ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট

নিউজ ডেস্কঃ

News Desk by News Desk
June 18, 2026
Reading Time: 1 min read
A A
0
Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা

Jharkhand Rajya Sabha seat : ঝাৰখণ্ডৰ ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়

Telegram controversy : টেলিগ্ৰামেই হৈছে নতুন ‘ডাৰ্ক ৱেব’, নিষেধাজ্ঞাৰ সপক্ষে কেন্দ্ৰৰ যুক্তি

পুনেত (Pune) এগৰাকী স্বয়ম্ভূ বাবাৰ (Self-existent Baba) বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ (Rape accusation)। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি, তেওঁ এগৰাকী মহিলাক কেইবাবছৰ ধৰি ধৰ্ষণ কৰি আছিল। লগতে তেওঁক ব্লেকমেইলিঙো কৰি আছিল। অৱশ্যে এই ঘটনাত মহিলাগৰাকী শেহতীয়াকৈ আৰক্ষীৰ কাষ চাপে। তেওঁৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে বাবাজনক।

আৰক্ষীৰ সূত্ৰ অনুসৰি, লোকজনে নিজৰ আশ্ৰমখন ‘মডাৰ্ন গুৰুকুল’ (Modern Gurukul) বুলি দাবী কৰিছিল। তেওঁৰ অলৌকিক শক্তি আছে বুলিও তেওঁ দাবী কৰিছিল। আৰু সেই কৌশলেৰে ভণ্ড বাবাই এগৰাকী নাৰীক নিজৰ ফান্দত প্ৰলোভিত কৰে। অভিযোগ অনুসৰি, তেওঁ মহিলাগৰাকীক স্বামীৰ পৰা বিচ্ছিন্ন কৰিছিল। তেতিয়াৰে পৰাই তেওঁ মহিলাগৰাকীক ‘বন্দী’ কৰি নিজৰ লগত ৰাখিছিল।

baba | ASSAM TIMES POST
পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা

২০১০ চনৰ পৰা ২০১৬ চনৰ ভিতৰত তেওঁ মহিলাগৰাকীক কেইবাবাৰো ধৰ্ষণ কৰাৰ অভিযোগ। এই ঘটনাৰ ভিডিঅ’ও ৰাখিছিল। ভিডিঅ’টো দেখুৱাই ব্লেকমেইল কৰিছিল আৰু পিছতো অত্যাচাৰ অব্যাহত ৰাখিছিল বুলি ভুক্তভোগীয়ে দাবী কৰিছে।

ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভণ্ড বাবাৰ ঠিকনাত তালাচী চলায়। তেওঁৰ গোপন কোঠাৰ পৰা বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হয়। তালাচীত ১২টা লেপটপ, ১১টা মোবাইল ফোন, ১৯টা হাৰ্ড ডিস্ক আৰু নগদ ৬.৫ লাখ টকা উদ্ধাৰ কৰা হয়। ইয়াৰ উপৰি সোণৰ গহনা, গৰ্ভনিৰোধক টেবলেট, ড্ৰাগছ আদিও উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

Tags: PuneRapistBaba
Share4Tweet3Send

Related Posts

Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা
National-International

by News Desk
June 18, 2026
50
Jharkhand Rajya Sabha seat : ঝাৰখণ্ডৰ ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়
National-International

Jharkhand Rajya Sabha seat : ঝাৰখণ্ডৰ ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়

by News Desk
June 18, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram controversy : টেলিগ্ৰামেই হৈছে নতুন ‘ডাৰ্ক ৱেব’, নিষেধাজ্ঞাৰ সপক্ষে কেন্দ্ৰৰ যুক্তি

by News Desk
June 18, 2026
50
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

by Staff Reporter
June 18, 2026
50
Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি
National-International

Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

by Staff Reporter
June 18, 2026
50
ADVERTISEMENT
Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা
National-International

Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা

June 18, 2026
50
Jharkhand Rajya Sabha seat : ঝাৰখণ্ডৰ ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়
National-International

Jharkhand Rajya Sabha seat : ঝাৰখণ্ডৰ ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়

June 18, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram controversy : টেলিগ্ৰামেই হৈছে নতুন ‘ডাৰ্ক ৱেব’, নিষেধাজ্ঞাৰ সপক্ষে কেন্দ্ৰৰ যুক্তি

June 18, 2026
50
Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট
National-International

Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা

Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা

June 18, 2026
Jharkhand Rajya Sabha seat : ঝাৰখণ্ডৰ ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়

Jharkhand Rajya Sabha seat : ঝাৰখণ্ডৰ ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়

June 18, 2026
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram controversy : টেলিগ্ৰামেই হৈছে নতুন ‘ডাৰ্ক ৱেব’, নিষেধাজ্ঞাৰ সপক্ষে কেন্দ্ৰৰ যুক্তি

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT