ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী

নিউজ ডেস্কঃ

News Desk by News Desk
September 9, 2026
Reading Time: 1 min read
A A
0
Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী

RELATED POSTS

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

Body recovered : বাসগৃহৰ পৰা উদ্ধাৰ দিল্লীৰ প্ৰাক্তন মুখ্য সচিবৰ মৃতদেহ, আত্মহত্যাৰ সন্দেহ

New Logo Smal | ASSAM TIMES POST

বেংগালুৰুত পুৰণি আৰু ম্যাদ উকলি যোৱা খাদ্য নতুন পেকেজিঙত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। খাদ্য সুৰক্ষাৰ নিয়ম মানি চলিছেনে নাই সেয়া পৰীক্ষা কৰিবলৈ কৰ্ণাটক খাদ্য আৰু ঔষধ প্ৰশাসনে এসপ্তাহজোৰা এক অভিযান চলায়। এই সপ্তাহজোৰা অভিযানত তেওঁলোকে আমাজন আৰু ইনষ্টামাৰ্টৰ গুদামকে ধৰি বিভিন্ন স্থানৰ পৰা নতুন ভুৱা লেবেল লগোৱা ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী উদ্ধাৰ কৰিছে। তদুপৰি এই কামৰ লগত জড়িত এটা চক্ৰও ধৰা পৰিছে। এই অভিযানত প্ৰায় ৩ কোটি টকাৰ খাদ্য সামগ্ৰী জব্দ কৰা হৈছে।

মঙলবাৰে কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰী ইউ টি কোৱাডাৰে কয় যে নিয়ম মানি নচলাৰ বাবে বেংগালুৰুত এটা ‘পেপটাইড পাৰ্টি’ বাতিল কৰা হৈছিল। ইয়াতেই গেংটো পোৱা গৈছিল। তেওঁ কয়, “আমি বিভিন্ন তথ্যৰ পৰা জানিব পাৰো যে তেওঁলোকে এই সামগ্ৰীসমূহ ক’ৰ পৰা ক্ৰয় কৰিছিল। আমি এইটোও জানো যে তেওঁলোকে আমাজনৰ এটা ডাৰ্ক ষ্টোৰৰ পৰা আনিছিল।”

দেৱনাহল্লীৰ ‘বিএলআৰ৬’ নামৰ আমাজনৰ গুদামত কেএছএফডিএৰ বিষয়াসকলে অভিযান চলায়। ১৪ লাখ টকাৰ ভুৱা লেবেল থকা খাদ্য সামগ্ৰী, ১০ লাখ টকাৰ ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী আৰু ২.৪৫ লাখ টকাৰ অনুজ্ঞাপত্ৰ অবিহনে মজুত কৰা ঔষধ জব্দ কৰে। তদুপৰি মাডিৱালাৰ ‘বিএলআৰ৭’ নামৰ আমাজনৰ এটা গুদামত তালাচী চলোৱাৰ লগতে ১৯ লাখ টকাৰ ভুৱা লেবেল থকা খাদ্য সামগ্ৰী আৰু ১৩ লাখ টকাৰ ম্যাদ উকলি যোৱা সামগ্ৰী জব্দ কৰা হয়। ইয়াৰ উপৰি ১.৫৭ লাখ টকাৰ অনুজ্ঞাপত্ৰবিহীন ঔষধো উদ্ধাৰ কৰা হৈছে।

beng | ASSAM TIMES POST
ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, “লিংগৰাজাপুৰমৰ এটা চেডৰ পৰা ‘লিঅ’ ৭ এণ্টাৰপ্ৰাইজেছ’ নামৰ এজেন্সী এটা চলি আছিল। আমি তাত ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী পাইছিলোঁ, যাৰ মূল্য প্ৰায় ৫.৭ লাখ টকা।” অভিযানৰ অন্তত চেণ্টাৰটো বন্ধ কৰি দিয়া হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

হোস্কোটেৰ এটা ইনষ্টামাৰ্ট চেণ্টাৰো বন্ধ কৰি দিছে বিষয়াসকলে। তাৰ পৰা এতিয়ালৈকে প্ৰায় ৪২ লাখ টকাৰ ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী জব্দ কৰা হৈছে। কেএছএফডিএয়ে কয় যে চেণ্টাৰটোত এতিয়াও তদন্ত চলি আছে আৰু তাত পোৱা ভুৱা লেবেলযুক্ত আৰু ম্যাদ উকলি যোৱা সামগ্ৰীৰ মুঠ মূল্য প্ৰায় এক কোটি টকা হ’ব পাৰে। অভিযোগৰ ভিত্তিত এইচবিআৰ লেআউটত থকা ‘সপ্ত বজাৰ’ নামৰ এখন দোকানত বিষয়াসকলে অভিযান চলায়। তাৰ পৰা ম্যাদ উকলি যোৱা কাজু বিস্কুট, ৰাগি আটা, চিকেন পেটি, পনীৰ, কুকিজ, বাদাম, কণী আৰু আটা জব্দ কৰা হয়। ইয়াৰ মূল্য প্ৰায় ১০ হাজাৰ টকাৰ।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, “আমি আইন বিভাগ আৰু কেন্দ্ৰীয় চৰকাৰলৈ লিখিছোঁ যাতে এনে কাৰ্যক ফৌজদাৰী অপৰাধ হিচাপে গণ্য কৰা হয়।” তেওঁ অভিযোগ কৰে, “বৰ্তমান এই প্ৰতিষ্ঠানসমূহৰ মালিকসকলে কেৱল জৰিমনা দিয়েই ৰক্ষা পৰে। কিন্তু এয়া অপৰাধমূলক কাণ্ড। এই সন্দৰ্ভত আমি আইন প্ৰণয়ন কৰিম। আৰু সাধাৰণ ৰাইজক আৰু অধিক অভিযোগ দাখিল কৰিবলৈ অনুৰোধ জনাইছোঁ যাতে এনেধৰণৰ নিয়ম উলংঘা ৰোধ কৰিব পৰা যায়।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Onlineshopping
Share4Tweet3Send

Related Posts

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প
National-International

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

by News Desk
September 9, 2026
50
Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ
National-International

Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

by News Desk
September 9, 2026
50
Body recovered : বাসগৃহৰ পৰা উদ্ধাৰ দিল্লীৰ প্ৰাক্তন মুখ্য সচিবৰ মৃতদেহ, আত্মহত্যাৰ সন্দেহ
National-International

Body recovered : বাসগৃহৰ পৰা উদ্ধাৰ দিল্লীৰ প্ৰাক্তন মুখ্য সচিবৰ মৃতদেহ, আত্মহত্যাৰ সন্দেহ

by News Desk
September 9, 2026
50
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

by News Desk
September 8, 2026
51
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

by News Desk
September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

by News Desk
September 8, 2026
52
ADVERTISEMENT
Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ
DIPHU

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

September 9, 2026
50
Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প
National-International

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

September 9, 2026
50
Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ
National-International

Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

September 9, 2026
50
Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী
National-International

Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী

September 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

September 9, 2026
Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

September 9, 2026
Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

September 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d