ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Fuel price hike I পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

Staff Reporter by Staff Reporter
May 23, 2026
Reading Time: 1 min read
A A
0
Diesel price hike : একেকোবে ২৮ টকা বৃদ্ধি ডিজেলৰ মূল্য! মধ্যবিত্ত শ্ৰেণীৰ ওপৰত পৰিব নেকি মাধমাৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ (Petrol- diesel price hike) মূল্য। শনিবাৰে পুৱা দেশৰ ৰাজধানী নতুন দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৮৭ পইচা বৃদ্ধি পায়। প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৯১ পইচা বৃদ্ধি হয়।

Fuel price hike I
পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য:

ইয়াৰ লগে লগে বিগত ১০ দিনত তৃতীয়বাৰৰ বাবে ইন্ধন ব্যয়বহুল হৈ পৰিছে। পশ্চিম এছিয়াত সংঘাতৰ মাজতে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ বাবেই সাধাৰণ মানুহ জুৰুলা হৈ পৰিছে। মধ্যবিত্ত শ্ৰেণীৰ পকেটতো চাপ পৰিছে।

কলকাতাত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৪ পইচা বৃদ্ধি পাইছে। ফলত শনিবাৰৰ পৰা ১১০ টাকা ৬৪ পইচাত এক লিটাৰ পেট্ৰ’ল কিনিব লাগিব। তদুপৰি কলকাতাত ডিজেলৰ মূল্য ৯৫ পইচা বৃদ্ধি পাইছে। ফলত নতুন মূল্য প্ৰতি লিটাৰত ৯৭ টকা ২ পইচা হৈ পৰিছে।

ফলত এফালে ব্যক্তিগত গাড়ী বা বাইক চলোৱাৰ খৰচ বৃদ্ধি পাব, আনফালে ইন্ধনৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ বাছ-টেক্সিৰ দৰে ৰাজহুৱা পৰিবহণতো অনুভৱ হ’বলৈ গৈ আছে। ১৫ মে’ত সমগ্ৰ দেশতে প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য তিনি টকাকৈ বৃদ্ধি পাইছিল। ইয়াৰ পিছত ১৯ মে’ত পুনৰ পেট্ৰ’লৰ মূল্য আৰু ৯০ পইচা বৃদ্ধি হয়।

এইবাৰ মূল্য ৮৭ পইচা বৃদ্ধি হোৱাৰ ফলত বিগত ১০ দিনত পেট্ৰ’লৰ মূল্য প্ৰায় পাঁচ টকাকৈ ব্যয়বহুল হৈ পৰিছে। নতুন মূল্যবৃদ্ধিৰ বাবে দিল্লীত এতিয়া এক লিটাৰ পেট্ৰ’লৰ মূল্য ৯৯.৫১ টকা। প্ৰতি লিটাৰ ডিজেল বিক্ৰী হৈছে ৯২.৪৯ টকাত। পশ্চিম এছিয়াৰ সংকটৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শক্তি ৰাহি কৰাৰ বাৰ্তা প্ৰদান কৰে।

লগতে আগন্তুক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈও পৰামৰ্শ দিয়ে। দৰাচলতে সমগ্ৰ বিশ্বতে ইন্ধনৰ মূল্যৰ উঠা-নমাটো পশ্চিম এছিয়াৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। এই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ যোগানক লৈ অনিশ্চয়তা সৃষ্টি হৈছে।

বহু দেশৰ দৰে ভাৰততো এই ইন্ধনৰ বেছিভাগেই বাহিৰৰ পৰা আমদানি কৰিবলগা হয়। ফলত ভাৰতীয় বজাৰতো ইয়াৰ প্ৰভাৱ পৰিছে। দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত সুৰক্ষাৰ ক্ষেত্ৰত সাধাৰণ ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনাইছে মোদীয়ে।

দিল্লী আৰু কাষৰীয়া অঞ্চলত বৃদ্ধি পাইছে চিএনজিৰ মূল্যও। প্ৰতি কেজিত এক টকাকৈ চিএনজি ব্যয়বহুল হৈ পৰিছে। এই গেছ অটোৰ বাবে ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। ফলত পুনৰ অটোভাড়া বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে।

Tags: পুনৰ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য
Share4Tweet3Send

Related Posts

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ
National-International

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

by News Desk
May 22, 2026
50
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ
National-International

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

by News Desk
May 22, 2026
50
Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়
National-International

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

by News Desk
May 22, 2026
50
Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী
National-International

Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী

by News Desk
May 22, 2026
50
Rajya Sabha Election : অহা মাহত ৰাজ্যসভাৰ ২৬খন আসনৰ নিৰ্বাচন
National-International

Rajya Sabha Election : অহা মাহত ৰাজ্যসভাৰ ২৬খন আসনৰ নিৰ্বাচন

by News Desk
May 22, 2026
50
‎‎Mount Everest : মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি উভতি অহাৰ পথত অসুস্থ হৈ ২ ভাৰতীয় পৰ্বতাৰোহীৰ মৃত্যু
National-International

‎‎Mount Everest : মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি উভতি অহাৰ পথত অসুস্থ হৈ ২ ভাৰতীয় পৰ্বতাৰোহীৰ মৃত্যু

by News Desk
May 22, 2026
50
ADVERTISEMENT
Diesel price hike : একেকোবে ২৮ টকা বৃদ্ধি ডিজেলৰ মূল্য! মধ্যবিত্ত শ্ৰেণীৰ ওপৰত পৰিব নেকি মাধমাৰ
National-International

Fuel price hike I পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

May 23, 2026
50
Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ
National-International

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

May 22, 2026
50
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ
National-International

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

May 22, 2026
50
Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়
National-International

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

May 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diesel price hike : একেকোবে ২৮ টকা বৃদ্ধি ডিজেলৰ মূল্য! মধ্যবিত্ত শ্ৰেণীৰ ওপৰত পৰিব নেকি মাধমাৰ

Fuel price hike I পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

May 23, 2026
Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

May 22, 2026
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

May 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx