ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Priyanka Gandhi । আই আই টি মাদ্ৰাজৰ সঞ্চালকক ‘গো-মূত্ৰ বিশেষজ্ঞ’ বুলি আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ, ২ শতাধিক শিক্ষাবিদৰ গৰিহণা

Staff Reporter by Staff Reporter
July 31, 2026
Reading Time: 1 min read
A A
0
“Congress Shake-Up: Priyanka Gandhi Removes Uttar Pradesh In-Charge Ahead of 2024 Lok Sabha Elections”

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী (Priyanka Gandhi) ভাদ্ৰাই আই আই টি মাদ্ৰাজৰ অধ্যাপক তথা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (এন টি এ) সংস্কাৰৰ বাবে গঠিত টাস্ক ফ’ৰ্চৰ সদস্য ভি কামকোটিক নাম নোলোৱাকৈ ‘গো-মূত্ৰ বিশেষজ্ঞ’ আখ্যা দি বিতৰ্কৰ সৃষ্টি কৰে। আনহাতে, বৃহস্পতিবাৰে ২১৫ গৰাকী শিক্ষাবিদে আই আই টিৰ অধ্যাপকগৰাকীক লৈ প্ৰিয়ংকাই কৰা ‘গো-মূত্ৰ’ মন্তব্যক লৈ মুকলি পত্ৰযোগে সমালোচনা কৰে।
Priyanka Gandhi ।
আই আই টি মাদ্ৰাজৰ সঞ্চালকক ‘গো-মূত্ৰ বিশেষজ্ঞ’ বুলি আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ:

প্ৰিয়ংকাই মঙলবাৰে লোকসভাত প্ৰশ্নকাকত ফাদিল বিৰোধী সংশোধনী বিধেয়ক, ২০২৬ সন্দৰ্ভত ভাষণ দি এই মন্তব্য কৰিছিল। যদিও তাত তেওঁ বিশেষভাৱে কাৰো নাম উল্লেখ কৰা নাই, তথাপিও অভিযোগ কৰা হৈছে যে তেওঁৰ মন্তব্য কামকোটিৰ দিশে নিৰ্দেশিত।

উল্লেখযোগ্য যে কামকোটি পেছাত কম্পিউটাৰ বিজ্ঞানী আৰু শিক্ষাবিদ। আই আই টি মাদ্ৰাজৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ আৰু পি এইচ ডি সম্পূৰ্ণ কৰাৰ পিছত ২০০১ চনত তাত শিক্ষকতা আৰম্ভ কৰে। ২০২২ চনৰ জানুৱাৰী মাহত তেওঁ আই আই টি মাদ্ৰাজৰ সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে।

বিভিন্ন পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ মাজতে আন্দোলনকাৰীক দিয়া প্ৰতিশ্ৰুতিৰ পিছতে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু এন টি এৰ আমূল সংস্কাৰৰ বাবে কেন্দ্ৰই এক উচ্চ পৰ্যায়ৰ টাস্ক ফ’ৰ্চ গঠন কৰিছে। ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক নন্দন নিলেকানীৰ নেতৃত্বত গঠন হোৱা কমিটীত কামকোটিৰ উপৰি আন চাৰিজন সদস্য আছে।

তেওঁলোক হ’ল তপন কুমাৰ ডেকা (কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা বা আই বিৰ প্ৰাক্তন সঞ্চালক), অনিতা কাৰ্বাল (প্ৰাক্তন কেন্দ্ৰীয় শিক্ষা সচিব), অমৃতলাল মীনা (প্ৰযুক্তি বিশেষজ্ঞ) আৰু এছ সোমনাথ (ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ প্ৰাক্তন অধ্যক্ষ)। প্ৰিয়ংকাই লোকসভাত অভিযোগ কৰিছিল যে টাস্ক ফ’ৰ্চৰ সদস্যসকলৰ ভিতৰত গো-মূত্ৰ বিশেষজ্ঞও আছে। উল্লেখযোগ্য যে কামকোটিয়ে আগতেও বহুবাৰ গো-মূত্ৰৰ ‘গুণ’ৰ বিষয়ে ৰাজহুৱাভাৱে মাত মাতিছে।

প্ৰিয়ংকা গান্ধীৰ এই মন্তব্যৰ প্ৰতিবাদ কৰি এখন মুকলি পত্ৰত শিক্ষাবিদসকলে লিখিছে, “এজন গৱেষকক তেওঁৰ মতামতৰ বিষয়বস্তুৰ মাজলৈ নোযোৱাকৈ কেৱল এটি লেবেল লগাই পদৰ পৰা বৰ্খাস্ত কৰাটো অনুচিত। এনে উদাহৰণে আমাৰ সংবিধানে প্ৰতিজন নাগৰিকক গঢ়ি তুলিবলৈ কোৱা বৈজ্ঞানিক মনোভাৱক দুৰ্বল কৰাৰ ভাবুকি দিছে।”

ইয়াৰ উপৰি কোৱা হৈছে, “আমি আপোনাৰ মন্তব্যক লৈ আমাৰ হতাশা প্ৰকাশ কৰিবলৈ ইয়াত লিখিছো। য’ত আপুনি আই আই টি মাদ্ৰাজৰ সঞ্চালক অধ্যাপক ভি কামাকোটিক ‘গো-মূত্ৰ বিশেষজ্ঞ’ বুলি অভিহিত কৰিছে। সেয়া ব্যংগ হওক বা ৰাজনৈতিক বক্তব্য যিয়েই নহওক কিয়, এনে বৰ্ণনাই এনে এক উদ্বেগ উত্থাপন কৰে যিটো কেৱল এজন ব্যক্তিতে সীমাবদ্ধ নহয়।” উল্লেখযোগ্য যে কামাকোটিয়ে যোৱা বছৰ চেন্নাইত অনুষ্ঠিত এক ধৰ্মীয় অনুষ্ঠানত কৈছিল, “গো-মূত্ৰৰ নিৰাময় আৰু ঔষধি গুণ আছে। ইয়াৰ সহায়ত পেটৰ সমস্যা আৰু জ্বৰৰ চিকিৎসা কৰিব পাৰি।”

পিছত যেতিয়া বিষয়টোক লৈ বিতৰ্কৰ সৃষ্টি হয়, তেতিয়া তেওঁ তেওঁৰ বক্তব্যৰ সমৰ্থনত উল্লেখ কৰে যে গো-মূত্ৰৰ এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণৰ ওপৰত কিছু গৱেষণা পত্ৰ আৰু বৈজ্ঞানিক তথ্য বিভিন্ন আলোচনীত প্ৰকাশ পাইছে।

Tags: 'গো-মূত্ৰ বিশেষজ্ঞ' বুলি আক্ৰমণ প্ৰিয়ংকা গান্ধীৰআই আই টি মাদ্ৰাজৰ সঞ্চালকক২ শতাধিক শিক্ষাবিদৰ গৰিহণা
Share4Tweet3Send

Related Posts

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

by News Desk
August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

by News Desk
August 1, 2026
50
Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ
National-International

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

by News Desk
August 1, 2026
50
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক
National-International

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

by News Desk
August 1, 2026
50
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

by News Desk
August 1, 2026
50
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব
National-International

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

by News Desk
August 1, 2026
50
ADVERTISEMENT
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026
50
Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ
National-International

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

August 1, 2026
50
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক
National-International

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026
Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx