ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

News Desk by News Desk
May 25, 2026
Reading Time: 1 min read
A A
0
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা (NEET-UG) অনুষ্ঠিত কৰাক লৈ উচ্চতম ন্যায়ালয়ত (Supreme Court) তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা। বিগত প্ৰশ্নকাকত ফাদিলৰ (Paper leak) পৰা এনটিএয়ে (NTA) কোনো শিক্ষা লোৱা নাই বুলি উচ্চতম ন্যায়ালয়ে কয়। এইটো অতি দুৰ্ভাগ্যজনক বুলিও উল্লেখ কৰে। উল্লেখ্য যে সম্প্ৰতি নীট পৰিচালনাৰ দায়িত্বত আছে এনটিএ। কিন্তু শেহতীয়াকৈ প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ পিছত উচ্চতম ন্যায়ালয়ত পৰীক্ষাৰ বাবে দায়বদ্ধ সংস্থাৰ পৰিৱৰ্তনৰ দাবীত গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আদালতে এনটিএ, কেন্দ্ৰীয় চৰকাৰ আৰু তদন্তকাৰী সংস্থা চিবিআইক চমন কৰিছে।

দুবছৰ পূৰ্বে ২০২৪ চনতো নীট প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন হৈছিল। তেতিয়াও উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু হৈছিল। সোমবাৰে ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ আলোক আৰাধেৰ বিচাৰপীঠে এনটিএক পুৰণি গোচৰৰ কথা সোঁৱৰাই দিয়ে। উচ্চতম ন্যায়ালয়ৰ মন্তব্য, “তেওঁলোকে (এনটিএ) তেওঁলোকৰ অতীতৰ ভুলৰ পৰা কোনো শিক্ষা লোৱা নাই।

neet1 1 | ASSAM TIMES POST
অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

এয়া সঁচাকৈয়ে দুৰ্ভাগ্যজনক। এই বিষয়টো ইয়াৰ আগতেও এবাৰ আদালতলৈ আহিছিল। তেতিয়া এখন কমিটী গঠন হৈছিল। সেই কমিটীয়ে কেইবাটাও পৰামৰ্শ দিছিল, বহুকেইটা পৰামৰ্শ গ্ৰহণ কৰা হৈছিল।” উচচতম ন্যায়ালয়ে জানিবলৈ বিচাৰিছে যে এনটিএয়ে কমিটীয়ে প্ৰস্তাৱ কৰা পৰামৰ্শসমূহ কিমানদূৰ কাৰ্যকৰী কৰিছে। অহা বৃহস্পতিবাৰৰ ভিতৰত এনটিএক শপতনামা দাখিল কৰি বিষয়টো সন্দৰ্ভত নিজৰ স্থিতি প্ৰকাশ কৰিবলৈ কোৱা হৈছে।

প্ৰশ্নকাকত ফাদিল হোৱা আৰু পৰীক্ষা বাতিলৰ বিতৰ্কৰ মাজতে ‘ফেডাৰেচন অব অল ইণ্ডিয়া মেডিকেল এছোচিয়েচন’-এ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁলোকৰ অনুৰোধ আছিল যে এনটিএৰ আন্তঃগাঁথনি সংস্কাৰ কৰা উচিত বা এনটিএক দায়িত্বৰ পৰা আঁতৰাই স্বায়ত্তশাসিত আৰু নিৰ্ভৰযোগ্য সংস্থা এটাৰ হাতত গতাই দিব লাগে। পৰীক্ষা অনুষ্ঠিত কৰাৰ বিষয়টো নতুন সংস্থাৰ হাতত গতাই দিয়াৰ পূর্বে এখন উচ্চ ক্ষমতাসম্পন্ন কমিটী গঠন কৰিবলৈও দাবী উত্থাপন কৰে৷ এই সন্দৰ্ভত গোচৰটো সোমবাৰে উচ্চতম ন্যায়ালয়ৰ দুজন ন্যায়াধীশৰ বিচাৰপীঠত শুনানি গ্ৰহণ কৰে।

Tags: NEETPaperleak
Share4Tweet3Send

Related Posts

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু
National-International

by News Desk
August 19, 2026
50
Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা
National-International

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

by News Desk
August 18, 2026
50
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ
National-International

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

by News Desk
August 18, 2026
50
Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ

Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন

Supreme Court of India : ১৪ গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক অভিযোগ, শীৰ্ষত তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী

ADVERTISEMENT
Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু
National-International

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

August 19, 2026
50
Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা
National-International

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

August 18, 2026
50
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ
National-International

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

August 18, 2026
50
Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ

August 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

August 19, 2026
Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

August 18, 2026
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

August 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT