ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়া হব জুবিনক

Staff Reporter by Staff Reporter
March 2, 2020
Reading Time: 1 min read
A A
1
উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়া হব জুবিনক

0 1 e1574345654996 6 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

নিউজ ডেস্ক: যোৱা শুক্ৰবাৰৰ পৰা গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰাইজৰ মৰম শিল্পী জুবিন গাৰ্গক নিয়া হব মুম্বাইলৈ।বৰ্তমান শিল্পী গৰাকী প্ৰায় সুস্থ যদিও উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হব পাৰে মুম্বাইলৈ। উল্লেখ যে শিল্পীগৰাকী পৰিয়াল আৰু ঘনিষ্ঠ মহলৰ এক সূত্ৰই জানিব দিয়া অনুসৰি জুবিন প্ৰায়ে সুস্থ যদিও স্নায়ুজনিত কিছু সমস্যা থকা বাবে মুম্বাইলৈ নিবলৈ প্ৰস্তুতি চলোৱা বুলি উল্লেখ কৰিছে।লগতে তেওঁলোকে জানিবলৈ দিছে যদি তেওঁক মুম্বাই লৈ নিয়া হয় তেন্তে দুই-এদিনতে নিয়া হব পাৰে মুম্বাইলৈ। মুম্বাইত থকা একাংশ শিল্পীয়ে এই ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ উদ্যোগ।

WhatsApp Image 2020 03 02 at 15.41.15 | ASSAM TIMES POST

গুৰুত্বপূৰ্ণ কথা এই যে বৃক্ক, যকৃতকে ধৰি শিল্পী গৰাকীৰ সকলোবোৰ অংগই সুচল ভাৱে ক্ৰিয়া কৰি আছে।স্নায়ুজনিত সমস্যা সম্পূৰ্ন সুস্থ কৰিব বাবে মুম্বাইলৈ নিব লগা প্ৰয়োজন থকা বুলি উল্লেখ কৰিছে।অৱশ্যে এই কথা আনুষ্ঠানিক ঘোষণালৈ এতিয়াও বাকী।

Tags: Zubeen Garg
Share4Tweet3Send

Related Posts

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

by News Desk
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized
Assam

Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

by Staff Reporter
May 10, 2026
50
‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি
Assam

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

by News Desk
May 9, 2026
50
ADVERTISEMENT
TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ
National-International

TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

May 13, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

May 13, 2026
50
CBSE 12th result : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা
EDUCATION

CBSE 12th result : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

May 13, 2026
50
Gold custom duty hike : সোণ-ৰূপৰ বজাৰত লাগিব জুই, সোণ-ৰূপৰ আমদানি শুল্ক আঢ়ৈগুণ বৃদ্ধি কেন্দ্ৰৰ
National-International

Gold custom duty hike : সোণ-ৰূপৰ বজাৰত লাগিব জুই, সোণ-ৰূপৰ আমদানি শুল্ক আঢ়ৈগুণ বৃদ্ধি কেন্দ্ৰৰ

May 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

May 13, 2026
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

May 13, 2026
CBSE 12th result : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

CBSE 12th result : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

May 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT