ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Zubeen Garg’s Case : জুবিন গাৰ্গ গোচৰ : আদালতত হাজিৰ পৰীক্ষিত শৰ্মা, য়টত উপস্থিতক শীঘ্ৰেই আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা

নিউজ ডেস্কঃ

News Desk by News Desk
September 2, 2026
Reading Time: 1 min read
A A
0
Zubeen Garg’s Case : জুবিন গাৰ্গ গোচৰ : আদালতত হাজিৰ পৰীক্ষিত শৰ্মা,  য়টত উপস্থিতক শীঘ্ৰেই আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা

RELATED POSTS

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

New Logo Smal 4 | ASSAM TIMES POST

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ (Zubeen Garg murder case) তদন্তৰ মাজতে আজি শৰ্মিষ্ঠা ভূঞাৰ আদালতত হাজিৰ হয় পৰীক্ষিত শৰ্মা। জুবিন গাৰ্গৰ সৈতে য়টত উপস্থিত থকা লোকসকলৰ ভিতৰত পৰীক্ষিত শৰ্মাই প্ৰথমজন সাক্ষী হিচাপে আদালতত হাজিৰ হোৱা বুলি জানিব পৰা গৈছে।

তদন্তত প্ৰকাশ পোৱা অনুসৰি, ঘটনাৰ সময়ত য়টত জুবিন গাৰ্গৰ সৈতে উপস্থিত আছিল অভিমন্যু তালুকদাৰ, তন্ময় ফুকন, ৰূপকমল কলিতা, জিঅ’ লাংচাট নাৰ্জাৰী, সিদ্ধাৰ্থ বৰা, সুস্মিতা গোস্বামী, ভাস্কৰজ্যোতি দত্ত, দেবজ্যোতি হাজৰিকা আৰু প্ৰতিম ভূঞা।

ইতিমধ্যে ১০গৰাকী প্ৰবাসী অসমীয়াই SITৰ সন্মুখত সাক্ষ্য প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে। তদন্তৰ অংশ হিচাপে তেওঁলোকৰ বক্তব্য লিপিবদ্ধ কৰা হৈছে।

garg | ASSAM TIMES POST
জুবিন গাৰ্গ গোচৰ : আদালতত হাজিৰ পৰীক্ষিত শৰ্মা, য়টত উপস্থিতক শীঘ্ৰেই আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা

ইফালে, শীঘ্ৰেই আন ১০গৰাকী প্ৰবাসী অসমীয়াক আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে। তেওঁলোকৰ সাক্ষ্যও গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

আনহাতে, সেইদিনা য়টত উপস্থিত থকা ৱাজিদ আহমেদ ছিংগাপুৰৰ নাগৰিক হোৱাৰ বাবে তেওঁ বৰ্তমান তদন্তৰ আওতালৈ অহা নাই বুলি জানিব পৰা গৈছে।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সময়ত য়টত প্ৰকৃততে কি ঘটিছিল, সেই বিষয়ে অধিক তথ্য সংগ্ৰহৰ বাবে SITৰ তদন্ত আৰু আদালতীয় প্ৰক্ৰিয়া অব্যাহত আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ZubeenGarg'sCase
Share5Tweet3Send

Related Posts

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন
Guwahati

by News Desk
September 10, 2026
52
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

by News Desk
September 10, 2026
58
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

by News Desk
September 8, 2026
52
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

by News Desk
September 7, 2026
56
বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

55
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

by News Desk
September 7, 2026
59
ADVERTISEMENT
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

September 11, 2026
50
DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ
National-International

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ

Assam Times Post is an Online Assamese and English News Portal from Assam.

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

September 11, 2026
DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

September 11, 2026
Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

September 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d