ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Vice President : অসমত উপস্থিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন

নিউজ ডেস্কঃ

News Desk by News Desk
September 6, 2026
Reading Time: 1 min read
A A
0
Vice President : অসমত উপস্থিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন

RELATED POSTS

Photo is distorted : AIৰে ফটো বিকৃত কৰাৰ অভিযোগ, হাছানুৰ ইছলামৰ বিৰুদ্ধে CIDত এজাহাৰ দীপান্বিতা ডেকাৰ

Teachers Day 2026 : গুৱাহাটীত কেন্দ্ৰীয় শিক্ষক দিৱসৰ অনুষ্ঠানত ৰাজ্যিক কৃতী শিক্ষক, এনচিচি বিষয়াক শিক্ষামন্ত্ৰীৰ বঁটা প্ৰাদান

World Heritage site : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে ৰংপুৰ-শিৱসাগৰ

New Logo Smal | ASSAM TIMES POST

উপ-ৰাষ্ট্ৰপতি (Vice President) হিচাপে দায়িত্ব গ্ৰহণৰ পিছত প্ৰথমবাৰৰ বাবে অসমত উপস্থিত চি পি ৰাধাকৃষ্ণন। দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা উপ-ৰাষ্ট্ৰপতিগৰাকীৰ আগমনক কেন্দ্ৰ কৰি গুৱাহাটী মহানগৰীত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।

ভ্ৰমণসূচী অনুসৰি, আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া গীতানগৰ কলেজৰ সোণালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে।

ইয়াৰ পিছতে জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ (SSUHS) সমাৱৰ্তন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব তেওঁ।

ghy 2 | ASSAM TIMES POST
অসমত উপস্থিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন

সন্ধিয়া অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজভৱনত আয়োজন কৰা নৈশভোজত অংশ ল’ব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।

৭ ছেপ্টেম্বৰত পুৱা ঐতিহাসিক মা কামাখ্যা মন্দিৰ দৰ্শন কৰি পূজা-অৰ্চনা কৰিব চি পি ৰাধাকৃষ্ণনে। ইয়াৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰচনা কৰা এখন গ্ৰন্থ উন্মোচন কৰিব।

ইয়াৰ উপৰি অসম চৰকাৰৰ প্ৰায় ১১০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।

গুৱাহাটীৰ কাৰ্যসূচী সমাপ্ত কৰি তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ আন তিনিখন ৰাজ্য—মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ ৰাওনা হ’ব।

উপ-ৰাষ্ট্ৰপতিৰ ভ্ৰমণক কেন্দ্ৰ কৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত নিৰাপত্তা আৰু যান-বাহন নিয়ন্ত্ৰণৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: VicePresident
Share4Tweet3Send

Related Posts

Photo is distorted : AIৰে ফটো বিকৃত কৰাৰ অভিযোগ, হাছানুৰ ইছলামৰ বিৰুদ্ধে CIDত এজাহাৰ দীপান্বিতা ডেকাৰ
Assam

by News Desk
September 6, 2026
50
Teachers Day 2026 : গুৱাহাটীত কেন্দ্ৰীয় শিক্ষক দিৱসৰ অনুষ্ঠানত ৰাজ্যিক কৃতী শিক্ষক, এনচিচি বিষয়াক শিক্ষামন্ত্ৰীৰ বঁটা প্ৰাদান
Assam

Teachers Day 2026 : গুৱাহাটীত কেন্দ্ৰীয় শিক্ষক দিৱসৰ অনুষ্ঠানত ৰাজ্যিক কৃতী শিক্ষক, এনচিচি বিষয়াক শিক্ষামন্ত্ৰীৰ বঁটা প্ৰাদান

by News Desk
September 5, 2026
55
World Heritage site : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে ৰংপুৰ-শিৱসাগৰ
Assam

World Heritage site : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে ৰংপুৰ-শিৱসাগৰ

by News Desk
September 5, 2026
53
ASSAM POLICE RAID : ৰাজ্যজুৰি অসম আৰক্ষীৰ বৃহৎ অভিযান

54
Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ

September 4, 2026
51
Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ
Assam

Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ

by News Desk
September 3, 2026
53
ADVERTISEMENT
Photo is distorted : AIৰে ফটো বিকৃত কৰাৰ অভিযোগ, হাছানুৰ ইছলামৰ বিৰুদ্ধে CIDত এজাহাৰ দীপান্বিতা ডেকাৰ
Assam

Photo is distorted : AIৰে ফটো বিকৃত কৰাৰ অভিযোগ, হাছানুৰ ইছলামৰ বিৰুদ্ধে CIDত এজাহাৰ দীপান্বিতা ডেকাৰ

September 6, 2026
50
Vice President : অসমত উপস্থিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন
Assam

Vice President : অসমত উপস্থিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন

September 6, 2026
50
Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ
National-International

Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ

September 5, 2026
51
Tuliram Ranghang : তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ কাৰ্বি পাহাৰৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ
DIPHU

Tuliram Ranghang : তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ কাৰ্বি পাহাৰৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ

September 5, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Photo is distorted : AIৰে ফটো বিকৃত কৰাৰ অভিযোগ, হাছানুৰ ইছলামৰ বিৰুদ্ধে CIDত এজাহাৰ দীপান্বিতা ডেকাৰ

Photo is distorted : AIৰে ফটো বিকৃত কৰাৰ অভিযোগ, হাছানুৰ ইছলামৰ বিৰুদ্ধে CIDত এজাহাৰ দীপান্বিতা ডেকাৰ

September 6, 2026
Vice President : অসমত উপস্থিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন

Vice President : অসমত উপস্থিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন

September 6, 2026
Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ

Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ

September 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d