ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

নিউজ ডেস্কঃ

News Desk by News Desk
June 15, 2026
Reading Time: 1 min read
A A
0
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

পশ্চিমবংগৰ ৰাজনীতিত আচৰিত ঘটনা। বিদ্ৰোহী তৃণমূলৰ সাংসদসকলে (Rebellious Trinamool MP) হঠাৎ এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰে। কেইবা বছৰ ধৰি ত্ৰিপুৰাৰ পুৰণি দল (Tripura’s old party) নেচনেলিষ্ট চিটিজেনছ পাৰ্টী অব ইণ্ডিয়াৰ (Nationalist Citizens Party of India) (এনচিপিআই) সৈতে একত্ৰিত হৈ দিল্লীত এক নতুন ৰাজনৈতিক সমীকৰণ (New political equation)ৰ সৃষ্টি কৰিছে ক্ষুব্ধ তৃণমূলৰ সাংসদসকলে।

জানিব পৰা মতে, দিল্লীৰ কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ বাসগৃহত দীৰ্ঘসময়ৰ বৈঠকৰ অন্তত এই চূড়ান্ত সিদ্ধান্ত লোৱা হৈছে। কিন্তু এই এনচিপিআই কোন? জানিব পৰা মতে, এই দলটোৰ জন্ম হৈছিল ত্ৰিপুৰাত। এই দলটোৱে ২০২৩ চনৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। কিন্তু বৰ্তমান এই দলৰ ত্ৰিপুৰা, অসম, বংগ, উত্তৰ-পূৰ্বাঞ্চলকে ধৰি বিভিন্ন ক্ষেত্ৰত সংগঠন আছে। কাকলি ঘোষ দস্তিদাৰ আৰু পাৰ্থ ভৌমিকৰ দৰে ডাঙৰ ডাঙৰ নেতা এইবাৰ এই দলত যোগদান কৰাৰ লগে লগে বংগত এনচিপিআই সংগঠন যে অধিক শক্তিশালী হ’ব তাত কোনো সন্দেহ নাই।

TMC 3 | ASSAM TIMES POST
তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে ত্ৰিপুৰাৰ এনচিপিআই দলৰ সৈতে বিলীন হৈ লোকসভাৰ অধ্যক্ষক পত্ৰ প্ৰদান

উল্লেখ্য যে ২০২৩ চনৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত জাহাংগীৰ আলীয়ে ত্ৰিপুৰাৰ উনকোটি জিলাৰ কৈলাশাহাৰ বিধানসভা সমষ্টিৰ পৰা ইণ্ডিয়ান নেচনেলিষ্ট চিটিজেনছ পাৰ্টীৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু নিৰ্বাচনত পৰাজিত হয় ৫১ বছৰীয়া প্ৰাৰ্থীগৰাকী। তদুপৰি ২০২৩ চনৰ ত্ৰিপুৰা নিৰ্বাচনত দলটোৱে ছাৱইমানু সমষ্টিৰ পৰা এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। তাতো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। ত্ৰিপুৰাৰ নিৰ্বাচনত তেওঁলোকে লাভ কৰিছিল মাত্ৰ ০.০৩% ভোট। উল্লেখ্য যে আজিৰ দিনটোত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বাবেও এখন পত্ৰ প্ৰস্তুত কৰা হৈছে। তাত এই বিৰোধী শিবিৰটোৱে এনচিপিআইৰ সদস্য হিচাপে স্বীকৃতি লাভৰ বাবে আবেদন জনাইছে। এই সমগ্ৰ পদক্ষেপৰ আঁৰত আছে এক অতি চতুৰ আইনী আৰু ৰাজনৈতিক কৌশল। অভিষেক বেনাৰ্জীয়ে প্ৰেৰণ কৰা কঠোৰ পত্ৰৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত অতি তাৎপৰ্যপূৰ্ণ। অভিষেকে স্পষ্টকৈ দাবী কৰিছিল যে লোকসভাত সাংসদৰ সংখ্যা থাকিলেই দলবিৰোধী আইনখনৰ পৰা ৰক্ষা কৰা নহ’ব, যদিহে মূল দলটোও ক’ৰবাত একত্ৰিত নহয়।

ত্ৰিপুৰাৰ এই পঞ্জীয়নভুক্ত দলটোৰ সৈতে নিজকে সম্পূৰ্ণৰূপে একত্ৰিত কৰাৰ সিদ্ধান্ত লৈ বিসম্বাদী সাংসদসকলে মূলতঃ উচ্চতম ন্যায়ালয়ৰ আইনী জটিলতা আৰু পদৰ পৰা বৰ্খাস্ত হোৱাৰ সম্ভাৱনাৰ পৰা আঁতৰি থাকিব বিচাৰিছে। ইয়াৰ সমান্তৰালকৈ ৰাজনৈতিকভাৱেও এটা ডাঙৰ পৰিৱৰ্তন হ’বলৈ গৈ আছে। ত্ৰিপুৰাৰ এই বাংলাকেন্দ্ৰিক দলটো ইতিমধ্যে এনডিএৰ অংশ। ফলত পোনপটীয়াকৈ বিজেপিত যোগদান নকৰাকৈয়ে তৃণমূল সাংসদসকলে এই দলৰ জৰিয়তে কেন্দ্ৰত মোদী চৰকাৰক সমৰ্থন কৰিবলৈ সক্ষম হৈছে। একে সময়তে এতিয়ালৈকে ত্ৰিপুৰা আৰু অসমত সক্ৰিয় হৈ থকা এনচিপিআয়ে এতিয়া আনুষ্ঠানিকভাৱে এই হেভিৱেট সাংসদসকলৰ কান্ধত ধৰি পশ্চিমবংগৰ ৰাজনীতিত প্ৰৱেশ কৰিছে, যিয়ে অনাগত দিনত বংগৰ ভূমিত ৰাজনৈতিক সংগ্ৰামৰ সমীকৰণ সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে।

Tags: RebelliousTrinamoolMP
Share4Tweet3Send

Related Posts

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

by News Desk
June 15, 2026
50
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি
National-International

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

by News Desk
June 15, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

by News Desk
June 15, 2026
50
Under 16 Social Media Ban : ‎বিশ্বৰ চতুৰ্থ দেশ : ব্ৰিটেইনত ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব
National-International

Under 16 Social Media Ban : ‎বিশ্বৰ চতুৰ্থ দেশ : ব্ৰিটেইনত ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব

by News Desk
June 15, 2026
50
Delhi fire I দিল্লীৰ বহুমহলীয়া অট্টালিকাত অগ্নিসংযোগ কৰিছিল কিশোৰীয়ে, কিন্তু কিয়?
National-International

Delhi fire I দিল্লীৰ বহুমহলীয়া অট্টালিকাত অগ্নিসংযোগ কৰিছিল কিশোৰীয়ে, কিন্তু কিয়?

by Staff Reporter
June 15, 2026
50
Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি
National-International

Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি

by Staff Reporter
June 15, 2026
50
ADVERTISEMENT
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
50
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি
National-International

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

June 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx