ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসমীয়াই নিজেই হেৰুৱাইছে নেকি অসমীয়া “ভাল” গীতৰ সোঁৱাদ??

Staff Reporter by Staff Reporter
March 4, 2020
Reading Time: 1 min read
A A
0
অসমীয়াই নিজেই হেৰুৱাইছে নেকি অসমীয়া “ভাল” গীতৰ সোঁৱাদ??

RELATED POSTS

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

হলীউড, বলীউড আৰু টলীউডৰ সংগীত ক্ষেত্ৰখনৰ দৰেই আমাৰ অসমীয়া সংগীত ক্ষেত্ৰখনো সমানেই চহকী। শংকৰদেৱ, মাধৱদেৱৰ দৰে একোগৰাকী মহান ব্যক্তিৰ অৱস্থিতিৰ লগতে এই ক্ষেত্ৰখনত আছে ড° ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, খগেন মহন্ত ইত্যাদি কেইবাগৰাকীও জনপ্ৰিয় শিল্পীৰ কৰ্ম। বৰ্তমান সময়তো এই ক্ষেত্ৰখনক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰিছে একাংশ অসমীয়া শিল্পীয়ে। নিতৌ ন-ন প্ৰতিভাৰ নিৰ্দশন দেখিবলৈ পোৱা যায় এই ক্ষেত্ৰখনত। একো একোটা গীতেৰে ক্ষন্তেকতে জনপ্ৰিয় হৈছে একোজন ন-শিল্পী। কিন্তু, এতিয়া প্ৰশ্ন হয়; অসমীয়া শ্ৰোতাই হেৰুৱাইছে নেকি বাৰু “ভাল” সংগীতৰ সোঁৱাদ?

Mahapurukh Srimanta Sankardev.2 | ASSAM TIMES POST

য’ত “বুকু হ’ম হ’ম কৰে”, “মানুহে মানুহৰ বাবে” আদি বিভিন্ন জনসাধাৰণৰ দেহ-মন জগাই তোলা একোটা গীতৰ সৃষ্টি হৈছে; তাতেই আজি কালি নিৰ্মিত একোটা গীতৰ জনপ্ৰিয়তাই ম্লানটো কৰি পেলোৱা নাই অসমীয়া “ভাল” গীতৰ অস্তিত্ব?? ঋণাত্মক সমালোচনা হোৱাৰ স্বত্বেও এটি গীতে ইউটিউবত লাভ কৰে মিলিয়নৰ অংকত ভিউৱাৰচ কিন্তু একোটা মন-পৰশা গীতে শ্ৰোতাক আকৰ্ষণ কৰা পিছতো হৈ নুঠে জনপ্ৰিয়। ইয়াৰ বাবে আছলতে দায়ী কোন??

15 35 206567408bhupennew ll | ASSAM TIMES POST

8 9 640x480 1 | ASSAM TIMES POST

কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অনুৰাগ শইকীয়াৰ সপোন “প্ৰজেক্ট বৰগীত” মুকলি কৰা হৈছিল। ৫০০ বছৰ পূৰণি “আৰে কম্পিত” শীৰ্ষক এই বৰগীতটিত কোনো ফিউজন প্ৰদান নকৰি ওৱেষ্টাৰ্ন ক্লাছিকৰ সৈতে সংলগ্ন কৰা হৈছিল। অনুৰাগ শইকীয়াৰ এই প্ৰকল্পটিত বিশ্বৰ বিভিন্ন ঠাইৰ ৮০ গৰাকী সংগীত শিল্পীৰ লগতে অংশগ্ৰহণ কৰিছিল ১৫ গৰাকী কলা-কুশলীয়ে। গীতটিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৰ বুটিলিবলৈ সক্ষম হৈছে যদিও ইউটিউবত ইয়াৰ ভিউৱাৰচৰ সংখ্যা মাত্ৰ এতিয়া ৯৪ হাজাৰ। এক কথাত ক’বলৈ গ’লে, অইনৰ তুলনাত “প্ৰজেক্ট বৰগীত” হৈছে অসমীয়া জাতিৰ স্বাভিমান। তৎস্বত্বেও, ই ভাইৰেল হোৱা নাই চচিয়েল মিডিয়াত। সেইবাবেই প্ৰশ্ন হয়; আমিয়ে নিজৰ মাজতেই হেৰুৱাইছো নেকি অসমীয়া “ভাল” গীতৰ সোঁৱাদ?

SOURCE:https://rupaliparda.com/archives/10928

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Assamese Singerassamese songAssamese songs
Share5Tweet3Send

Related Posts

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

by News Desk
August 15, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
ADVERTISEMENT
Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ
National-International

Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ

August 20, 2026
50
Covid 19 : কোভিডৰ প্ৰভাৱত সুপ্ত ভাইৰাছ জাগ্ৰত হৈছে, সামান্য জ্বৰ হ’লেও হাওঁফাওঁৰ ক্ষতি হ’ব পাৰে; কিয় চিন্তিত গৱেষকসকল?
National-International

Covid 19 : কোভিডৰ প্ৰভাৱত সুপ্ত ভাইৰাছ জাগ্ৰত হৈছে, সামান্য জ্বৰ হ’লেও হাওঁফাওঁৰ ক্ষতি হ’ব পাৰে; কিয় চিন্তিত গৱেষকসকল?

August 20, 2026
50
Jammu Kashmir controversy : কাশ্মীৰত চাৰ্জিঅ’ গোৰৰ মন্তব্যক লৈ অস্বস্তিত পাকিস্তান, আমেৰিকাৰ দূতক তলব ইছলামাবাদৰ
National-International

Jammu Kashmir controversy : কাশ্মীৰত চাৰ্জিঅ’ গোৰৰ মন্তব্যক লৈ অস্বস্তিত পাকিস্তান, আমেৰিকাৰ দূতক তলব ইছলামাবাদৰ

August 20, 2026
50
SC on NEET : ইউপিএছচি পৰীক্ষাৰ পৰা শিক্ষা লোৱা উচিত, নীট সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ
National-International

SC on NEET : ইউপিএছচি পৰীক্ষাৰ পৰা শিক্ষা লোৱা উচিত, নীট সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ

August 19, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ

Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ

August 20, 2026
Covid 19 : কোভিডৰ প্ৰভাৱত সুপ্ত ভাইৰাছ জাগ্ৰত হৈছে, সামান্য জ্বৰ হ’লেও হাওঁফাওঁৰ ক্ষতি হ’ব পাৰে; কিয় চিন্তিত গৱেষকসকল?

Covid 19 : কোভিডৰ প্ৰভাৱত সুপ্ত ভাইৰাছ জাগ্ৰত হৈছে, সামান্য জ্বৰ হ’লেও হাওঁফাওঁৰ ক্ষতি হ’ব পাৰে; কিয় চিন্তিত গৱেষকসকল?

August 20, 2026
Jammu Kashmir controversy : কাশ্মীৰত চাৰ্জিঅ’ গোৰৰ মন্তব্যক লৈ অস্বস্তিত পাকিস্তান, আমেৰিকাৰ দূতক তলব ইছলামাবাদৰ

Jammu Kashmir controversy : কাশ্মীৰত চাৰ্জিঅ’ গোৰৰ মন্তব্যক লৈ অস্বস্তিত পাকিস্তান, আমেৰিকাৰ দূতক তলব ইছলামাবাদৰ

August 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d