ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ

Staff Reporter by Staff Reporter
May 15, 2026
Reading Time: 1 min read
A A
0
Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

PM Modi I আবুধাবিত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতৰ নিৰাপত্তা, শক্তি সংকটৰ ওপৰত গুৰুত্ব

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

আদিম মানুহেও দন্ত চিকিৎসাৰ বিষয়ে জানিছিল। প্ৰায় ৫৯ বছৰ আগতে মানুহে দাঁতৰ বিষ নিৰাময় কৰিব জানিছিল। শেহতীয়াকৈ কৰা এক অধ্যয়নে তাৰ আভাস দিছে।
Dentist I
আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ?:

অধ্যয়নটোত ইয়াৰ নিৰাময়ৰ বাবে কি কি কৌশল ব্যৱহাৰ কৰা হৈছিল তাৰ ধাৰণাও পোৱা গৈছে। ইমান বছৰ পূৰ্বে মানুহে যে দন্ত চিকিৎসাৰ বিষয়ে জানিছিল সেয়া ইমান দিনে বিজ্ঞানীসকল অজ্ঞাত আছিল। গৱেষকসকলে প্ৰথমে এই বিষয়ে জানিব পাৰিছিল ৰাছিয়াৰ এটা পাহাৰীয়া গুহাত প্ৰত্নতাত্ত্বিক অভিযানৰ সময়ত।

উক্ত অভিযানৰ সময়ত গুহাটোত কিছুমান জীৱাশ্ম দাঁত পোৱা গৈছিল। সেয়া আছিল মানুহৰ দাঁত। প্ৰায় এক ডজন দাঁত উদ্ধাৰ কৰা হয়। তাৰে এটা বাকীবোৰতকৈ বেলেগ আছিল। এটা দাঁতৰ ভিতৰত এটা দ ফুটা আছে। জীৱাশ্মসমূহৰ ৰেডিঅ’কাৰ্বন ডেটিং অনুসৰি ইয়াৰ বয়স প্ৰায় ৫৯ হাজাৰ বছৰ।

সেই সময়ত পৃথিৱীত কোনো নিৰ্দিষ্ট মানৱ প্ৰজাতি নাছিল। সেই সময়লৈকে আধুনিক মানুহৰ (Homo sapiens) আৱিৰ্ভাৱ হৈছিল। আকৌ নিয়াণ্ডাৰথালসকলো পৃথিৱীৰ পৰা নোহোৱা হৈ যোৱা নাছিল। কিন্তু এই দাঁতৰ জীৱাশ্ম নিয়াণ্ডাৰথেলৰ বুলি নিৰ্ণয় কৰিবলৈ গৱেষকসকলে বিশেষ অসুবিধা নাপালে। কাৰণ আধুনিক মানুহ আৰু নিয়াণ্ডাৰথেলৰ দাঁতৰ গঠন বেলেগ।

নিয়াণ্ডাৰথেলৰ মোলাৰ দাঁতৰ পাল্প চেম্বাৰ (ৰক্তবাহী নলী, স্নায়ু আৰু সংযোজক কলাৰে গঠিত অংশ। এই অংশই দাঁতৰ প্ৰতি পুষ্টি আৰু সংবেদনশীলতা প্ৰদান কৰে) পাল্প চেম্বাৰতকৈ ডাঙৰ। ইয়াৰ উপৰি যি অঞ্চলৰ পৰা দাঁত আৱিষ্কাৰ কৰা হৈছিল সেই অঞ্চলত নিয়াণ্ডাৰথেলৰ বাসস্থানৰ প্ৰমাণ ইতিমধ্যে পোৱা গৈছে।

প্ৰায় ৪৯-৭০ বছৰ আগতে উক্ত অঞ্চলটোত নিয়াণ্ডাৰথেলসকলে বাস কৰিছিল। ৰাছিয়াৰ দক্ষিণ-পশ্চিম চাইবেৰিয়াৰ আলটাই পৰ্বতমালাৰ চাগিৰস্কায়া গুহাত উদ্ধাৰ হৈছে এই দাঁত। তাতেই দাঁতবোৰ পোৱা গৈছিল। তাৰ ভিতৰত এটা দাঁত বাকীবোৰতকৈ পৃথক আছিল।

গৱেষকসকলে ইয়াৰ নাম ৰাখিছে ‘চাগিৰস্কয়া ৬৪’। দাঁতৰ ফুটাটো পাল্প চেম্বাৰলৈকে বিস্তৃত হৈ আছিল। খাদ্য চোবাই লোৱা দাঁতৰ বেছিভাগ কাষতে ফুটাটো বিয়পি পৰে। যিটো দেখাত বহুখিনি গহ্বৰৰ দৰে আছিল (ক্ষয়ৰ ফলত হোৱা ফুটা, যাৰ ফলত দাঁতৰ বিষ হয়)। ইয়াৰ আগতে এনে কোনো জীৱাশ্মৰ নমুনা পোৱা যোৱা নাছিল।

ফলত গৱেষকসকলে এই দাঁতৰ জীৱাশ্মটোৰ বিষয়ে কৌতুহলী হৈ পৰে।
গৱেষকসকলে অধিক বিশদভাৱে দাঁতটো পৰীক্ষা কৰিবলৈ ধৰে। এই গৱেষণা দলটোৰ নেতৃত্বত আছিল ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গৰ ৰাছিয়ান একাডেমী অব ছায়েন্সৰ গৱেষক আলিছা জুবোভা।

তেওঁলোকে দেখিলে যে দাঁতৰ ফুটাটোৰ চাৰিওফালে কিছুমান আঁচোৰৰ দাগ আছে। অনুমান কৰা হৈছে যে বাহিৰৰ পৰা কিবা এটা কৰাৰ ফলত এই আঁচোৰৰ চিন সৃষ্টি হৈছিল। ৰাছিয়াৰ গুহাত প্ৰত্নতাত্ত্বিক অভিযানৰ সময়ত কিছুমান চোকা শিলৰ টুকুৰা পোৱা গৈছিল। ইয়াৰ দ্বাৰা দাঁতৰ আঁচোৰবোৰ কিহৰ পৰা হ’ব পাৰে তাৰ ইংগিত পোৱা যাব পাৰে।

আলিজা আৰু তেওঁৰ সহকৰ্মীসকলে নিয়াণ্ডাৰথেলৰ দাঁতটো স্কেন কৰে। ইয়াৰ পিছত আধুনিক মানৱ সঁজুলিৰে ড্ৰিল কৰা দাঁতৰ লগত তুলনা কৰে। অধ্যয়নটোৱে ইংগিত দিয়ে যে নিয়াণ্ডাৰথেলৰ দাঁতটো কোনোবা নহয় কোনোবা প্ৰকাৰে বাহিৰৰ পৰা ‘ড্ৰিল’ (ফুটা) কৰা হৈছে।

বুধবাৰে PLOS ONE নামৰ আলোচনীখনত প্ৰকাশ পায় এই গৱেষণা পত্ৰখন। গৱেষকসকলে দাবী কৰিছে যে মানৱ বিৱৰ্তনৰ ইতিহাসত এইটোৱেই সম্ভৱতঃ দন্ত চিকিৎসাৰ আটাইতকৈ পুৰণি প্ৰমাণ। আচলতে সেই সময়ত আধুনিক মানুহৰ আৱিৰ্ভাৱ হৈছিল। কিন্তু সেই সময়ত তেওঁলোকে দাঁতৰ বিষৰ চিকিৎসাৰ কোনো কৌশল আয়ত্ত কৰিছিল নে নাই সেয়া জানিব পৰা হোৱা নাই।

অধ্যয়নটোৱে দাবী কৰিছে যে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সেই সময়ত নিয়াণ্ডাৰথেলসকলে দাঁতৰ সংক্ৰমণ বুজিব পাৰিছিল। সেই সংক্ৰমণৰ ফলত হোৱা বিষ বুজিব পাৰিছিল আৰু ইয়াৰ চিকিৎসাৰ কৌশলো আয়ত্ত কৰিছিল।

কিন্তু এটা কথা অনুমান কৰিব পাৰি যে সেই আদিম সময়ত দাঁতৰ ফুটা কৰা প্ৰক্ৰিয়াটো যথেষ্ট কষ্টদায়ক আছিল। কিন্তু এইটোও ধৰি ল’ব পাৰি যে নিয়াণ্ডাৰথেলৰ সেই বিষ সহ্য কৰাৰ ক্ষমতা আছিল। তদুপৰি দাঁতৰ ক্ষয়ৰ ধৰণলৈ চাই গৱেষকসকলে দাবী কৰে যে আদিম মানুহে চিকিৎসাৰ পিছতো সেই দাঁতটোৰে চোবাই খাবলৈ সক্ষম হৈছিল।

আলিজাই কয়, “যিজন ব্যক্তিৰ এই দাঁত আছিল, তেওঁ বিষটো ক’ৰ পৰা আহিছে সেইটো সঠিকভাৱে বুজিবলৈ সক্ষম হৈছিল। তেওঁলোকেও বুজি পাইছিল যে সেই বিষ নিৰাময় কৰাটো সম্ভৱ। আমি আগতে কোনো নিয়াণ্ডাৰথেল বা আধুনিক মানুহৰ ক্ষেত্ৰত এনেকুৱা একো দেখা নাই।”

Tags: আদিম মানুহেও জানিছিল নেকিগৱেষণাত নতুন সূত্ৰদন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ
Share4Tweet3Send

Related Posts

Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ
National-International

PM Modi I আবুধাবিত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতৰ নিৰাপত্তা, শক্তি সংকটৰ ওপৰত গুৰুত্ব

by Staff Reporter
May 15, 2026
50
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

by Staff Reporter
May 15, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

by Staff Reporter
May 15, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

by Staff Reporter
May 15, 2026
50
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

by Staff Reporter
May 15, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

by Staff Reporter
May 15, 2026
50
ADVERTISEMENT
Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ
National-International

PM Modi I আবুধাবিত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতৰ নিৰাপত্তা, শক্তি সংকটৰ ওপৰত গুৰুত্ব

May 15, 2026
50
Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ
National-International

Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ

May 15, 2026
50
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ

PM Modi I আবুধাবিত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতৰ নিৰাপত্তা, শক্তি সংকটৰ ওপৰত গুৰুত্ব

May 15, 2026
Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ

Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ

May 15, 2026
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx