ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

West Bengal Govt I বাংলাদেশী অনুপ্ৰৱেশকাৰী ধৰা পৰিলে আদালতত হাজিৰ নকৰিব, বিএছএফ চকীলৈ পঠিয়াওক; বংগৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

Staff Reporter by Staff Reporter
May 22, 2026
Reading Time: 1 min read
A A
0
West Bengal Govt I বাংলাদেশী অনুপ্ৰৱেশকাৰী ধৰা পৰিলে আদালতত হাজিৰ নকৰিব, বিএছএফ চকীলৈ পঠিয়াওক; বংগৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

যদি কোনো বাংলাদেশী অনুপ্ৰৱেশকাৰী ধৰা পৰে তেন্তে তেওঁক আদালতত হাজিৰ কৰাৰ প্ৰয়োজন নাই। তেওঁক সীমান্তলৈ পঠিয়াব লাগে। বৃহস্পতিবাৰে আৰক্ষী আৰু আৰপিএফক এই নিৰ্দেশ দিয়ে বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে।
West Bengal Govt I
বাংলাদেশী অনুপ্ৰৱেশকাৰী ধৰা পৰিলে আদালতত হাজিৰ নকৰিব:

এই সন্দৰ্ভত তেওঁ বুধবাৰে নবান্নৰ পৰা এই নিৰ্দেশ দিয়ে। এইবাৰ হাওৰাত অনুষ্ঠিত প্ৰশাসনিক বৈঠকৰ পিছত এই কথা তেওঁ পুনৰ স্পষ্ট কৰি দিয়

পশ্চিমবংগ আৰু দেশৰ অন্যতম ব্যস্ত ৰে’ল ষ্টেচন হাওৰা। প্ৰতিদিনে হাওৰা ষ্টেচনৰ মাজেৰে বহু যাত্ৰীয়ে যাত্ৰা কৰে। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীয়েও বৃহস্পতিবাৰে নিজৰ ভাষাত স্পষ্ট কৰি দিয়ে যে অনুপ্ৰৱেশকাৰীক ধৰিবলৈ হাওৰা ষ্টেচন চৌহদত কঠোৰ চোৰাংচোৱাগিৰি ৰখা উচিত।

তেওঁ কয়, “আৰক্ষী আয়ুক্ত আৰু আৰপিএফক কোৱা হৈছে যে যদি হাওৰা ষ্টেচনত নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নপৰা বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰী ধৰা পৰে তেন্তে তেওঁক আদালতলৈ প্ৰেৰণ কৰা নহ’ব।

তেওঁক ভালকৈ খুৱাই-বুৱাই পোনে পোনে বনগাঁও পেট্ৰাপোল সীমান্তলৈ লৈ যোৱা হ’ব, অন্যথা তেওঁক বচিৰহাটৰ বিঅ’পিলৈ (সীমা চকী) লৈ যোৱাৰ ব্যৱস্থা কৰা হ’ব। প্ৰতি সপ্তাহত কিমানজন এনে অনুপ্ৰৱেশকাৰী ধৰা পৰিছে তাৰো ৰেকৰ্ড ৰাখিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে।

ডিজিপিৰ জৰিয়তে প্ৰতি সপ্তাহত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ’ব গ্ৰেপ্তাৰৰ সংখ্যা। হাওৰাত অনুষ্ঠিত প্ৰশাসনিক বৈঠকৰ অন্তত এই কথা কয় শুভেন্দুৱে। উল্লেখ্য যে কাৰ অধীনত বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰা ছটা জনগোষ্ঠীক শৰণাৰ্থীৰ মৰ্যাদা দিয়া হৈছে।

যোৱা বছৰ গৃহ মন্ত্ৰণালয়ৰ এক অধিসূচনা অনুসৰি, ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টানসকলক শৰণাৰ্থীৰ মৰ্যাদা প্ৰদান কৰা হ’ব। ভাৰত চৰকাৰে তেওঁলোকক বিতাড়িত নকৰে।

এই অধিসূচনা ২০২৫ চনৰ ৪ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা অভিবাসন আৰু বিদেশী আইনখনৰ ৩৩ নং ধাৰাত জাৰি কৰা হৈছে। বুধবাৰে বিয়লি নবান্নৰ পৰা এক সংবাদমেলত শুভেন্দুৱে কয় যে কাত অন্তৰ্ভুক্ত নোহোৱাসকলক ধৰি বিএছএফক গতাই দিব লাগে।

এই সন্দৰ্ভত কেন্দ্ৰই যোৱা বছৰ ৰাজ্য চৰকাৰলৈ এক নিৰ্দেশ প্ৰেৰণ কৰিছিল। কিন্তু পূৰ্বৰ চৰকাৰে কাৰ্যকৰী কৰা নাছিল বুলি অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী শুভেন্দুৱে। যোৱা বছৰ কেন্দ্রই প্রেৰণ কৰা নির্দেশনা বুধবাৰৰ পৰা পশ্চিমবংগত কার্যকৰী হ’ব বুলিও তেওঁ কয়৷

উল্লেখ্য যে চলিত বৰ্ষৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰচাৰকালৰ পৰাই কৈ আহিছে যে অনুপ্ৰৱেশকাৰীক ৰাজ্যৰ পৰা বহিষ্কাৰ কৰিব। বিশাল জনমত লৈ ক্ষমতালৈ অহাৰ লগে লগে শুভেন্দুৰ নেতৃত্বত নতুন চৰকাৰে প্রতিশ্রুতি অনুযায়ী পদক্ষেপ গ্রহণ কৰিবলৈ আৰম্ভ কৰিছে৷

Tags: আদালতত হাজিৰ নকৰিববংগৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশবাংলাদেশী অনুপ্ৰৱেশকাৰী ধৰা পৰিলেবিএছএফ চকীলৈ পঠিয়াওক;
Share4Tweet3Send

Related Posts

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী
National-International

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

by News Desk
August 19, 2026
50
Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন
National-International

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

by News Desk
August 19, 2026
50
Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু
National-International

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

by News Desk
August 19, 2026
50
Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা
National-International

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

by News Desk
August 18, 2026
50
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ
National-International

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

by News Desk
August 18, 2026
50
Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 18, 2026
50
ADVERTISEMENT
Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল
DIPHU

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

August 19, 2026
50
CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী
National-International

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

August 19, 2026
50
Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন
National-International

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

August 19, 2026
50
Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু
DIPHU

Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

August 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

August 19, 2026
CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

August 19, 2026
Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

August 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx