ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi Gymkhana club : দিল্লীৰ শতিকা পুৰণি জিমখানা ক্লাবলৈ কেন্দ্ৰৰ উচ্ছেদৰ জাননী, সময় দিলে ২ সপ্তাহ

News Desk by News Desk
May 23, 2026
Reading Time: 1 min read
A A
0
Delhi Gymkhana club : দিল্লীৰ শতিকা পুৰণি জিমখানা ক্লাবলৈ কেন্দ্ৰৰ উচ্ছেদৰ জাননী, সময় দিলে ২ সপ্তাহ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Rajya Sabha seat : ‎ৰাজ্যসভাৰ ২৬ খন আসনৰ নিৰ্বাচন : তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ৰ দল টিভিকেয়ে এখন আসন লাভ কৰাৰ আশা

US ‎Foreign Secretary : প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ আমেৰিকাৰ বিদেশ সচিব মাৰ্ক’ ৰুবিঅ’ৰ

India Bangladesh border : এইবাৰ পাকিস্তান-বাংলাদেশ সীমান্তক অভেদ্য কৰি তোলাত তৎপৰ কেন্দ্ৰ

কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ লুটিয়েন্সৰ (Lutyens of Delhi) জিমখানা ক্লাব (Gymkhana Club) কৰ্তৃপক্ষক মাটি খালী কৰিবলৈ নিৰ্দেশ (Instructions to clear the land) দিছে। ৫ জুনৰ ভিতৰত এই ভূমি খালী কৰাৰ নিৰ্দেশ। কেন্দ্ৰীয় চৰকাৰে জনাইছে যে প্ৰতিৰক্ষা আন্তঃগাঁথনি শক্তিশালী আৰু সুৰক্ষিত কৰিবলৈ ২৭.৩ একৰ (প্ৰায় ৮৭৩ কঠা) মাটিৰ প্ৰয়োজন।

দিল্লীৰ এই অভিজাত ক্লাবটো লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপত বিস্তৃত অঞ্চলত আছে। চৌদিশে বিভিন্ন চৰকাৰী আৰু প্ৰতিৰক্ষা সম্পৰ্কীয় কাৰ্যালয় আৰু অট্টালিকা। গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ৰ অধীনস্থ ভূমি আৰু উন্নয়ন বিভাগে জিমখানা ক্লাবলৈ প্ৰেৰণ কৰিছে এক নিৰ্দেশনা। উক্ত নিৰ্দেশনাত কোৱা হৈছে যে ক্লাবটো ৰাষ্ট্ৰীয় ৰাজধানীৰ এটা স্পৰ্শকাতৰ আৰু কৌশলগত অঞ্চলত অৱস্থিত। জনসাধাৰণৰ সুৰক্ষা আৰু প্ৰতিৰক্ষা সম্পৰ্কীয় বিষয়ৰ বাবে এই মাটিৰ প্ৰয়োজন।

DELH | ASSAM TIMES POST
দিল্লীৰ শতিকা পুৰণি জিমখানা ক্লাবলৈ কেন্দ্ৰৰ উচ্ছেদৰ জাননী, সময় দিলে ২ সপ্তাহ

২২ মে’ত প্ৰেৰণ কৰা এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে ২নং ছফদৰজং ৰোডৰ মাটিখিনি প্ৰথমে ইম্পেৰিয়েল দিল্লী জিমখানা ক্লাব লিমিটেডক লিজত দিয়া হৈছিল। এতিয়া ই হৈ পৰিছে দিল্লী জিমখানা ক্লাব। সেই মাটিখিনি সামাজিক সমাৱেশ, খেলা-ধূলাৰ বাবে দিয়া হৈছিল। এতিয়া সেই মাটিৰ প্ৰয়োজন হৈছে জনস্বাৰ্থ আৰু প্ৰতিৰক্ষা সম্পৰ্কীয় প্ৰকল্পৰ বাবে। পট্টা চুক্তিৰ ৪ নং দফা অনুসৰি, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এতিয়া ভূমি আৰু উন্নয়ন বিভাগৰ জৰিয়তে সেই চুক্তি বন্ধ কৰি দিছে। ২৭.৩ একৰ মাটিত থকা সকলো অট্টালিকা, আন্তঃগাঁথনি, বাগিচাৰ আইনী মালিকীস্বত্ব এইবাৰ বিভাগৰ জৰিয়তে ৰাষ্ট্ৰপতিৰ হাতলৈ হস্তান্তৰ কৰা হ’ব। ৫ জুনত ভূমি আৰু উন্নয়ন বিভাগে সেই মালিকীস্বত্ব গ্ৰহণ কৰিব। সেইদিনা শান্তিপূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰক মালিকীস্বত্ব হস্তান্তৰ কৰিবলৈ ক্লাব কৰ্তৃপক্ষক কোৱা হৈছে। অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও নিৰ্দেশত উল্লেখ কৰা হৈছে।

এই জিমখানা ক্লাবটো ব্ৰিটিছ যুগত নিৰ্মাণ কৰা হৈছিল। ১৯১১ চনত ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জে তেওঁৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰাৰ কথা ঘোষণা কৰে। সেয়েহে নতুন ৰাজধানীত ব্ৰিটিছ বিষয়াসকলৰ মনোৰঞ্জনৰ বাবে এটা ক্লাবৰ প্ৰয়োজন হৈছিল। ১৯১৩ চনত মুকলি কৰা জিমখানা ক্লাবক সেই সময়ত ইম্পেৰিয়েল দিল্লী জিমখানা ক্লাব বুলি কোৱা হৈছিল। স্বাধীনতাৰ পিছত ইয়াক জিমখানা ক্লাব বুলি কোৱা হয়। ১৯৩০ চনত ক্লাব ভৱন নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়। ইয়াৰ ডিজাইন কৰিছিল ব্ৰিটিছ স্থপতিবিদ ৰবাৰ্ট টি ৰাছেলে। তেওঁ কন’ট প্লেচৰ ডিজাইনো কৰিছিল। তেওঁ কমাণ্ডাৰ ইন চিফ ৰেচিডেন্সৰ ডিজাইনো কৰিছিল। ই আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ চৰকাৰী বাসগৃহ। জিমখানা ক্লাবৰ ডিজাইন আজিও সলনি হোৱা নাই। ১৯৩০ চনত ভাইচৰয়ৰ পত্নী লেডী ৱেলিংটনে নিজেই ২১ হাজাৰ টকা দান কৰি তাত এটা চুইমিং পুল নিৰ্মাণ কৰিছিল। ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত শিখ, হিন্দু আৰু মুছলমান বাহিনীৰ বিষয়াসকলে এই ক্লাবৰ সন্মুখত থিয় হৈ সুৰাৰ গিলাচত চুমুক দি ইজনে সিজনক বিদায় দিছিল। ৫ জুনৰ পিছত লুটিয়েন্সৰ সেই ঠিকনাত আৰু নাথাকিব পৰম্পৰাগত দিল্লী জিমখানা ক্লাব।

Tags: DelhiGymkhanaclub
Share4Tweet3Send

Related Posts

Rajya Sabha seat : ‎ৰাজ্যসভাৰ ২৬ খন আসনৰ নিৰ্বাচন : তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ৰ দল টিভিকেয়ে এখন আসন লাভ কৰাৰ আশা
National-International

Rajya Sabha seat : ‎ৰাজ্যসভাৰ ২৬ খন আসনৰ নিৰ্বাচন : তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ৰ দল টিভিকেয়ে এখন আসন লাভ কৰাৰ আশা

by News Desk
May 23, 2026
50
US ‎Foreign Secretary : প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ আমেৰিকাৰ বিদেশ সচিব মাৰ্ক’ ৰুবিঅ’ৰ
National-International

US ‎Foreign Secretary : প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ আমেৰিকাৰ বিদেশ সচিব মাৰ্ক’ ৰুবিঅ’ৰ

by News Desk
May 23, 2026
50
India Bangladesh border : এইবাৰ পাকিস্তান-বাংলাদেশ সীমান্তক অভেদ্য কৰি তোলাত তৎপৰ কেন্দ্ৰ
National-International

India Bangladesh border : এইবাৰ পাকিস্তান-বাংলাদেশ সীমান্তক অভেদ্য কৰি তোলাত তৎপৰ কেন্দ্ৰ

by News Desk
May 23, 2026
50
SSC scam : উত্তৰ প্ৰদেশত প্ৰতিযোগিতামূলক পৰীক্ষাৰ দালালৰ বৃহৎ গেং উদ্ধাৰ
National-International

SSC scam : উত্তৰ প্ৰদেশত প্ৰতিযোগিতামূলক পৰীক্ষাৰ দালালৰ বৃহৎ গেং উদ্ধাৰ

by News Desk
May 23, 2026
50
‎Rojgar Mela : সমগ্ৰ বিশ্বই ভাৰতৰ উন্নয়ন যাত্ৰাৰ অংশীদাৰ হ’ব বিচাৰে : ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
National-International

‎Rojgar Mela : সমগ্ৰ বিশ্বই ভাৰতৰ উন্নয়ন যাত্ৰাৰ অংশীদাৰ হ’ব বিচাৰে : ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

by News Desk
May 23, 2026
50
90 people ‎Death : চীনৰ কয়লা খনিত বিস্ফোৰণ, মৃত্যু ৯০
National-International

90 people ‎Death : চীনৰ কয়লা খনিত বিস্ফোৰণ, মৃত্যু ৯০

by News Desk
May 23, 2026
50
ADVERTISEMENT
Delhi Gymkhana club : দিল্লীৰ শতিকা পুৰণি জিমখানা ক্লাবলৈ কেন্দ্ৰৰ উচ্ছেদৰ জাননী, সময় দিলে ২ সপ্তাহ
National-International

Delhi Gymkhana club : দিল্লীৰ শতিকা পুৰণি জিমখানা ক্লাবলৈ কেন্দ্ৰৰ উচ্ছেদৰ জাননী, সময় দিলে ২ সপ্তাহ

May 23, 2026
50
FIFA world cup 2026 : ফুটবলপ্ৰেমীৰ বাবে সুখবৰ, ভাৰতীয় দৰ্শকে পাব পাৰে টেলিভিছনত বিশ্বকাপ ফুটবল চোৱাৰ সুবিধা
Sports News

FIFA world cup 2026 : ফুটবলপ্ৰেমীৰ বাবে সুখবৰ, ভাৰতীয় দৰ্শকে পাব পাৰে টেলিভিছনত বিশ্বকাপ ফুটবল চোৱাৰ সুবিধা

May 23, 2026
50
Rajya Sabha seat : ‎ৰাজ্যসভাৰ ২৬ খন আসনৰ নিৰ্বাচন : তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ৰ দল টিভিকেয়ে এখন আসন লাভ কৰাৰ আশা
National-International

Rajya Sabha seat : ‎ৰাজ্যসভাৰ ২৬ খন আসনৰ নিৰ্বাচন : তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ৰ দল টিভিকেয়ে এখন আসন লাভ কৰাৰ আশা

May 23, 2026
50
US ‎Foreign Secretary : প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ আমেৰিকাৰ বিদেশ সচিব মাৰ্ক’ ৰুবিঅ’ৰ
National-International

US ‎Foreign Secretary : প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ আমেৰিকাৰ বিদেশ সচিব মাৰ্ক’ ৰুবিঅ’ৰ

May 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi Gymkhana club : দিল্লীৰ শতিকা পুৰণি জিমখানা ক্লাবলৈ কেন্দ্ৰৰ উচ্ছেদৰ জাননী, সময় দিলে ২ সপ্তাহ

Delhi Gymkhana club : দিল্লীৰ শতিকা পুৰণি জিমখানা ক্লাবলৈ কেন্দ্ৰৰ উচ্ছেদৰ জাননী, সময় দিলে ২ সপ্তাহ

May 23, 2026
FIFA world cup 2026 : ফুটবলপ্ৰেমীৰ বাবে সুখবৰ, ভাৰতীয় দৰ্শকে পাব পাৰে টেলিভিছনত বিশ্বকাপ ফুটবল চোৱাৰ সুবিধা

FIFA world cup 2026 : ফুটবলপ্ৰেমীৰ বাবে সুখবৰ, ভাৰতীয় দৰ্শকে পাব পাৰে টেলিভিছনত বিশ্বকাপ ফুটবল চোৱাৰ সুবিধা

May 23, 2026
Rajya Sabha seat : ‎ৰাজ্যসভাৰ ২৬ খন আসনৰ নিৰ্বাচন : তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ৰ দল টিভিকেয়ে এখন আসন লাভ কৰাৰ আশা

Rajya Sabha seat : ‎ৰাজ্যসভাৰ ২৬ খন আসনৰ নিৰ্বাচন : তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ৰ দল টিভিকেয়ে এখন আসন লাভ কৰাৰ আশা

May 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx