ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

News Desk by News Desk
May 25, 2026
Reading Time: 1 min read
A A
0
India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

পশ্চিম এছিয়াত ইৰাণৰ সৈতে আমেৰিকা যি যুদ্ধত জড়িত হৈ আছে, সেই যুদ্ধত পাকিস্তানে মধ্যস্থতাৰ ভূমিকা পালন কৰিছে। ইয়াকে লৈ চিন্তিত নেকি ভাৰত? নতুন দিল্লীয়ে আমেৰিকাক লৈ কিবা উদ্বেগ প্ৰকাশ কৰিছে নেকি? পাকিস্তানৰ সৈতে আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি? ভাৰত ভ্ৰমণৰ সময়ত এনে প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’। তাৰ মাজতে ভাৰত আৰু পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ কৈ তেওঁ এই দুয়োটা বিষয় সম্পূৰ্ণ বেলেগ বুলি উল্লেখ কৰিছে। পাকিস্তানক লৈ ভাৰতৰ উদ্বেগ অন্য বিষয়ত। মধ্যস্থতাকাৰী হিচাপে পাকিস্তানৰ ভূমিকাক লৈ ভাৰতৰ কোনো চিন্তা নাই বুলিও উল্লেখ কৰে।

বৰ্তমান চাৰিদিনীয়া ভাৰত ভ্ৰমণত আছে ৰুবিঅ’ (Rubio)। তেওঁ প্ৰথমে কলকাতালৈ যায়। মঙলবাৰে দিল্লীত অনুষ্ঠিত হ’বলগীয়া কোৱাড বৈঠকত তেওঁ অংশ ল’ব। ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অন্যতম ঘনিষ্ঠ এইগৰাকী বৈদেশিক সচিবে সোমবাৰে দিল্লী বিমানবন্দৰত কিছু সময়ৰ বাবে সাংবাদিকৰ সৈতে কথা পাতে। তাত পাকিস্তানক লৈ ভাৰতৰ কিছু উদ্বেগৰ কথা তেওঁ মানি লয়। ৰুবিঅ’ই কয়, “ভাৰত নিশ্চিতভাৱে পাকিস্তানক লৈ চিন্তিত। তেওঁলোকে সদায় কয় যে পাকিস্তানৰ মাটিৰ পৰাই কিছুমান সশস্ত্ৰ সন্ত্ৰাসবাদী সংগঠনে ভাৰতক লক্ষ্য কৰি লৈছে। সেই বিষয়ে চিন্তা আছে। অৱশ্যে ইৰাণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ পাকিস্তানে যি মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰিছে, সেই বিষয়ে ভাৰতে এতিয়াও কোনো চিন্তা প্ৰকাশ কৰা নাই। মই নাভাবো যে ভাৰতৰ কোনো অভিযোগ আছে। পাকিস্তানৰ সৈতে তেওঁলোকৰ সমস্যা বেলেগ।”

us3 | ASSAM TIMES POST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰিছে ৰুবিঅ’ইৰ

বৰ্তমানৰ ভ্ৰমণৰ সময়ত ৰুবিঅ’ই ভাৰতক আমেৰিকাৰ অন্যতম ‘আটাইতকৈ গুৰুত্বপূৰ্ণ কৌশলগত বন্ধু’ বুলি অভিহিত কৰিছে। ভাৰতক বাণিজ্যিক অংশীদাৰ বুলিও অভিহিত কৰিছে। দেওবাৰে এক সংবাদমেলত ৰুবিঅ’ই কয়, “আমাৰ দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হৈ আহিছে। মোৰ বিশ্বাস ইয়াৰ পৰা ই অধিক শক্তিশালী হ’ব।”

ইৰাণ যুদ্ধৰ মধ্যস্থতাকাৰী পৰ্যায়ত পাকিস্তানৰ নেতাৰ সৈতে ট্ৰাম্প আৰু অন্যান্য আমেৰিকাৰ বিষয়াসকলৰ ঘনিষ্ঠতা বাৰে বাৰে পোহৰলৈ আহিছে। এই বিষয়ে সোধাত ৰুবিঅ’ই প্ৰত্যক্ষ উত্তৰ এৰাই চলে। তেওঁ কয়, “আন যিকোনো দেশৰ সৈতে আমাৰ সম্পৰ্কত আমি কৌশলগত পৰ্যায়ত কাম কৰোঁ। ভাৰতৰ ক্ষেত্ৰতো একেই। যিকোনো দায়িত্বশীল দেশেই তেনে কৰে। ভাৰতৰ সৈতে আমাৰ যি কৌশলগত বন্ধুত্ব, ই আন কোনো দেশৰ সৈতে আমাৰ সম্পৰ্কত প্ৰভাৱ পেলাব বুলি মই নাভাবো।”

ৰুবিঅ’ৰ ভ্ৰমণসূচী অনুসৰি, সোমবাৰে তেওঁ তাজমহল দৰ্শন কৰিবলৈ আগ্ৰা ভ্ৰমণ কৰে। ইয়াৰ পিছত ৰাজস্থানৰ জয়পুৰলৈ যায়। তাৰ পৰা তেওঁ দিল্লীলৈ উভতি মঙলবাৰে কোৱাড মিটিঙত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত তেওঁ আমেৰিকালৈ উভতি যাব। ইতিমধ্যে ভাৰতত উপস্থিত হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰিছে ৰুবিঅ’ই। ট্ৰাম্পেও মোদীৰ সৈতে ফোনযোগে কথা পাতিছে।

Tags: IndiaUSrelations
Share4Tweet3Send

Related Posts

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ
National-International

by News Desk
August 1, 2026
50
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক
National-International

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

by News Desk
August 1, 2026
50
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

by News Desk
August 1, 2026
50
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

ADVERTISEMENT
Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ
National-International

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

August 1, 2026
50
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক
National-International

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

August 1, 2026
50
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026
50
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব
National-International

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

August 1, 2026
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

August 1, 2026
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT