ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

News Desk by News Desk
May 25, 2026
Reading Time: 1 min read
A A
0
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

New Logo Smal 2 | ASSAM TIMES POST
‎‎ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে (President Droupadi Murmu) সোমবাৰে ২০২৬ চনৰ প্ৰথম অসামৰিক সন্মানদান (Civil honor) অনুষ্ঠানত ৬৬ গৰাকী প্ৰাপকক পদ্ম বঁটা প্ৰদান (Padma Award Presentation) কৰে। অনুষ্ঠানটো ৰাষ্ট্ৰপতি ভৱনৰ গণতন্ত্র মণ্ডপত অনুষ্ঠিত হৈছিল। প্ৰয়াত কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰ, বিজ্ঞাপনৰ কিংবদন্তি প্ৰয়াত পীয়ুষ পাণ্ডে, মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ আদি কেইজনমান শীৰ্ষ বঁটা প্ৰাপকসকলৰ ভিতৰত আছিল।সাংসদ আৰু প্ৰয়াত অভিনেতা ধৰ্মেন্দ্ৰৰ পত্নী হেমা মালিনীয়ে তেওঁৰ হৈ অশ্ৰুসিক্ত নয়নেৰে এই বঁটাটো গ্ৰহণ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-সভাপতি চি পি ৰাধাকৃষ্ণণ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অনুষ্ঠানত উপস্থিত আছিল। ২০২৬ বৰ্ষৰ বাবে, ৰাষ্ট্ৰপতিয়ে পাঁচটা পদ্ম বিভূষণ, ১৩ টা পদ্মভূষণ আৰু ১১৩ টা পদ্মশ্ৰী বঁটাকে ধৰি ১৩১ টা পদ্ম বঁটা প্ৰদান কৰাৰ অনুমোদন জনায়। বাকী থকা পদ্ম বঁটা প্ৰাপকসকলক পিছত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ত প্ৰদান কৰা হ’ব বুলি সংবাদ সংস্থা পিটিআইয়ে সূত্ৰৰ উদ্ধৃতি দি কয়। প্ৰতিবছৰে গণৰাজ্য দিৱস উপলক্ষে পুৰস্কাৰসমূহ ঘোষণা কৰা হয়৷ কলা, সমাজ সেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত এই সন্মান প্ৰদান কৰা হয়।
‎বঁটাপ্ৰাপকৰ নাম

RELATED POSTS

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

‎পদ্মশ্ৰী :

‎মমিদালা জগদীশ কুমাৰ, ইউজিচিৰ প্ৰাক্তন অধ্যক্ষ – সাহিত্য আৰু শিক্ষা
‎কে পাজানিভেল – পৰম্পৰাগত সমৰ কলা
‎সত্যনাৰায়ণ নুৱাল, ছ’লাৰ গ্ৰুপৰ অধ্যক্ষ-প্ৰতিৰক্ষা নিৰ্মাণ পৰিৱেশতন্ত্ৰ
‎কৈলাশ চন্দ্ৰ পেণ্টেনিয়ৰ, জ্যেষ্ঠ সাংবাদিক
‎প্ৰবীণ কুমাৰ, পেৰালিম্পিক স্বৰ্ণ পদক বিজয়ী
‎হৰমনপ্ৰীত কৌৰ, ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক
‎আৰ কৃষ্ণন কিতনা (মৰণোত্তৰ)
‎প্ৰফেচাৰ (ড°) লাৰ্ছ-ক্ৰিষ্টিয়ান ক’চ

pak | ASSAM TIMES POST
ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

‎এইচ ভি হেণ্ডে
‎গফৰুদ্দিন মেৱাতী যোগী
‎মীৰ হাজী কাচাম
‎ৰঘুবীৰ খেড়কাৰ
‎প্ৰসেনজিৎ চেটাৰ্জী
‎দেৱকী আম্মা জি
‎ৰামচন্দ্ৰ গোডবোলে আৰু সুনীতা গডবোলে (যুটি)
‎টেচি গুবিন
‎ৰতিলাল মোহনলাল বৰিসাগৰ
‎কুমাৰ বসু
‎জনাৰ্দন বাপুৰাও ব’থে
‎স্বামী ব্ৰহ্মদেৱ
‎বিশ্ববন্ধু (মৰণোত্তৰ)
‎ভাৰত সিং ভাৰতী
‎তাগা ৰাম ভীল
‎শতবধানী ড° আৰ গণেশ
‎ভগত সিং কোশিয়াৰী
‎উদয় সুৰেশকুমাৰ কোটাক
‎বিজয় কুমাৰ মালহোত্ৰা (মৰণোত্তৰ)
‎
‎পদ্ম বিভূষণ :

‎প্ৰয়াত ধৰ্মেন্দ্ৰ, কিংবদন্তি অভিনেতা
‎ড° এন ৰাজম
‎
‎পদ্মভূষণ :

‎প্ৰয়াত পীয়ুষ পাণ্ডে, বিজ্ঞাপনৰ কিংবদন্তি
‎ড° কাল্লিপট্টি ৰামাস্বামী পালানিস্বামী

Tags: ‎CivilhonorPadma
Share4Tweet3Send

Related Posts

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু
National-International

by News Desk
August 19, 2026
50
Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা
National-International

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

by News Desk
August 18, 2026
50
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ
National-International

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

by News Desk
August 18, 2026
50
Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ

Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন

Supreme Court of India : ১৪ গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক অভিযোগ, শীৰ্ষত তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী

ADVERTISEMENT
Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু
National-International

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

August 19, 2026
50
Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা
National-International

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

August 18, 2026
50
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ
National-International

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

August 18, 2026
50
Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ

August 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

August 19, 2026
Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

August 18, 2026
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

August 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT