ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

চিৰাঙত আৰক্ষী বিষয়াৰ বাহনে মহটিয়ালে দুখন ই-ৰিক্সা আৰু এখন মটৰচাইকেল

নিউজ ডেস্কঃ

News Desk by News Desk
September 10, 2026
Reading Time: 1 min read
A A
0
চিৰাঙত আৰক্ষী বিষয়াৰ বাহনে মহটিয়ালে দুখন ই-ৰিক্সা আৰু এখন মটৰচাইকেল

RELATED POSTS

Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য

Assam Nagaland border tense : অসম-নাগালেণ্ড সীমান্তত নগা উগ্ৰপন্থীৰ সন্ত্ৰাস, অপহৃত ব্যৱসায়ীক উদ্ধাৰ

Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ

New Logo Smal | ASSAM TIMES POST

চিৰাঙৰ আমগুৰী থানাৰ অন্তৰ্গত তুলসীঝোৰাত মঙলবাৰে নিশা সংঘটিত একাধিক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। আমগুৰী থানাৰ উপ-পৰিদৰ্শক ৰিতুমণি বৰাই সুৰামত্ত অৱস্থাত গাড়ী চলাই দুখন ই-ৰিক্সা আৰু এখন মটৰচাইকেলত খুন্দিওৱাৰ অভিযোগ উত্থাপিত হৈছে।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, নিয়ন্ত্ৰণহীন গাড়ীখনে প্ৰায় পাঁচ কিলোমিটাৰ পথত এখনৰ পাছত আনখন বাহনত খুন্দিয়াই আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। দুৰ্ঘটনাত এগৰাকী মহিলা আৰু এটি শিশুসহ মুঠ পাঁচজন লোক গুৰুতৰভাৱে আহত হয়।

পাছত স্থানীয় ৰাইজে গাড়ীখন খেদি গৈ ৰিতুমণি বৰাক কৰায়ত্ত কৰে। উত্তেজিত একাংশ লোকে আৰক্ষী বিষয়াজনক প্ৰহাৰ কৰাৰো অভিযোগ উঠিছে।

rick | ASSAM TIMES POST
চিৰাঙত আৰক্ষী বিষয়াৰ বাহনে মহটিয়ালে দুখন ই-ৰিক্সা আৰু এখন মটৰচাইকেল

আমগুৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰহিম বৰীয়ে ঘটনাস্থলীত উপস্থিত হৈ উপ-পৰিদৰ্শকজনক ৰাইজৰ মাজৰ পৰা উদ্ধাৰ কৰে। সেই সময়ত তেওঁ স্থানীয় লোকৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে।

ঘটনাস্থলীত চিৰাঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক উপস্থিত হৈ ৰাইজৰ সৈতে মতবিনিময় কৰে। অভিযোগৰ তদন্ত কৰি দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ আশ্বাস দিয়ে।

উপ-পৰিদৰ্শকজন সঁচাকৈয়ে সুৰামত্ত অৱস্থাত আছিল নে নাই, সেয়া চিকিৎসা পৰীক্ষা আৰু আৰক্ষীৰ তদন্ততহে নিশ্চিত হ’ব। ঘটনাটো সন্দৰ্ভত আৰক্ষীৰ আনুষ্ঠানিক বক্তব্যৰ অপেক্ষা কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য
Assam

by News Desk
October 8, 2026
50
Assam Nagaland border tense : অসম-নাগালেণ্ড সীমান্তত নগা উগ্ৰপন্থীৰ সন্ত্ৰাস, অপহৃত ব্যৱসায়ীক উদ্ধাৰ
Assam

Assam Nagaland border tense : অসম-নাগালেণ্ড সীমান্তত নগা উগ্ৰপন্থীৰ সন্ত্ৰাস, অপহৃত ব্যৱসায়ীক উদ্ধাৰ

by News Desk
October 8, 2026
50
Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ
Assam

Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ

by News Desk
October 8, 2026
51
Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
52
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

Moral policing : গোলাঘাটৰ দলৌজানত চাঞ্চল্যকৰ মৰেল পুলিচিংৰ ঘটনা

ADVERTISEMENT
IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং
National-International

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

October 8, 2026
50
Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য
Assam

Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য

October 8, 2026
50
Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়
National-International

Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়

October 8, 2026
50
Assam Nagaland border tense : অসম-নাগালেণ্ড সীমান্তত নগা উগ্ৰপন্থীৰ সন্ত্ৰাস, অপহৃত ব্যৱসায়ীক উদ্ধাৰ
Assam

Assam Nagaland border tense : অসম-নাগালেণ্ড সীমান্তত নগা উগ্ৰপন্থীৰ সন্ত্ৰাস, অপহৃত ব্যৱসায়ীক উদ্ধাৰ

October 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

October 8, 2026
Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য

Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য

October 8, 2026
Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়

Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়

October 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d