ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

SSC scam : উত্তৰ প্ৰদেশত প্ৰতিযোগিতামূলক পৰীক্ষাৰ দালালৰ বৃহৎ গেং উদ্ধাৰ

News Desk by News Desk
May 23, 2026
Reading Time: 1 min read
A A
0
SSC scam : উত্তৰ প্ৰদেশত প্ৰতিযোগিতামূলক পৰীক্ষাৰ দালালৰ বৃহৎ গেং উদ্ধাৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষা (NEET-UG) প্ৰশ্নকাকত ফাদিল হোৱাৰ তদন্ত এতিয়াও অব্যাহত আছে। ইফালে উত্তৰ প্ৰদেশ (Uttar Pradesh)ৰ বিশেষ টাস্ক ফ’ৰ্চে (Special Task Force) চৰকাৰী চাকৰিৰ প্ৰাৰ্থীক উত্তীৰ্ণ কৰাৰ নামত এক বৃহৎ জালিয়াতিৰ চক্ৰ উদঘাটন কৰিছে। এছটিএফৰ সূত্ৰ অনুসৰি, কৰ্মচাৰী বাছনি আয়োগৰ পৰীক্ষাত পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰাৰ নামত এক বৃহৎ জালিয়াতিৰ চক্ৰ (Circle of fraud) চলি আছিল। প্ৰৱঞ্চনা চক্ৰটোৱে পৰীক্ষাৰ্থীক প্ৰতিশ্ৰুতি দিছিল যে ৪ লাখ টকা দিলে পৰীক্ষাত উত্তীৰ্ণ হ’ব।

গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল এছটিএফে। ইয়াৰ পিছতে ৰাজ্যজুৰি অনুসন্ধান অভিযান আৰম্ভ কৰে। গ্ৰেটাৰ নয়ডাৰ এটা পৰীক্ষা কেন্দ্ৰতো অভিযান চলোৱা হয়। তাত চক্ৰটোৰ ‘মাষ্টাৰমাইণ্ড’কে ধৰি ৭জন লোকক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ কৰা লোকসকলৰ পৰা নগদ ৫০ লাখ টকা, লেপটপ, মোবাইল ফোন আৰু পৰীক্ষা সম্পৰ্কীয় বিভিন্ন নথি-পত্ৰ উদ্ধাৰ কৰা হৈছে বুলি এছটিএফে জানিবলৈ দিয়ে। প্ৰথম অৱস্থাত তদন্তকাৰীয়ে সন্দেহ কৰিছিল যে এই গেঙে ‘ছ’লভাৰ’ হিচাপে কাম কৰি আছে।

scam | ASSAM TIMES POST
উত্তৰ প্ৰদেশত প্ৰতিযোগিতামূলক পৰীক্ষাৰ দালালৰ বৃহৎ গেং উদ্ধাৰ

তদন্তকাৰীয়ে আৰু জানিব পাৰিছে যে এই চক্ৰটোৱে লাখ লাখ টকাৰ বিনিময়ত অৰ্ধসামৰিক বাহিনী, সচিবালয় নিৰাপত্তা বাহিনী, কনিষ্টবল জি ডি আৰু আছাম ৰাইফলছৰ পৰীক্ষাতো উত্তীৰ্ণ হোৱাৰ কাম কৰি আছিল। ই বিভিন্ন প্ৰযুক্তি ব্যৱহাৰ কৰি অনলাইন চাকৰি পৰীক্ষাত পৰীক্ষাৰ্থীক উত্তৰ প্ৰদান কৰিছিল। শুকুৰবাৰে গ্ৰেটাৰ নয়দাৰ নলেজ পাৰ্ক অঞ্চলত তালাচী চলাই প্ৰদীপ চৌহান, অৰুণ কুমাৰ, সন্দীপ ভাটি, নিশান্ত ৰাঘৱ, অমিত ৰানা, ছাকিৰ মালিক আৰু বিবেক কুমাৰক গ্ৰেপ্তাৰ কৰা হয়।

তদন্তকাৰীয়ে জনোৱা মতে, প্ৰদীপ চৌহানে দীৰ্ঘদিন ধৰি এই গেংটো চলাই আহিছিল। অৰুণ কুমাৰে আগতে প্ৰযুক্তিৰ দিশটো চম্ভালিছিল। গ্ৰেপ্তাৰ বাকীসকলৰ ভূমিকা সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে এছটিএফে। উল্লেখ্য যে নীট প্ৰশ্ন ফাদিল আৰু পৰৱৰ্তী সময়ত পৰীক্ষা বাতিল হোৱাক লৈ সমগ্ৰ দেশত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে উত্তৰ প্ৰদেশত এছ এছ চি পৰীক্ষাৰ নকল চক্ৰ ধৰা পৰাৰ পিছত ৰাজ্য প্ৰশাসনে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।

Tags: SSCscam
Share4Tweet3Send

Related Posts

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী
National-International

by News Desk
August 19, 2026
50
Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন
National-International

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

by News Desk
August 19, 2026
50
Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু
National-International

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

by News Desk
August 19, 2026
50
Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

August 18, 2026
50
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ

ADVERTISEMENT
CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী
National-International

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

August 19, 2026
50
Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন
National-International

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

August 19, 2026
50
Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু
DIPHU

Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

August 19, 2026
50
Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু
National-International

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

August 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

August 19, 2026
Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

August 19, 2026
Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

August 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT