ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 11, 2026
Reading Time: 1 min read
A A
0
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

জাতীয় গীত ‘বন্দে মাতৰম’ক (Vande Mataram) অপমান কৰাটো শাস্তিযোগ্য কৰি তুলিবলৈ (To make insulting punishable) এখন আইন প্ৰস্তুত (Law prepared) কৰা হৈছে। মঙলবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই বিধেয়কত সন্মতি প্ৰদান কৰে। ফলত ‘ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ (সংশোধনী) বিধেয়ক, ২০২৬’ ই (National Honor Insult Prevention (Amendment) Bill) এক আইনত পৰিণত হয়।

২৯ জুলাইত ৰাজ্যসভাত বিধেয়কখন গৃহীত হয়। দুদিন পিছত ৩১ জুলাইত লোকসভাতো বিধেয়কখন গৃহীত হয়। এইবাৰ ৰাষ্ট্ৰপতিয়েও ইয়াত সেউজ সংকেত দিয়ে। এই আইনৰ জৰিয়তে জাতীয় গীত ‘বন্দে মাতৰম’ক ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ৰ সমান মৰ্যাদা দিয়া হৈছে।

এতিয়ালৈকে জাতীয় সংগীতক অপমান কৰাটো ‘ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইন’ৰ অধীনত শাস্তিযোগ্য অপৰাধ বুলি গণ্য কৰা হৈছিল। দীৰ্ঘদিন ধৰি জাতীয় গীতৰ ক্ষেত্ৰত তেনে কোনো ব্যৱস্থা নাছিল। এইবাৰ জাতীয় গীতক অপমান কৰাটোও শাস্তিযোগ্য কৰি তোলা হৈছে। সংশোধিত আইন অনুসৰি, জাতীয় গীত পৰিবেশনৰ সময়ত ইচ্ছাকৃতভাৱে ব্যাঘাত জন্মোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাষ্ট্ৰীয় গীতক অপমান কৰাৰ দোষী সাব্যস্ত হ’লে তিনিবছৰ পৰ্যন্ত কাৰাদণ্ড, জৰিমনা বা দুয়োটায়ে হ’ব।

bill | ASSAM TIMES POST
বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

কেন্দ্ৰই বিগত কেইবছৰমানৰ পৰা ৰাষ্ট্ৰীয় গীতৰ মৰ্যাদা বৃদ্ধিৰ বাবে উদ্যোগ গ্ৰহণ কৰি আহিছে। সম্প্ৰতি বংকিম চন্দ্ৰ চেটাৰ্জীৰ দ্বাৰা ৰচিত দেশপ্ৰেমমূলক গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে। এনে পৰিস্থিতিত কেন্দ্ৰই চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰীয় গীত গোৱাৰ নিয়ম প্ৰস্তুত কৰিছিল। নিয়ম অনুসৰি ‘বন্দে মাতৰম’ৰ ছয়টা স্তৱক ১৯০ ছেকেণ্ডত (৩ মিনিট ১০ ছেকেণ্ড) পৰিবেশন কৰিব লাগিব। ফেব্ৰুৱাৰী মাহত জাৰি কৰা কেন্দ্ৰৰ গাইডলাইন অনুসৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলনকে ধৰি চৰকাৰী সকলো অনুষ্ঠানতে ৰাষ্ট্ৰীয় সংগীতৰ পূৰ্বে জাতীয় গীত বাজিব।

এইবাৰ লালকিল্লাত অনুষ্ঠিত হ’বলগা স্বাধীনতা দিৱসৰ অনুষ্ঠানত জাতীয় গীত বজোৱা হ’ব। এতিয়ালৈকে এই অনুষ্ঠানত জাতীয় সংগীত বজোৱা হৈছিল। প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসৰ দিনা লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়ত গোৱা হ’ব ‘বন্দে মাতৰম’। ইয়াৰ পিছত ‘জন গণ মন’ পৰিবেশন কৰা হ’ব। এইবাৰৰ লালকিল্লাৰ অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰতো ‘বন্দে মাতৰম’ৰ ছটা স্তৱক সন্নিবিষ্ট কৰা হৈছে।

Tags: VandeMataram
Share4Tweet3Send

Related Posts

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

by News Desk
August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

by News Desk
August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

by News Desk
August 11, 2026
50
Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
ADVERTISEMENT
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT