ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

NEET Student suicided I ৰাজস্থানত উদ্ধাৰ নীট ছাত্ৰৰ মৃতদেহ, পৰীক্ষা বাতিলৰ পিছত মানসিকভাৱে বিধ্বস্ত হৈছিল

Staff Reporter by Staff Reporter
May 16, 2026
Reading Time: 1 min read
A A
0
হাৰিয়ানাৰ আম্বালাৰ বালানা গাঁৱত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনাঃ একেটা পৰিয়ালৰ ৬ সদস্যৰ আত্মহত্যা-

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

NEET paper leak । ঘৰত গোপনে কোচিং, হাতেৰে লিখা প্ৰশ্নকাকত বিতৰণ; নীট কেলেংকাৰীৰ ‘মাষ্টাৰমাইণ্ড’ প্ৰাক্তন অধ্যাপক

NEET row I নীট বিতৰ্কৰ কেন্দ্ৰবিন্দুত ৰাজস্থানৰ বিৱাল পৰিয়াল, ২০২৫ চনত উত্তীৰ্ণ হৈছিল একেটা পৰিয়ালৰ পাঁচজন

PM Modi I প্ৰধানমন্ত্ৰীৰ ছয়দিনীয়া বিদেশ ভ্ৰমণ, সংযুক্ত আৰব আমিৰশ্বাহীত তেল-গেছ চুক্তিত স্বাক্ষৰ মোদীৰ

ৰাজস্থানত উদ্ধাৰ হৈছে এজন নীট প্ৰাৰ্থীৰ মৃতদেহ। তেওঁৰ ঘৰৰ পৰা চিপ লোৱা অৱস্থাত মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰে। প্ৰদীপ মহীষ নামৰ যুৱকজনে এইবাৰ NEET-UG পৰীক্ষাত অৱতীৰ্ণ হৈছিল। উল্লেখ্য যে ৩ মে’ত অনুষ্ঠিত হৈছিল সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষা (NEET-UG)।
NEET Student suicided I
ৰাজস্থানত উদ্ধাৰ নীট ছাত্ৰৰ মৃতদেহ:

কিন্তু ৭ মে’ত প্ৰশ্নকাকত ফাদিলৰ বিষয়টো পোহৰলৈ আহে। ইয়াৰ পিছতে পৰীক্ষা পৰিচালনা সংস্থা নেচনেল টেষ্টিং এজেন্সীয়ে ১২ মে’ত পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে। ইফালে ছাত্ৰজনৰ পৰিয়ালৰ দাবী, পৰীক্ষাক লৈ প্ৰদীপ অতি আশাবাদী আছিল। পৰীক্ষা দিয়াৰ পিছত তেওঁ ৬৫০ নম্বৰ পাব বুলি পৰিয়ালক কৈছিল।

কিন্তু পৰীক্ষাৰ চাৰিদিন পিছত যেতিয়া প্ৰশ্নকাকত ফাদিলৰ বিষয়টো পোহৰলৈ আহে, তেতিয়া প্ৰদীপ অতিশয় চিন্তিত হৈ পৰে। কিন্তু যেতিয়া পৰীক্ষা বাতিল হয় তেতিয়া তেওঁ মানসিক ভাবে ভাঙি পৰে। কিন্তু ইয়াৰ বাবেই প্ৰদীপে এই চৰম সিদ্ধান্ত ল’ব বুলি কোনেও অনুমান কৰিব নোৱাৰিলে বুলি পৰিয়ালৰ লোকে দাবী কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, প্ৰদীপ ৰাজস্থানৰ ঝুনঝুনুৰ বাসিন্দা। কিন্তু নীটৰ বাবে প্ৰস্তুতি চলাবলৈ তেওঁ ছিকাৰত আছিল। পূৰ্বতে তেওঁ তাত কোচিং কৰিছিল। ভগ্নী আৰু ভাতৃয়েও ছিকাৰত কোচিং কৰে। আগতে তিনিওজন ভাই-ভনী একেলগে ভাড়াঘৰত আছিল।

শুকুৰবাৰে প্ৰদীপৰ ভাতৃ কোচিঙৰ বাবে গৈছিল। ভনীয়েক বাথৰুমত আছিল। কিন্তু তেওঁ ওলাই আহি দেখে যে প্ৰদীপে চিলিং ফেনৰ পৰা ওৰণি লৈ ওলমি আছে। লগে লগে ঘৰৰ মালিকক ফোন কৰে। আৰক্ষীকো খবৰ দিয়া হয়। প্ৰদীপক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু তেওঁক ৰক্ষা কৰিব পৰা নগ’ল।

প্ৰদীপৰ পিতৃ ৰাজেশ কুমাৰ মেঘৱালে কয়, “ল’ৰাটোৱে এইবাৰ বহুত ভাল পৰীক্ষা দিলে। প্ৰদীপে পৰিয়ালক কৈছিল যে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ ভাল সুযোগ আছে। তেওঁৰ ওপৰত আত্মবিশ্বাস আছিল। কিন্তু তেওঁ ইমান চৰম সিদ্ধান্ত লোৱাটো মই কল্পনা কৰিব নোৱাৰো।” ইয়াৰ পিছত তেওঁ নীটক লৈ নিজৰ খং উজাৰি দিয়ে।

Tags: পৰীক্ষা বাতিলৰ পিছত মানসিকভাৱে বিধ্বস্ত হৈছিলৰাজস্থানত উদ্ধাৰ নীট ছাত্ৰৰ মৃতদেহ
Share4Tweet3Send

Related Posts

NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

NEET paper leak । ঘৰত গোপনে কোচিং, হাতেৰে লিখা প্ৰশ্নকাকত বিতৰণ; নীট কেলেংকাৰীৰ ‘মাষ্টাৰমাইণ্ড’ প্ৰাক্তন অধ্যাপক

by Staff Reporter
May 16, 2026
50
NEET paper leak case : নিট সম্পৰ্কীয় সকলো গোচৰ একেলগে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে, এনটিএ-কেন্দ্ৰলৈ জাননী
National-International

NEET row I নীট বিতৰ্কৰ কেন্দ্ৰবিন্দুত ৰাজস্থানৰ বিৱাল পৰিয়াল, ২০২৫ চনত উত্তীৰ্ণ হৈছিল একেটা পৰিয়ালৰ পাঁচজন

by Staff Reporter
May 16, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

PM Modi I প্ৰধানমন্ত্ৰীৰ ছয়দিনীয়া বিদেশ ভ্ৰমণ, সংযুক্ত আৰব আমিৰশ্বাহীত তেল-গেছ চুক্তিত স্বাক্ষৰ মোদীৰ

by Staff Reporter
May 16, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

‎জ্যেষ্ঠ ইছলামিক ষ্টেট গোটৰ নেতাক হত্যা আমেৰিকান আৰু নাইজেৰিয়ান বাহিনীৰ ‎

by Staff Reporter
May 16, 2026
50
Smartphone sales : ‎স্মাৰ্টফোন বিক্ৰীৰ নামত দেশবাসীৰ পৰা ৬০ মিলিয়ন ডলাৰ লুট : দুই পুত্ৰক ‘অপকৰ্ম’ৰ বাবে বিপাঙত ট্ৰাম্প
National-International

Smartphone sales : ‎স্মাৰ্টফোন বিক্ৰীৰ নামত দেশবাসীৰ পৰা ৬০ মিলিয়ন ডলাৰ লুট : দুই পুত্ৰক ‘অপকৰ্ম’ৰ বাবে বিপাঙত ট্ৰাম্প

by News Desk
May 15, 2026
50
Bhojshala case : এইবাৰ মধ্যপ্ৰদেশৰ বিতৰ্কিত ভোজশালা মছজিদক মন্দিৰ ঘোষণা উচ্চ ন্যায়ালয়ৰ, মুছলমান পক্ষক বেলেগ ঠাইত নামাজ পঢ়াৰ পৰামৰ্শ
National-International

Bhojshala case : এইবাৰ মধ্যপ্ৰদেশৰ বিতৰ্কিত ভোজশালা মছজিদক মন্দিৰ ঘোষণা উচ্চ ন্যায়ালয়ৰ, মুছলমান পক্ষক বেলেগ ঠাইত নামাজ পঢ়াৰ পৰামৰ্শ

by News Desk
May 15, 2026
50
ADVERTISEMENT
হাৰিয়ানাৰ আম্বালাৰ বালানা গাঁৱত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনাঃ একেটা পৰিয়ালৰ ৬ সদস্যৰ আত্মহত্যা-
National-International

NEET Student suicided I ৰাজস্থানত উদ্ধাৰ নীট ছাত্ৰৰ মৃতদেহ, পৰীক্ষা বাতিলৰ পিছত মানসিকভাৱে বিধ্বস্ত হৈছিল

May 16, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

NEET paper leak । ঘৰত গোপনে কোচিং, হাতেৰে লিখা প্ৰশ্নকাকত বিতৰণ; নীট কেলেংকাৰীৰ ‘মাষ্টাৰমাইণ্ড’ প্ৰাক্তন অধ্যাপক

May 16, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

May 16, 2026
50
NEET paper leak case : নিট সম্পৰ্কীয় সকলো গোচৰ একেলগে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে, এনটিএ-কেন্দ্ৰলৈ জাননী
National-International

NEET row I নীট বিতৰ্কৰ কেন্দ্ৰবিন্দুত ৰাজস্থানৰ বিৱাল পৰিয়াল, ২০২৫ চনত উত্তীৰ্ণ হৈছিল একেটা পৰিয়ালৰ পাঁচজন

May 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

হাৰিয়ানাৰ আম্বালাৰ বালানা গাঁৱত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনাঃ একেটা পৰিয়ালৰ ৬ সদস্যৰ আত্মহত্যা-

NEET Student suicided I ৰাজস্থানত উদ্ধাৰ নীট ছাত্ৰৰ মৃতদেহ, পৰীক্ষা বাতিলৰ পিছত মানসিকভাৱে বিধ্বস্ত হৈছিল

May 16, 2026
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে

NEET paper leak । ঘৰত গোপনে কোচিং, হাতেৰে লিখা প্ৰশ্নকাকত বিতৰণ; নীট কেলেংকাৰীৰ ‘মাষ্টাৰমাইণ্ড’ প্ৰাক্তন অধ্যাপক

May 16, 2026
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

May 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx