ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

Staff Reporter by Staff Reporter
May 14, 2026
Reading Time: 1 min read
A A
0
Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

PM Modi । কয়লা ভিত্তিক গেছ উৎপাদনত গুৰুত্ব চৰকাৰৰ, ৩৭,৫০০ কোটিৰ প্ৰকল্পত সেউজ সংকেত

অৱশেষত কংগ্ৰেছে ঘোষণা কৰিলে কেৰালাৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই দক্ষিণৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে ভি ডি সতীশনক নিৰ্বাচন কৰে।

Kerala new CM I
১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ:

বৃহস্পতিবাৰে দিল্লীত এক সংবাদমেলযোগে কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা কেৰালাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপা দাসমুঞ্চীয়ে সতীশনৰ নাম ঘোষণা কৰে। তেওঁৰ লগত আছিল কংগ্ৰেছ নেতা অজয় মাকেন, মুকুল ৱাছনিক আৰু জয়ৰাম ৰমেশ।

কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁট ইউডিএফে কেৰালাত ১০২ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু ভোটগণনাৰ ১০ দিন পাছতো ৰাজ্যখনত কোন মুখ্যমন্ত্রী হ’ব সেয়া কংগ্রেছ নেতৃত্বই সিদ্ধান্ত ল’ব পৰা নাছিল৷

বিগত বিধানসভাৰ বিৰোধী দলপতি সতীশনৰ উপৰি কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু জ্যেষ্ঠ নেতা ৰমেশ চেন্নীথালা মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত আছিল। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সূত্ৰই জনায় যে কংগ্ৰেছ বিধায়িনী দলে বেণুগোপালৰ নাম মুখ্যমন্ত্ৰী হিচাপে প্ৰস্তাৱ কৰিছে।

কিন্তু বিধায়কসকলৰ এটা অংশই পুনৰ দাবী উত্থাপন কৰে যে সতীশনক মুখ্যমন্ত্রী বনাব লাগে। এই ফৈদটোৰ যুক্তি আছিল যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ইউডিএফ আৰু কংগ্ৰেছৰ দুৰ্ভাগ্যজনক পৰাজয়ৰ পিছত দলটোক পুনৰ জয়ৰ পথলৈ অনা মূল ব্যক্তি সতীশনেই।

অৱশেষত কংগ্ৰেছে এই সতীশনকে বাছনি কৰে। উল্লেখ্য যে সতীশন কেইবাবাৰো বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। কেৰালাৰ এৰ্নাকুলাম জিলাৰ পৰাভুৰ সমষ্টিৰ বিধায়ক তেওঁ। দলৰ তৃণমূল কৰ্মীৰ মাজত সতীশন অতি জনপ্ৰিয়।

উল্লেখ্য যে বুধবাৰে দিল্লীৰ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ঘৰত ৰাহুল গান্ধীকে ধৰি দলৰ শীৰ্ষ নেতাসকলে প্ৰায় ৪০ মিনিটৰ এক বৈঠকত মিলিত হয়।

ইয়াৰ পিছতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে কেৰালাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত বৃহস্পতিবাৰে ঘোষণা কৰা হ’ব। সেই অনুসৰি বৃহস্পতিবাৰে সতীশনৰ নাম কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হয়। অৱশ্যে তেওঁ কেতিয়া শপত ল’ব সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই।

Tags: কেৰালাৰ নতুন মুখ্যমন্ত্ৰীঘোষণা কংগ্ৰেছৰ১০ দিনীয়া নাটকৰ যৱনিকা
Share4Tweet3Send

Related Posts

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু
National-International

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

by Staff Reporter
May 14, 2026
50
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

by Staff Reporter
May 14, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi । কয়লা ভিত্তিক গেছ উৎপাদনত গুৰুত্ব চৰকাৰৰ, ৩৭,৫০০ কোটিৰ প্ৰকল্পত সেউজ সংকেত

by Staff Reporter
May 14, 2026
50
ভূটান চৰকাৰ, বিশ্ব বেংকৰ যুগান্তকাৰী ডৰ্জিলুং জলবিদ্যুৎ প্ৰকল্প, ৫১৫ মিলিয়ন ডলাৰৰ বিত্তীয় চুক্তিত স্বাক্ষৰ
National-International

ভূটান চৰকাৰ, বিশ্ব বেংকৰ যুগান্তকাৰী ডৰ্জিলুং জলবিদ্যুৎ প্ৰকল্প, ৫১৫ মিলিয়ন ডলাৰৰ বিত্তীয় চুক্তিত স্বাক্ষৰ

by Staff Reporter
May 14, 2026
50
Centre to ban sugar export I মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চেনিৰ ৰপ্তানি বন্ধ কৰাৰ চিন্তা কেন্দ্ৰৰ
National-International

‎যুদ্ধৰ পৰিপ্ৰেক্ষিতত চেনীৰ মূল্যত জুই লগাৰ সম্ভাৱনা ‎ ‎

by Staff Reporter
May 14, 2026
50
‎প্ৰতিদ্বন্দ্বিতা নহয়, একেলগে কাম হওক I বৈঠকত ট্ৰাম্পক ক’লে জিনপিঙে
National-International

‎প্ৰতিদ্বন্দ্বিতা নহয়, একেলগে কাম হওক I বৈঠকত ট্ৰাম্পক ক’লে জিনপিঙে

by Staff Reporter
May 14, 2026
50
ADVERTISEMENT
Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ
National-International

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

May 14, 2026
50
UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু
National-International

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

May 14, 2026
50
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

May 14, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi । কয়লা ভিত্তিক গেছ উৎপাদনত গুৰুত্ব চৰকাৰৰ, ৩৭,৫০০ কোটিৰ প্ৰকল্পত সেউজ সংকেত

May 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

May 14, 2026
UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

May 14, 2026
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

May 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx