ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

নিউজ ডেস্কঃ

News Desk by News Desk
September 9, 2026
Reading Time: 1 min read
A A
0
Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

RELATED POSTS

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়

Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল

New Logo Smal | ASSAM TIMES POST

বিৰোধীয়ে আৰম্ভণিৰে পৰাই আপত্তি কৰি থকাৰ মাজতে এইবাৰ মুখ খুলিলে কেন্দ্ৰই। মহাৰাষ্ট্ৰৰ গৰ্বা-দাণ্ডিয়া উৎসৱত মুছলমানক প্ৰৱেশ বন্ধ কৰিবলৈ বিশ্ব হিন্দু পৰিষদে যি দাবী উত্থাপন কৰিছে সেয়া অসাংবিধানিক। বুধবাৰে এই কথা স্পষ্ট কৰি দিলে কেন্দ্ৰীয় সামাজিক ন্যায় ৰাজ্যিক মন্ত্ৰী ৰামদাস আথাৱালেয়ে।

শেহতীয়াকৈ বিশ্ব হিন্দু পৰিষদৰ এই দাবীক লৈ বিভিন্ন পক্ষৰ পৰা বহু সমালোচনাৰ সন্মুখীন হৈছে। বিৰোধী ৰাজনৈতিক দলসমূহে আৰম্ভণিৰে পৰাই কৈ আহিছে যে বিশ্ব হিন্দু পৰিষদৰ দাবী অসাংবিধানিক। মহাৰাষ্ট্ৰ চৰকাৰৰ এটা অংশয়ো এই দাবীক সমৰ্থন কৰিছে। উদাহৰণস্বৰূপে, ৰাজ্যখনৰ বন্দৰ উন্নয়ন মন্ত্ৰী নীতেশ ৰাণে বিশ্ব হিন্দু পৰিষদৰ দাবীক ৰাজহুৱাভাৱে সমৰ্থন জনাইছে। আনহাতে, মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নবিছৰ পত্নী অমৃতা ফাড়নবিছৰ মতে এই উৎসৱ সকলোৰে৷ তেনে ক্ষেত্ৰত মুছলমান সম্প্ৰদায়ৰ লোকে এই উৎসৱত যোগদান কৰিলে ভুল নহয় বুলি তেওঁৰ মত।

এই বিতৰ্ক আৰু সমালোচনাৰ মাজতে বুধবাৰে ছত্তীশগড়ৰ ৰায়পুৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এই বিষয়ত প্ৰশ্ন কৰা হয়। বিশ্ব হিন্দু পৰিষদৰ দাবী সন্দৰ্ভত আথাৱালৰ স্পষ্ট বাৰ্তা হ’ল এই স্থিতি শুদ্ধ নহয়। ধৰ্ম বা জাতি নিৰ্বিশেষে প্ৰতিজন ব্যক্তিৰ ইজনে সিজনৰ উৎসৱত যোগদান কৰাৰ অধিকাৰ আছে।

gar | ASSAM TIMES POST
গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক

বুধবাৰে দিনজোৰা ভ্ৰমণসূচীৰে চত্তীশগড়লৈ গৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। আজি ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰ চৌহদত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “ভাৰত সংবিধান অনুসৰি চলি থাকে। বাবাচাহেব আম্বেদকাৰে লিখা সংবিধানত সকলো ধৰ্মৰ লোকৰ ন্যায়ৰ কথা কোৱা হৈছে। হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান, জৈন, বৌদ্ধ, পাৰ্চী আদিকে ধৰি বিভিন্ন ধৰ্মৰ লোকে ভাৰতত বাস কৰে। সংবিধানে সকলো ধৰ্মকে সুৰক্ষা প্ৰদান কৰে।”

বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে কয়, “গৰ্বা উদযাপনত মুছলমানে অংশগ্ৰহণ নকৰিব বুলি কোৱাটো সঠিক নহয়, হিন্দু আৰু মুছলমান উভয়ে দেশৰ বাবে একেলগে কাম কৰিব লাগে।” এই কথা কওঁতে তেওঁ ৰাজস্থানৰ আজমীৰ শ্বৰীফৰ উদাহৰণো উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে সোঁৱৰাই দিয়ে যে বহু হিন্দু তীৰ্থযাত্ৰীও তালৈ যায়। আথাৱালে কয়, “ভাৰত এনে এখন দেশ য’ত সকলো ধৰ্মৰ মানুহে ইজনে সিজনৰ উৎসৱত অংশগ্ৰহণ কৰিব লাগে।ইয়াৰ বিৰুদ্ধে যদি কোনো স্থিতি লোৱা হয় তেন্তে আমি ইয়াৰ বিৰোধিতা কৰোঁ। এনে স্থিতি সংবিধানৰ বিৰুদ্ধে।”

উল্লেখ্য যে ১১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱৰাত্ৰি। তাৰ পূৰ্বে বিশ্ব হিন্দু পৰিষদৰ দাবীক লৈ মহাৰাষ্ট্ৰত বিতৰ্কৰ সৃষ্টি হৈছে। তেওঁলোকৰ দাবী, গৰ্বা-দাণ্ডিয়া উৎসৱত মুছলমানক প্ৰৱেশ কৰিবলৈ দিয়া উচিত নহয়। লগতে অনুষ্ঠানৰ আয়োজকলৈ বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰে। তাত কোৱা হৈছিল যে গৰ্বা-দাণ্ডিয়াত যোগদান কৰিব বিচৰা সকলোৰে কপালত তিলক থাকিব লাগিব। লগতে কোৱা হৈছিল যে প্ৰৱেশৰ অনুমতি দিয়াৰ আগতে তেওঁলোকৰ পৰিচয়-পত্ৰ পৰীক্ষা কৰিব লাগে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং
National-International

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

by News Desk
October 8, 2026
50
Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়
National-International

Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়

by News Desk
October 8, 2026
50
Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল
National-International

Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল

by News Desk
October 8, 2026
50
Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ
National-International

Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

by News Desk
October 8, 2026
50
Flight Lightning : ১৭ হাজাৰ ফুট উচ্চতাত বিমানত বজ্ৰপাত, লক্ষ্ণৌত জৰুৰীকালীন অৱতৰণ
National-International

Flight Lightning : ১৭ হাজাৰ ফুট উচ্চতাত বিমানত বজ্ৰপাত, লক্ষ্ণৌত জৰুৰীকালীন অৱতৰণ

by News Desk
October 8, 2026
51
Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা
National-International

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

by News Desk
October 7, 2026
51
ADVERTISEMENT
IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং
National-International

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

October 8, 2026
50
Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য
Assam

Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য

October 8, 2026
50
Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়
National-International

Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়

October 8, 2026
50
Assam Nagaland border tense : অসম-নাগালেণ্ড সীমান্তত নগা উগ্ৰপন্থীৰ সন্ত্ৰাস, অপহৃত ব্যৱসায়ীক উদ্ধাৰ
Assam

Assam Nagaland border tense : অসম-নাগালেণ্ড সীমান্তত নগা উগ্ৰপন্থীৰ সন্ত্ৰাস, অপহৃত ব্যৱসায়ীক উদ্ধাৰ

October 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

October 8, 2026
Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য

Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য

October 8, 2026
Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়

Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়

October 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d