ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Tomahawk Missile : ইৰাণ যুদ্ধত আমেৰিকাৰ অন্যতম অস্ত্ৰ টমাহক ক্ষেপণাস্ত্ৰৰ ভাৰতত সফল পৰীক্ষণ

নিউজ ডেস্কঃ

News Desk by News Desk
June 16, 2026
Reading Time: 1 min read
A A
0
Tomahawk Missile : ইৰাণ যুদ্ধত আমেৰিকাৰ অন্যতম অস্ত্ৰ টমাহক ক্ষেপণাস্ত্ৰৰ ভাৰতত সফল পৰীক্ষণ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

Bihar Temple Stampade : বিহাৰৰ মন্দিৰত পদপিষ্ট হৈ কমেও ৭ তীৰ্থযাত্ৰীৰ মৃত্যু, কেইবাজনো আহত

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

ভাৰতৰ মাটিত (In the land of India) সফল পৰীক্ষা (Successful test) টমাহক ক্ৰুজ মিছাইল (Tomahawk missile)ৰ। ১৫ জুনত ডিআৰডিঅ’ই ওড়িশাৰ চণ্ডীপুৰত আইটিআৰৰ পৰা অহা আমেৰিকান ক্ৰুজ মিছাইল টমাহকৰ ভাৰতীয় সংস্কৰণ (Tomahawk’s Indian version) সফলতাৰে পৰীক্ষা কৰে।

টমাহক ক্ৰুজ মিছাইলৰ ভাৰতীয় সংস্কৰণৰ নাম এতিয়াও চূড়ান্ত হোৱা নাই। অৱশ্যে এই ক্ষেপণাস্ত্ৰই হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত্বৰ লক্ষ্যত আঘাত কৰিবলৈ সক্ষম। কিছুদিন পূৰ্বে ডিআৰডিঅ’ই ‘নিৰ্ভয়’ ক্ৰুজ মিছাইলৰো পৰীক্ষা কৰিছিল যদিও সেই পৰীক্ষাত সফলতা লাভ কৰা নাছিল। এই মিছাইলৰ উত্তৰাধিকাৰী হিচাপে দেখা গৈছে টমাহক ক্ৰুজ মিছাইল। সংশ্লিষ্ট বিষয়াসকলৰ মতে, এই ক্ষেপণাস্ত্ৰৰ দূৰত্ব বেছি। গাইডেন্সৰ ক্ষেত্ৰত ই অধিক সঠিক আৰু উন্নত।

missile1 | ASSAM TIMES POST
টমাহক ক্ষেপণাস্ত্ৰৰ ভাৰতত সফল পৰীক্ষণ

জানিব পৰা মতে, এই ক্ষেপণাস্ত্ৰ বৰ্তমান ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অস্ত্ৰভাণ্ডাৰত সংযোজন হোৱা নাই। এই ক্ষেপণাস্ত্ৰৰ ওপৰত আগন্তুক দুবছৰত আৰু দুটা উন্নয়নমূলক আৰু ব্যৱহাৰিক পৰীক্ষা কৰা হ’ব। ডিআৰডিঅ’ৰ বিবৃতিত এই ক্ষেপণাস্ত্ৰৰ বিষয়ে অতি কম তথ্য সন্নিবিষ্ট কৰা হৈছে। অৱশ্যে ০.৮ মেক পৰ্যন্ত গতিবেগ থকা এই ক্ৰুজ মিছাইল স্থলপথৰ পৰা ১০০০ কিলোমিটাৰতকৈও অধিক দূৰত্বৰ লক্ষ্যত আঘাত কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ অস্ত্ৰ।

ইৰাণ যুদ্ধত আমেৰিকাৰ বাবে টমাহক ক্ৰুজ মিছাইল অতি গুৰুত্বপূৰ্ণ আছিল। যোৱা মাৰ্চ মাহত চেণ্টাৰ ফৰ ষ্ট্ৰেটেজিক এণ্ড ইণ্টাৰনেচনেল ষ্টাডিজে প্ৰকাশ কৰা অনুসৰি, আমেৰিকাই বছৰি ইৰাণৰ বিৰুদ্ধে ক্ৰয় কৰা টমাহক ক্ষেপণাস্ত্ৰৰ ৯ গুণ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছে। আমেৰিকাই বছৰি ৯০ টা টমাহক ক্ৰয় কৰে। আমেৰিকাৰ অস্ত্ৰভাণ্ডাৰৰ আটাইতকৈ মাৰাত্মক ক্ৰুজ মিছাইল হৈছে টমাহক। এই ক্ষেপণাস্ত্ৰই ১৬০০ কিলোমিটাৰ দূৰৈৰ লক্ষ্যত আঘাত কৰিব পাৰে। এই ক্ষেপণাস্ত্ৰই ৪৫৩ কিলোগ্ৰাম বিস্ফোৰক কঢ়িয়াই নিব পৰা আৰু নিখুঁতভাৱে আঘাত কৰিব পাৰে। অৱশ্যে এই ক্ষেপণাস্ত্ৰৰ উন্নত সংস্কৰণে ২৫০০ কিলোমিটাৰ দূৰৈৰ লক্ষ্যত আঘাত কৰিব পাৰে। ই ঘণ্টাত ৮৮০ কিলোমিটাৰ বেগত লক্ষ্যত আঘাত কৰিব পাৰে। এইবাৰ ভাৰতৰ অস্ত্ৰভাণ্ডাৰত সংযোজন কৰা হৈছে এই টমাহক ক্ৰুজ মিছাইল।

Tags: TomahawkMissileTestIndia
Share4Tweet3Send

Related Posts

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

by News Desk
August 17, 2026
50
Bihar Temple Stampade : বিহাৰৰ মন্দিৰত পদপিষ্ট হৈ কমেও ৭ তীৰ্থযাত্ৰীৰ মৃত্যু, কেইবাজনো আহত
National-International

Bihar Temple Stampade : বিহাৰৰ মন্দিৰত পদপিষ্ট হৈ কমেও ৭ তীৰ্থযাত্ৰীৰ মৃত্যু, কেইবাজনো আহত

by News Desk
August 17, 2026
50
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

by News Desk
August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

ADVERTISEMENT
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

August 17, 2026
50
Bihar Temple Stampade : বিহাৰৰ মন্দিৰত পদপিষ্ট হৈ কমেও ৭ তীৰ্থযাত্ৰীৰ মৃত্যু, কেইবাজনো আহত
National-International

Bihar Temple Stampade : বিহাৰৰ মন্দিৰত পদপিষ্ট হৈ কমেও ৭ তীৰ্থযাত্ৰীৰ মৃত্যু, কেইবাজনো আহত

August 17, 2026
50
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

August 16, 2026
50
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

August 17, 2026
Bihar Temple Stampade : বিহাৰৰ মন্দিৰত পদপিষ্ট হৈ কমেও ৭ তীৰ্থযাত্ৰীৰ মৃত্যু, কেইবাজনো আহত

Bihar Temple Stampade : বিহাৰৰ মন্দিৰত পদপিষ্ট হৈ কমেও ৭ তীৰ্থযাত্ৰীৰ মৃত্যু, কেইবাজনো আহত

August 17, 2026
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

August 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT