silver) আমদানি শুল্ক (Import duty) এবাৰতে ৯ শতাংশ পইণ্ট বৃদ্ধি (9 percent point increase) কৰে। পূৰ্বে এই দুবিধ ধাতুৰ আমদানিৰ ওপৰত ৬ শতাংশ শুল্ক আৰোপ কৰা হৈছিল। এইবাৰ ১৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰৰ এই সিদ্ধান্তৰ বাবে সোণ-ৰূপৰ মূল্য একে সময়তে যথেষ্ট বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে সোণৰ ব্যৱসায়ীসকলে। সোণ আৰু ৰূপৰ ওপৰত ১০ শতাংশ আমদানি শুল্ক আৰু ৫ শতাংশ কৃষি আন্তঃগাঁথনি আৰু উন্নয়নৰ চেছ আৰোপ কৰা হৈছে। ফলত আমদানি শুল্ক ডেৰ-দুগুণ বৃদ্ধি পাইছে। এই সিদ্ধান্তৰ বাবে সোণৰ আমদানি হ্ৰাস পাব বুলি কেন্দ্ৰ আশাবাদী। তেওঁলোকৰ মতে, বাণিজ্যিক ঘাটি হ্ৰাস পাব আৰু ডলাৰৰ বিপৰীতে টকাৰ পতনতো ৰোধ কৰা হ’ব।

উল্লেখ্য যে ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম সোণৰ গ্ৰাহক। দেশত সোণৰ চাহিদা পূৰণৰ বাবে হালধীয়া ধাতুবিধ বিপুল পৰিমাণে আমদানি কৰিবলগা হয়। ইয়াৰ উপৰি দেশত সোণৰ বিনিয়োগৰ চাহিদাও বহুগুণ বৃদ্ধি পাইছে। কেন্দ্ৰৰ এই সিদ্ধান্ত সকলো দিশ বিবেচনা কৰি লোৱা বুলি ধাৰণা কৰা হৈছে। সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক এবছৰৰ বাবে সোণ ক্ৰয় বন্ধ কৰিবলৈ আহ্বান জনায়। লগতে দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত (forex) ৰাহি কৰিবলৈও কয়। কিন্তু এই পদক্ষেপৰ কথা কিয় উল্লেখ কৰিলে মোদীয়ে?

gold1 | ASSAM TIMES POST
সোণ-ৰূপৰ বজাৰত লাগিব জুই, সোণ-ৰূপৰ আমদানি শুল্ক আঢ়ৈগুণ বৃদ্ধি কেন্দ্ৰৰ

বিষয়টোৰ সৈতে পৰিচিত মহলে কয় যে কেন্দ্ৰীয় চৰকাৰে সাম্প্ৰতিক পৰিস্থিতিত বহিঃৰাষ্ট্ৰৰ পৰা সোণ আমদানি কৰাত ব্যয় কৰা বৈদেশিক মুদ্ৰাৰ পৰা ধন ঘটাৰ চেষ্টা চলাইছে। এপ্ৰিল মাহৰ শেষ সপ্তাহত (১ মে’লৈকে) ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত ৭৭৯.৪ মিলিয়ন মাৰ্কিন ডলাৰ হ্ৰাস পাইছে, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ৭৪ হাজাৰ কোটি টকা। ফলত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত এতিয়া ৬৯,০৬৯.৩ মিলিয়ন মাৰ্কিন ডলাৰ, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ৬৫ লাখ ২৪ হাজাৰ কোটি টকা।

বিশ্বৰ ভিতৰতে সোণ ক্ৰয়ৰ ক্ষেত্ৰত ভাৰতবৰ্ষই আগশাৰীৰ দেশ। প্ৰতি বছৰে দেশৰ জনসাধাৰণে ৭০০ৰ পৰা ৮০০ টন সোণ ক্ৰয় কৰে। কিন্তু দেশত মাত্ৰ একৰ পৰা দুটন সোণহে উৎপাদন হয়। অৰ্থাৎ প্ৰয়োজনীয় সোণৰ ৯০ শতাংশ বিদেশৰ পৰা আমদানি কৰিব লাগে। সোণ আমদানি কৰাত বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা ব্যয় কৰা হয়। তদুপৰি পশ্চিম এছিয়াৰ সংঘাতৰ বাবে তেলৰ মূল্য বৃদ্ধি পাইছে। আমদানিৰ খৰচো বৃদ্ধি পাইছে। আমদানি-ৰপ্তানি ব্যৱস্থাত অস্থিৰতা দেখা গৈছে। সোণ আমদানিৰ ব্যয়ো বৃদ্ধি পাইছে। ফলত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুতৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছে আৰু সেই কাৰণেই প্ৰধানমন্ত্ৰীয়ে দেশবাসীক এবছৰৰ বাবে সোণ ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ কৰা বুলি ধাৰণা কৰা হৈছে।

Tags: Goldcustomdutyhike
Share4Tweet3Send

Related Posts

TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ
National-International

TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

by News Desk
May 13, 2026
50
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক

by News Desk
May 13, 2026
50
Corruption Exposed: Bajali Assistant Commissioner Arrested in Bribery Sting
National-International

‎ভুৱা নথি দেখুৱাই মিজোৰামৰ কাৰাগাৰৰ পৰা পলায়ন ১৭ কয়দীৰ ‎

by Staff Reporter
May 13, 2026
50
Sonia Gandhi Elected to Rajya Sabha : ৰাজ্যসভালৈ নিৰ্বাচিত ছোনিয়া গান্ধী
National-International

‎অসুস্থ ছোনীয়া গান্ধী I কেৰালাম ভ্ৰমণ বাতিল কৰি দিল্লীলৈ আহিল ৰাহুল

by Staff Reporter
May 13, 2026
50
‎ইৰাণ যুদ্ধৰ মাজতে চীনৰ শৰণাপন্ন ট্ৰাম্প I বেইজিঙলৈ ৰাওনা মাৰ্কিন ৰাষ্ট্ৰপতি
National-International

‎ইৰাণ যুদ্ধৰ মাজতে চীনৰ শৰণাপন্ন ট্ৰাম্প I বেইজিঙলৈ ৰাওনা মাৰ্কিন ৰাষ্ট্ৰপতি

by Staff Reporter
May 13, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET paper leak । প্ৰশ্নকাকত ফাদিল চক্ৰত প্ৰায় ১০০ কোটি টকাৰ লেনদেন; বিক্ৰীৰ বাবে আছে পাইকাৰী বজাৰ, খুচুৰা ব্যৱসায়ো

by Staff Reporter
May 13, 2026
50
ADVERTISEMENT
TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ
National-International

TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

May 13, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

May 13, 2026
50
CBSE 12th result : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা
EDUCATION

CBSE 12th result : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

May 13, 2026
50
Gold custom duty hike : সোণ-ৰূপৰ বজাৰত লাগিব জুই, সোণ-ৰূপৰ আমদানি শুল্ক আঢ়ৈগুণ বৃদ্ধি কেন্দ্ৰৰ
National-International

Gold custom duty hike : সোণ-ৰূপৰ বজাৰত লাগিব জুই, সোণ-ৰূপৰ আমদানি শুল্ক আঢ়ৈগুণ বৃদ্ধি কেন্দ্ৰৰ

May 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

May 13, 2026
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

May 13, 2026
CBSE 12th result : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

CBSE 12th result : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

May 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx