ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 21, 2026
Reading Time: 1 min read
A A
0
Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

RELATED POSTS

TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

New Logo Smal 1 | ASSAM TIMES POST

প্রথমবাৰৰ বাবে ভাৰতৰ মাটিৰ পৰা উৰা মাৰিলে জাপানৰ বায়ুসেনাৰ যুদ্ধবিমান। ভাৰত আৰু জাপানে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত প্ৰতিৰক্ষা সমীকৰণ শক্তিশালী কৰাৰ দিশত আন এক পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতীয় বায়ুসেনাৰ মুৰব্বী এ পি সিঙে কয় যে দ্বিপাক্ষিক সামৰিক সহযোগিতাৰ ইতিহাসত এয়া এক ডাঙৰ মাইলৰ খুঁটি।

যোৱা ৯ ছেপ্টেম্বৰৰ পৰা ৰাজস্থানৰ যোধপুৰ বিমানঘাটিত ভাৰত আৰু জাপানৰ যৌথ বিমান অনুশীলন ‘বীৰ গাৰ্ডিয়ান-২০২৬’ আৰম্ভ হয়। ২২ ছেপ্টেম্বৰলৈকে চলিব। জাপানী বায়ুসেনাৰ ‘এফ-২এ’ যুদ্ধ বিমানেও এই অনুশীলনত যোগদান কৰিছে। ইয়াৰ লগতে ভাৰতত আছে ‘তেজছ’, ‘সুখয়-৩০ এম কে আই’ আৰু ‘ৰাফেল’ৰ দৰে প্ৰথম শ্ৰেণীৰ যুদ্ধ বিমান। দেওবাৰৰ অনুশীলনৰ সময়ত ৰাজস্থানৰ আকাশত সৃষ্টি হয় এক বিশেষ মুহূৰ্তৰ। জাপানৰ বায়ু আত্মৰক্ষা বাহিনীৰ মুৰব্বী জেনেৰেল তাকেহিৰো মৰিটা ভাৰতৰ নিজা প্ৰযুক্তিৰে নিৰ্মিত লঘু যুদ্ধবিমান ‘তেজছ’ত উঠে। আনহাতে, ভাৰতীয় বায়ুসেনাৰ মুৰব্বীগৰাকীয়েও এককভাৱে তেজছ উৰুৱাই আকাশত ঘূৰে। অনুশীলনৰ শেষত ইজনে সিজনৰ লগত বেজৰ আদান-প্ৰদান কৰি দুয়োটা শক্তিৰ মাজত পাৰস্পৰিক সন্মান আৰু সহযোগিতাৰ বাৰ্তা প্ৰেৰণ কৰে।

japa | ASSAM TIMES POST
ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলন

অনুশীলনৰ অন্তত এক সংবাদমেলত এয়াৰ চীফ মাৰ্শ্বাল এ পি সিঙে কয় যে জাপানৰ যুদ্ধ বিমান ভাৰতলৈ আহি পোনপটীয়াকৈ এই অনুশীলনত যোগদান কৰিছে, যিটো ভাৰত-জাপান সম্পৰ্কৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ঘটিছে। এই যৌথ অনুশীলনে আঞ্চলিক শান্তি বজাই ৰখাৰ বাবে দুয়োটা শক্তিৰ মাজত দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰিব। তেওঁ কয়, “একেলগে অনুশীলন কৰিলে ইজনে সিজনৰ কৰ্ম পদ্ধতিৰ পৰা শিকিবলৈ সুযোগ পোৱা যায়। ইয়াৰ ফলত দুয়োপক্ষৰ সামৰ্থ্য বৃদ্ধি পায়।”

জাপানৰ বায়ুসেনাৰ মুৰব্বীগৰাকীয়েও একে আৱেগকে প্ৰতিধ্বনিত কৰে। তেওঁ কয় যে ভাৰতৰ মাটিত জাপানী যুদ্ধ বিমানৰ উপস্থিতিয়ে প্রমাণ কৰে যে প্রয়োজন হ’লে সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বায়ুসেনা নিয়োগ কৰিবলৈ সাজু৷ তেজছ উৰণৰ অভিজ্ঞতাক অমূল্য বুলি অভিহিত কৰি তেওঁ কয়, “তেজছ ভাৰতৰ প্ৰযুক্তিগত উদ্ভাৱন আৰু ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ এক উজ্জ্বল প্ৰতীক। আগন্তুক দিনতো ই দুয়োখন দেশৰ বায়ুসেনাৰ বাবে বিশ্বাস আৰু বন্ধুত্বৰ প্ৰতীক হৈ থাকিব।”

১৪ দিনীয়া অনুশীলনত দুয়োখন দেশৰ বাহিনীয়ে আকাশমাৰ্গ সুৰক্ষা, উন্নত আকাশ কৌশল আৰু কাৰ্যকৰী পৰিকল্পনাৰ বিষয়ে আলোচনা কৰি আছে। কাৰিকৰী ৰক্ষণাবেক্ষণ আৰু বায়ুমণ্ডলৰ সুৰক্ষাৰ ওপৰতো আলোচনা চলি আছে। ভাৰতৰ নিজা যুদ্ধবিমান কাৰ্যসূচী সন্দৰ্ভত বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে কয় যে যদিও বৃহৎসংখ্যক তেজছ বিমানৰ অৰ্ডাৰ দিয়া হৈছে, তথাপিও বিশ্বব্যাপী যোগান শৃংখলৰ সমস্যাৰ বাবে ডেলিভাৰীত কিছু পলম হৈছে। অৱশ্যে পৰৱৰ্তী প্ৰজন্মৰ তেজছ মাৰ্ক-দ্বিতীয় আৰু এডভান্সড মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট (এএমচিএ) সাজু হ’লে ভাৰতৰ প্ৰতিৰক্ষা প্ৰযুক্তিয়ে অধিক উচ্চতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: JAPAN
Share4Tweet3Send

Related Posts

TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ
National-International

TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ

by News Desk
September 21, 2026
50
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

by News Desk
September 19, 2026
52
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

by News Desk
September 19, 2026
53
Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ
National-International

Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

by News Desk
September 19, 2026
51
Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা
National-International

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

by News Desk
September 18, 2026
51
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ
National-International

Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

by News Desk
September 18, 2026
52
ADVERTISEMENT
Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ
National-International

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

September 21, 2026
50
TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ
National-International

TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ

September 21, 2026
50
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

September 21, 2026
50
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

September 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

September 21, 2026
TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ

TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ

September 21, 2026
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d